উত্তৰ-পূব

কোকৰাঝাৰৰ উল্টাপানী বনাঞ্চলত উদ্ধাৰ বনৰীয়া হাতীৰ মৃতদেহ

কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ হল্টুগাঁও বন সংমণ্ডলৰ অধীনস্থ উল্টাপানী বনাঞ্চলত সোমবাৰে এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়। গাঁওবাসীয়ে প্ৰথম...

Read moreDetails

মেঘালয়ৰ আমপাতি বিধানসভা উপ নিৰ্বাচন : অভিলেখ সংখ্যক ৯০.৫৫ শতাংশ ভোটদান

সোমবাৰে অনুষ্ঠিত হৈ যোৱা মেঘালয়ৰ আমপাতি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত ৰাজ্যখনৰ অভিলেখ সংখ্যক ৯০.৫৫ শতাংশ ভোটাৰ ৰাইজে ভোটদান সাব্যস্ত কৰে।...

Read moreDetails

মোৰাঝাৰ উঃ মাঃ বিদ্যালয়ৰ ১১০ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মেট্ৰিকত মাত্ৰ এজনহে উত্তীৰ্ণ : প্ৰধান শিক্ষকৰ পদত্যাগৰ দাবী

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পিছত সোমবাৰে হোজাই জিলাৰ মোৰাঝাৰ উচ্চতৰ মাধমিক বিদ্যালয়ৰ এক আশ্বৰ্যজনক ঘটনা পোহৰলৈ আহে। উল্লেখযোগ্য...

Read moreDetails

অম্বুবাচী মেলাৰ প্ৰাকমুহূৰ্তত তৎপৰতা প্ৰদৰ্শন পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মৰ

২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হ’ব ঐতিহাসিক অম্বুবাচী মেলা। অম্বুবাচীৰ প্ৰাকমুহূৰ্তত মেলা আয়োজনক লৈ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে...

Read moreDetails

ঋতুপৰ্ণ বৰুৱাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক মৃণাল শইকীয়া, বিজেপিৰ গোলাঘাট সমিতিৰ সভাপতিৰ

লাহোৱালৰ বিজেপি বিধায়ক ঋতুপৰ্ণ বৰুৱাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ষড়যন্ত্ৰ হোৱা বুলি মন্তব্য কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি গোলাঘাট...

Read moreDetails

খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত অসম আৰু অসমীয়াক চৰকাৰে ভাল পাবই লাগিব : মণিমাধৱ মহন্ত

''নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আমাৰ আন্দোলন বৰ্তমানেও চলি আছে আৰু চলি থাকিব। ধৰ্মৰ নামত হিন্দু বাংলাদেশী নাগৰিকক ভাৰতত নাগৰিকত্ব প্ৰদান...

Read moreDetails

আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাত দুলীয়াজান, নিউ ভিষ্টা, ছেইণ্ট জেভিয়াৰ্ছৰ সহজ জয়

দুলীয়াজান ফুটবল একাডেমিৰ উদ্যোগত আৰু অইল ইণ্ডিয়াৰ পৃষ্ঠপোষকতাত দুলীয়াজান নেহৰু ময়দান খেলপথাৰত অনুষ্ঠিত হৈ থকা আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ সোমবাৰে ছাব...

Read moreDetails

দৰমহাৰ মুখ নেদেখাকৈ ৰাজ্যত পুনৰ চিকিৎসাৰ অভাৱত শিক্ষকৰ মৃত্যু

পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে ৰাজ্যৰ শাসনভাৰ লোৱা সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে দুবছৰ অতিক্ৰম কৰিলে যদিও পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত চূড়ান্ত প্ৰতাৰণাৰ সন্মুখীন...

Read moreDetails

লণ্ডনৰ প্ৰদৰ্শনীলৈ নিৰ্বাচিত নগাঁৱৰ ২৬ গৰাকী চিত্ৰ শিল্পী

চিত্ৰকলাৰ প্ৰসাৰ আৰু প্ৰচাৰ তথা শিশুৰ বিকাশৰ সৈতে জড়িত বিভিন্ন কাৰ্যসূচী সম্পন্ন কৰা মুম্বাইৰ 'সংস্কৃতি আৰ্ট গেলাৰী' নামৰ এটি অনুষ্ঠানে...

Read moreDetails

গ্ৰামীণ ডাক সেৱকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত মেঘদূত ভৱনত প্ৰতিবাদঃ ব্যাহত ডাক সেৱা

গ্ৰামীণ ডাক সেৱকসকলে ২২ মেৰ পৰা অব্যাহত ৰখা প্ৰতিবাদ আৰু ধৰ্মঘটৰ ফলত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ব্যাহত হৈ পৰিছে...

Read moreDetails
Page 5568 of 6193 1 … 5,567 5,568 5,569 … 6,193

Stay Connected

Recent News