উত্তৰ-পূব

‘গণ অনশন’ত জাতিৰ স্বাৰ্থত সকলো একগোট, দীৰ্ঘদিনৰ মূৰত আছুৰ কাষত প্ৰফুল্ল মহন্ত, আহিল কংগ্ৰেছো

সদৌ অসম ছাত্ৰ সন্থা ( AASU ) আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনে গুৱাহাটীত আয়োজন কৰা ‘গণ অনশন’ত আজি ২৯ মে’ত...

Read moreDetails

ধুবুৰীত জুৱাৰ ঘাটি উৎখাত : ৬ গৰাকী জুৱাৰিক আটক

ধুবুৰী চহৰত গঢ় লৈ উঠা অবৈধ জুৱাৰ ঘাটিৰ বিৰুদ্ধে অভিযান চলাই  ধুবুৰী আৰক্ষীয়ে আজি নগৰখনৰ মূল বজাৰ এলেকাৰ পৰা ৬...

Read moreDetails

মই কোনো কাৰণতে ক্ষমা নোখোজো : ‘বলি-বিতৰ্ক’ সন্দৰ্ভত জুবিন গাৰ্গ

২৭ মে’ৰ নিশা কামাখ্যাধামত অনুষ্ঠিত এটা সংগীতানুষ্ঠানত কামাখ্যাধামত চলি থকা বলিপ্ৰথাৰ ৰাজহুৱাকৈ বিৰোধিতা কৰাৰ পিছত জুবিন গাৰ্গ কামাখ্যাৰ সৈতে স্বাৰ্থজড়িত...

Read moreDetails

চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৯১ শতাংশ নম্বৰেৰে উত্তীৰ্ণ নগাওঁ বঢ়মপুৰৰ কংকণা

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড ( চি বি এছ ই)ৰ দ্বাৰা  ঘোষিত দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত নগাওঁ জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত...

Read moreDetails

চানমাৰিত আছু-২৮টা জনগোষ্ঠীয় সংগঠনৰ গণ-অনশনলৈ অসংখ্য বিশিষ্ট নাগৰিকৰ সমৰ্থন

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত ২৯ মে’ত গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত সমবেত হ’ল সদৌ অসম ছাত্ৰ সন্থা...

Read moreDetails

মহানগৰীত চাইকেলৰ সমদলেৰে মূল্যবৃদ্ধিৰ প্ৰতিবাদ কংগ্ৰেছৰ

গুৱাহাটীত এক চাইকেল সমদলেৰে অসমৰ লগতে দেশজুৰি হোৱা পে’ট্ৰল-ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ আজি ২৯ মে’ত প্ৰতিবাদ কৰে অসম প্ৰদেশ...

Read moreDetails

নিৰাপত্তা পৰিস্থিতিৰ বুজ ল’বলৈ মেঘালয় সীমান্তত উপস্থিত বি এছ এফৰ অতিৰিক্ত সঞ্চালক প্ৰধান

সীমা সুৰক্ষা বাহিনীৰ (বি এছ এফ) অতিৰিক্ত সঞ্চালক প্ৰধান নাছিৰ কমল মেঘালয় সীমান্তত উপস্থিত হৈ নিৰাপত্তা পৰিস্থিতিৰ খুঁটি-নাটিৰ বুজ লয়।...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চাৰিঙত আছুৰ গণবিক্ষোভ

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতাৰে ৰাজ্যজুৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে আছুৰ শিৱসাগৰ জিলা সমিতিৰ অন্তৰ্গত চাৰিং আঞ্চলিক...

Read moreDetails

চিৰিয়াখানাৰ দায়িত্বত থকা লোকেই হৰিণা খোৱাৰ অভিযোগৰ তদন্ত দিব বন বিভাগে

চিৰিয়াখানাত দুৰ্নীতি, অনিময় হৈ থকাৰ কথা আজি নিজ মুখে স্বীকাৰ কৰিলে স্বয়ং বন মন্ত্ৰীয়ে। ইয়াৰ তদন্ত দিয়াৰ আশ্বাসো দিছে বন...

Read moreDetails

চীন সীমান্তত অক্সিজেনৰ অভাৱত কৰুণ মৃত্যু সেনা জোৱান, অসম সন্তান যোগেন্দ্ৰ ভূঞাৰ

ভাৰত-চীন সীমান্ত ( Indo-China Border )ৰ অৰুণাচল প্ৰদেশৰ টাটুৰ পাহাৰ শিখৰত অক্সিজেনৰ অভাৱত প্ৰাণ হেৰুৱাব লগা হ’ল অসম সন্তান, ভাৰতীয়...

Read moreDetails
Page 5565 of 6193 1 … 5,564 5,565 5,566 … 6,193

Stay Connected

Recent News