উত্তৰ-পূব

মেঘালয়ৰ ভুৱা পেৰামেডিকেল প্ৰতিষ্ঠান বন্ধৰ নিৰ্দেশক লৈ প্ৰতিক্ৰিয়া

বিভিন্ন পক্ষই ভুৱা প্ৰতিষ্ঠান বুলি অভিযোগ উত্থাপন কৰাৰ ফলস্বৰূপে শ্বিলঙৰ নেশ্যনেল ইনষ্টিটিউট অৱ পেৰামেডিকেল টেকন’লজী অস্থায়ীভাৱে বন্ধৰ নিৰ্দেশ দিয়া হৈছে।...

Read moreDetails

দুৰ্নীতি নিবাৰক শাখাৰ জেৰা ৰকিবুল হুছেইনৰ ব্যক্তিগত দেহৰক্ষী অশ্বিনী দাসক

কংগ্ৰেছ চৰকাৰৰ শাসন কালত ক্ষমতাৰ অপব্যৱহাৰ কৰি বিশাল সম্পত্তি আহৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱা প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনৰ ব্যক্তিগত দেহৰক্ষীক...

Read moreDetails

ধাৰাসাৰ বৰষুণত মাটিৰ দেৱাল খহি ত্ৰিপুৰাত চাৰিজন লোকৰ মৃত্যু

বৃহস্পতিবাৰৰ নিশাৰ পৰা ত্ৰিপুৰাৰ বিভিন্ন অঞ্চলত হোৱা মূষলধাৰ বৰষুণৰ ফলত চাৰিজন লোকে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয়। নিশাৰে পৰা হৈ...

Read moreDetails

মেৰামতিৰ অভাৱত মহানগৰত বিকল স্বয়ংক্ৰিয় ট্ৰেফিক সিগন্যাল : যান-জঁট নিয়ন্ত্ৰণত সমস্যা

গুৱাহাটী মহানগৰৰ যান-বাহন শাখাৰ আৰক্ষীয়ে বিভিন্ন স্থানত বৰ্ধিত যান-জঁটৰ সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ বহুসংখ্যক স্বয়ংক্ৰিয় ট্ৰেফিক লাইট স্থাপন কৰিছিল যদিও অধিকাংশই...

Read moreDetails

অতি শীঘ্ৰে ত্ৰিপুৰাৰ ১,৪১,৬২৫ লোকলৈ বিদ্যুৎ সংযোগৰ ব্যৱস্থা

প্ৰধানমন্ত্ৰীৰ সৌভাগ্য আঁচনিৰ জৰিয়তে ত্ৰিপুৰাৰ প্ৰায় ১,৪১,৬২৫ লোকক বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰি দিব কেন্দ্ৰীয় চৰকাৰে।— এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয়...

Read moreDetails

ডিব্ৰুগড়ত আৰম্ভ আন্তঃজিলা দ্বিতীয় ৰেংকিং বেডমিণ্টন

বৃহস্পতিবাৰৰ পৰা ডিব্ৰুগড়ত আৰম্ভ হৈছে সদৌ অসম আন্তঃজিলা দ্বিতীয় ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা। অসম বেডমিণ্টন সন্থাৰ তত্ত্বাৱধানত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া...

Read moreDetails

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ

অসমৰ জাতীয় জীবনক অন্ধকাৰৰ গহ্বৰত ৰাখি হিন্দু বাংলাদেশীক সংস্থাপিত কৰিব বিচৰা বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতাৰে অসম...

Read moreDetails

ভাৰতক পুনৰ ব্ৰহ্মপুত্ৰৰ জল সম্পৰ্কীয় তথ্য আগবঢ়ালে চীনে

ভাৰতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অৱশেষত চীনে মহাবাহু ব্ৰহ্মপুত্ৰৰ জল সম্পৰ্কীয় তথ্য প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। আগন্তুক বাৰিষা আৰম্ভ হোৱাৰ...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আাছাই প্ৰেৰণ কৰিব ১৫৫খন স্মাৰক-পত্ৰ

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ ‘আছা’ৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ৰাজা কুজুৰৰ পৌৰোহিত্যত ডুমডুমা শাখা সাহিত্য সভা প্ৰেক্ষাগৃহত ১৬...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰৰ দাবীত বটদ্ৰৱাৰ দলংঘাটত অগপৰ গণ স্বাক্ষৰ অভিযান

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰুদ্ধে ৰাজ্যজুৰি দল-সংগঠন, শিল্পী-সাহিত্যিককে ধৰি সৰ্বসাধাৰণ লোক প্ৰতিবাদ মুখৰ হৈ থকাৰ সময়তে বৃহস্পতিবাৰে অসম গণ পৰিষদ...

Read moreDetails
Page 5615 of 6193 1 … 5,614 5,615 5,616 … 6,193

Stay Connected

Recent News