উত্তৰ-পূব

কামেং জলবিদ্যুৎ প্ৰকল্পত ফাট : অধ্যয়ন নোহোৱা পৰ্যন্ত কাম বন্ধ ৰখাৰ দাবী আছুৰ

কামেং জলবিদ্যুৎ প্ৰকল্পত ফাট মেলাৰ বাতৰিত সদৌ অসম ছাত্ৰ-সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। বিজ্ঞানসন্মতভাৱে অধ্যয়ন নকৰাকৈ কাম কৰাৰ ই এক...

Read moreDetails

৩০ মে’ৰ ভিতৰত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল চলিত মাহতেই ঘোষণা কৰা হ’ব। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁয়ে শুকুৰবাৰে...

Read moreDetails

এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ চেষ্টা কৰা এজন বাংলাদেশীক কৰিমগঞ্জত গ্ৰেপ্তাৰ

এন আৰ চিত বাংলাদেশীয়ে নাম অন্তৰ্ভুক্ত কৰিবলৈ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে। তেনে এক ষড়যন্ত্ৰ সফল কৰিবলৈ আহি কৰিমগঞ্জত গ্ৰেপ্তাৰ হ’ল ৰবিউল...

Read moreDetails

পদপথৰ ব্যৱসায়ীৰ জীৱিকা আৰু সামাজিক নিৰাপত্তাৰ অধিকাৰ সুৰক্ষাৰ পক্ষত নাগালেণ্ডৰ ৰাজ্যপাল

নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্যই পদপথৰ ব্যৱসায়ী আইন, ২০১৪ৰ ওপৰত প্ৰসংগ আনি কৈছে যে তেওঁলোকৰ জীৱিকা আৰু সামাজিক নিৰাপত্তাৰ অধিকাৰ ৰক্ষা...

Read moreDetails

কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব ভিলেজ ৰকষ্টাৰ্ছ

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰা অসমীয়া চলচ্চিত্ৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’ আন চাৰিখন আঞ্চলিক চলচ্চিত্ৰৰ সৈতে এই বৰ্ষৰ কান...

Read moreDetails

এবছুৰ আন্দোলনৰ আঁৰত বিজেপি : হাগ্ৰামা মহিলাৰী

মুছলপুৰত শুকুৰবাৰে  সংবাদমাধ্যমৰ আগত বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী মিত্ৰজোঁট চৰকাৰৰ প্ৰধান দল বিজেপি আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতি আক্ৰমণাত্মক...

Read moreDetails

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল ধুমুহা-বৰষুণৰ আগজাননী বতৰ বিজ্ঞানৰ

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনতো প্ৰবল ধুমুহা-বৰষুণৰ আগজাননী দিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। ধূলি-ধুমুহা-বৰষুণে ৰাজস্থান আৰু উত্তৰ প্ৰদেশত বিভীষিকাৰ সৃষ্টি কৰাৰ...

Read moreDetails

অসম শক্তি বিতৰণ কোম্পানিত ব্যক্তিগতকৰণ নচলিব : চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ শ্ৰমিক সংস্থাৰ

অসম শক্তি বিতৰণ নিগম লিমিটেড ( APDCL )ৰ অধীনৰ ১৭টা মণ্ডলৰ ৪৭টা উপ-আস্থান (sub-station) ব্যক্তিগতকৰণ কৰাৰ বাবে অসম চৰকাৰে লোৱা...

Read moreDetails

ইম্ফলত সীমা শুল্ক বিভাগৰ দ্বাৰা ১ লাখ নিষিদ্ধ টেবলেট জব্দ : এজন লোকক গ্ৰেপ্তাৰ

মণিপুৰৰ সীমা শুল্ক বিভাগৰ চোৰাং কাৰবাৰ বিৰোধী গোটৰ এছ পিৰ নেতৃত্বত যোৱা বিষয়াৰ এটা দলে আজি আৰ ছেৱেন (R7) নামৰ...

Read moreDetails

গুৱাহাটীত সকলো আছিয়ান দেশৰ বাণিজ্য দূতাৱাস মুকলি কৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজক আৰ্জি মুখ্য মন্ত্ৰীৰ

আজি এটা গুৰুত্বপূৰ্ণ পদক্ষেপত ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজক সাক্ষাৎ কৰি গুৱাহাটীত আছিয়ান...

Read moreDetails
Page 5669 of 6193 1 … 5,668 5,669 5,670 … 6,193

Stay Connected

Recent News