উত্তৰ-পূব

নাগা শান্তি চুক্তিয়ে এক ইঞ্চিও ইফাল-সিফাল নকৰে কোনো ৰাজ্যৰে সীমা; আলোচনা ৰাজনৈতিক সমাধানৰ, সীমা পুনৰ্নিৰ্ধাৰণৰ নহয় : ৰিজিজু

নাগা শান্তি (Naga Peace) চুক্তিয়ে অসমৰ লগতে উত্তৰ-পূবৰ কোনো ৰাজ্যৰে ভৌগোলিক অখণ্ডতা খৰ্ব নকৰে। আজি ৭ এপ্ৰিলত গুৱাহাটীত এক সংবাদমেলত...

Read moreDetails

বিশ্বনাথৰ কেটলা চাহ বাগিচাত জঘন্য হত্যাকাণ্ড, এজনক আটক

বিহালীৰ বৰগাং আৰক্ষী থানাৰ অন্তৰ্গত কেটেলা চাহ বাগিচাৰ ৪ নং লাইনত কালি নিশা সংঘটিত এক জঘন্য হত্যাকাণ্ডৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ...

Read moreDetails

সোণালী জয়ন্তী বৰ্ষ উদযাপনত অসম কৃষি বিশ্ববিদ্যালয়ৰ বৈষম্যৰ মনোভাব

  সোণালী জয়ন্তীবৰ্ষ কাৰ্য্যসূচী উলহ-মালহেৰে উদযাপন কৰি থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাট আৰু খানাপাৰাৰ প্ৰতিষ্ঠানৰ মাজত এই কাৰ্য্যসূচী আয়োজনৰ ক্ষেত্ৰত...

Read moreDetails

অসম বিধানসভাৰ ৮১ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ গ্ৰহণ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

'গৰিষ্ঠ সংখ্যক জনসাধাৰণে ৰাজনীতি আৰু ৰাজনৈতিক নেতা সকলৰ প্ৰতি নেতিবাচক ধাৰণা পোষণ কৰে। সেয়েহে নিৰ্বাচিত জনপ্ৰতিনিধিসকল জনসাধাৰণৰ এই ধ্যান ধাৰণা...

Read moreDetails

পশ্চিম কাৰ্বি আংলঙৰ পৰা কে পি এল টি আলোচনা বিৰোধী গোটৰ ৪জন কেডাৰ আটক

কালি নিশা সেনাৰ ৰে'ড হ'ৰ্নছ ডিভিজন আৰু আৰক্ষীৰ যুটীয়া অভিযানত কাৰ্বি পিপ'লছ লিবাৰেশ্যন টাইগাৰৰ আলোচনা বিৰোধী গোটৰ ৪জন কেডাৰক আটক কৰা হয়।...

Read moreDetails

আন্তঃৰাষ্ট্ৰীয় মোকাম্বিকা ৰাইচ-ফুড গ্ৰেইনচ টেকনো এক্সপ’ উদ্বোধন মুখ্য মন্ত্ৰী সোণোৱালৰ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে মণিৰাম দেৱান  অন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত অসমত প্ৰথম বাৰৰ বাবে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় মোকাম্বিকা ৰাইচ আৰু...

Read moreDetails

পঞ্চভূতত বিলীন ‘ভাইমন দা’ : মুখাগ্নি কৰি জুবিনে ক’লে ‘দুখটো অনুভৱ কৰিব পাৰি, বুজাব নোৱাৰি’

সকলোকে কন্দুৱাই গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত পঞ্চভূতত বিলীন হ’ল ‘ভাইমন দা’ ৰূপে জনপ্ৰিয় একাধাৰে চলচ্চিত্ৰ পৰিচালক, অভিনেতা, নাট্যকাৰ মুনিন বৰুৱা। শনিবাৰে...

Read moreDetails

কমনৱেল্‌থ গেইমছ : দেওবাৰে ভাৰতৰ হৈ বক্সিং ৰিঙত নামিব উত্তৰ-পূবৰ দুই বীৰাংগনা মেৰী কম আৰু লাভলীনা

অষ্ট্ৰেলিয়াৰ গ'ল্ড কষ্টত চলিত কমনৱেল্‌থ গেইমছত দেওবাৰে (৮ এপ্ৰিলত) কাইলৈ বক্সিং ৰিঙত ভাৰতৰ হৈ নামিব বিখ্যাত বক্সাৰ মণিপুৰৰ মেৰী কম...

Read moreDetails

কাজিৰঙাৰ কাষৰীয় গাঁও আৰু চাপৰিৰ ১৫ হেজাৰ পশুধনক চবকা ৰোগ প্ৰতিষধক প্ৰদান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কাষৰীয় গাঁও বোৰৰ পশু ধনৰ চিকিৎসা অতি প্ৰয়োজনীয় ৷ সেয়েহে কাজিৰঙাৰ কৰ্তৃপক্ষই প্ৰত্যেক বছৰেই...

Read moreDetails

কমনৱেল্‌থ গেইমছ : মণিপুৰৰ আন এগৰাকী খেলুৱৈ চৰিতা দেৱী কোৱাৰ্টাৰ ফাইনেলত

চলিত কমনৱেল্‌থ গেইমছত ভাৰতক জিলিকাই ৰাখিছে মণিপুৰৰ মহিলাই। এই পৰ্য্যন্ত ভাৰতে পোৱা পাঁচটা স্বৰ্ণপদকৰ দুটাই আনি দিছে মণিপুৰৰ মহিলা খেলুৱৈয়ে।...

Read moreDetails
Page 5772 of 6193 1 … 5,771 5,772 5,773 … 6,193

Stay Connected

Recent News