উত্তৰ-পূব

জ্যেষ্ঠ সাংবাদিক মানিক শইকীয়াৰ আকস্মিক বিয়োগত শোকস্তব্ধ জাঁজী হাঁহচৰা

যোৰহাট জিলাৰ জাঁজী হাঁহচৰা নিৱাসী, জ্যেষ্ঠ সাংবাদিক, হাঁহচৰা প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি, বিশিষ্ট গ্ৰন্থ ব্যৱসায়ী মানিক শইকীয়াই আজি পুৱা ৮:৪৫...

Read moreDetails

এনআৰচিৰ দ্বিতীয়খন খচৰা প্ৰকাশৰ পূৰ্বে স্পৰ্শকাতৰ অঞ্চলৰ বাবে তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা আৰক্ষীৰ

অসমৰ খিলঞ্জীয়া জনগণৰ অস্তিত্ব ৰক্ষাৰ একমাত্ৰ দলিল স্বৰূপ এনআৰচিৰ দ্বিতীয়খন খচৰা প্ৰকাশ পাব অহা ৩০ জুনত। কিন্তু ইয়াৰ পূৰ্বে নিৰাপত্তাৰ...

Read moreDetails

কোকৰাঝাৰ চালাকাটিত উলহ মালহেৰে পৱিত্ৰ ঈদ উল ফিটৰ উদযাপন

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে কোকৰাঝাৰতো আজি ঐক্য, শান্তি আৰু ভাতৃত্ববোধৰ কামনাৰে উলহ মালহেৰে পৱিত্ৰ ঈদ উল ফিটৰ উদযাপন কৰা হয়...

Read moreDetails

যান-বাহনত উচ্চ সুৰক্ষাযুক্ত নম্বৰ প্লেট লগোৱাৰ আহ্বান নগাঁৱৰ পৰিবহন বিষয়াৰ

দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো পুৰণি বাণিজ্যিক তথা ব্যক্তিগত যান-বাহনসমূহত উচ্চ সুৰক্ষাযুক্ত পঞ্জীয়ন (HSRP) নম্বৰ...

Read moreDetails

বৰাকত বান পৰিস্থিতিৰ অধিক অৱনতি: দুজনৰ মৃত্যু, কাছাৰত শতাধিক গাঁও প্লাবিত

যোৱা কেইদিনমানৰ পৰা চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত বৰাক আৰু  কুচিয়াৰা নদীৰ পানী বিপদ সীমাৰ ওপৰলৈ বৈ যোৱাত বান পৰিস্থিতিৰ...

Read moreDetails

আজি বৰপেটাতো পালন কৰা হৈছে ইছলাম ধৰ্মাৱলম্বীৰ পৱিত্ৰ উৎসৱ ঈদ

দেশৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যখনৰ বৰপেটাতো অতি উছাহেৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে ঈদ উল ফিতৰ৷ পৱিত্ৰ ৰমজান মাহত দিনজোৰা...

Read moreDetails

ছেপ্টেম্বৰৰ প্রথম ভাগত পঞ্চায়ত নির্বাচন: শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত কঠোৰ হ’ব আয়োগ

বহু হোঁহকা-পিছলাৰ অন্তত সমাগত ছেপ্টেম্বৰৰ প্রথম ভাগত অনুষ্ঠিত হ’ব পঞ্চায়ত নির্বাচন৷ ৰাজ্যিক নির্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি আগষ্টত পঞ্চায়ত নিৰ্বাচনৰ...

Read moreDetails

কলাক্ষেত্রত সাঁচিপতীয়া পাণ্ডুলিপি প্রস্তুতকৰণ আৰু শঙ্কৰী শৈলীত অঙ্কন শীৰ্ষক কৰ্মশালাৰ আয়োজন

মহাপুৰুষ  শ্রীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিৰাজিৰ প্রচাৰ আৰু প্রসাৰত ব্রতী আন্তৰ্জাতিক সংগঠন ছ’চাইটি ফৰ শ্রীমন্ত শংকৰদেৱৰ উদ্যোগত আৰু শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ...

Read moreDetails

ডিমৌৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ তাণ্ডৱ

ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত ডিমৌৰ মাজমজিয়াৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা শুকুৰবাৰে নিশা দুস্কৃতিকাৰীয়ে লুট-পাট চলাই বিভিন্ন সা-সামগ্ৰী চুৰ কৰি নিয়ে।...

Read moreDetails

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ওদালগুৰিত খিলঞ্জীয়াৰ অধিকাৰ সমিতিৰ প্ৰতিবাদ

ৰাজ্যখনৰ সৰ্বত্ৰে নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ বলৱৎ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ সময়তে কেইটামান খিলঞ্জীয়া সংগঠনেও প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে।...

Read moreDetails
Page 5495 of 6193 1 … 5,494 5,495 5,496 … 6,193

Stay Connected

Recent News