উত্তৰ-পূব

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাব্য তালিকাত মাজুলী, শুৱালকুছি

অসমবাসীৰ বাবে এক সুখবৰ। ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাব্য তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমীয়া সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ হিচাপে...

Read moreDetails

পুনৰ অনুষ্ঠিত নহয় চিবিএছইৰ গণিতৰ পৰীক্ষা : পৰিষদৰ ঘোষণা

সদ্যসমাপ্ত চিবিএছচিৰ দশমমান শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে সু-খবৰ। উল্লেখযোগ্য যে চেণ্ট্ৰেল ব’ৰ্ড অব ছেকেণ্ডাৰি এডুকেশ্যন (চি বি...

Read moreDetails

ভাৰাতীয়া শিক্ষকেৰে পাঠদান কৰাই ৰঙাঘৰত প্ৰধান শিক্ষকসহ ৩ শিক্ষক

টেট শিক্ষকৰ পৰা ভাৰ-ভেটী খাই ভাৰাতীয়া শিক্ষকেৰে শিক্ষাদান কৰাই, সম্প্ৰতি ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছে এজন প্ৰধান শিক্ষক। লগতে গ্ৰেপ্তাৰ হৈছে...

Read moreDetails

এনআৰচিক লৈ বিতৰ্কিত মন্তব্য : আৰএছএছৰ নেতা শংকৰ দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবী কংগ্ৰেছৰ

অসমৰ খিলঞ্জীয়া জনগনৰ একমাত্ৰ ৰক্ষাকৱচ হিচাপে বিবেচিত এনআৰচি সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা আৰএছএছৰ নেতা শংকৰ দাসৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক সৰ্বানন্দ সোণোৱালক...

Read moreDetails

‘এন আৰ চিত এফালৰ পৰা সোমাইছে বাংলাদেশী মুছলমানৰ নাম’ : বিধায়ক শিলাদিত্য দেব

সংবাদ মাধ্যমৰ সন্মুখত সঘনাই বিতৰ্কিত মন্তব্য প্ৰদান কৰি থকা হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেবে আজি পুনৰ সংবাদ মাধ্যমৰ সন্মুখত বিস্ফোৰিত...

Read moreDetails

প্ৰফুল্ল গোবিন্দ বৰুৱাসহ উত্তৰ- পূবৰ তিনিগৰাকী ব্যক্তিয়ে গ্ৰহণ কৰিলে পদ্মশ্ৰী সন্মান

যোৱা সোমবাৰে উত্তৰ- পূৰ্বাঞ্চলৰ তিনিগৰাকী বৰণ্যে ব্যক্তিয়ে দেশৰ ৰাজধানী নতুন দিল্লীত গ্ৰহণ কৰিলে সন্মানীয় পদ্মশ্ৰী সন্মান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, উপ...

Read moreDetails

মুখ্য মন্ত্ৰী-জলসম্পদ মন্ত্ৰীৰ নিৰ্দেশৰ পিছতো উন্মুক্ত অৱস্থাতে ৰ’ল নলবাৰীৰ মৰাপাগলাদিয়া নদীৰ ভগ্ন মথাউৰি

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু জলসম্পদ মন্ত্রী কেশৱ মহন্তই মার্চ মাহৰ ভিতৰত ৰাজ্যৰ সকলো ভগ্ন মথাউৰি নির্মাণৰ অন্তিম সীমা বান্ধি দি...

Read moreDetails

বাৰিষা সমাগত : নৌকা নিৰ্মাণত ব্যস্ত মাজুলীৰ নৌকা শিল্পী

বাৰিষালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। সেয়ে বানৰ সৈতে মোকাবিলা কৰিবলৈ মাজুলীবাসীৰ একমাত্ৰ তথা অন্যতম সাৰথি হাত নাও সমূহ নিৰ্মাণ...

Read moreDetails

ছিকিমত পেৰাগ্লাইডিং, মাউণ্টেইন বাইকিঙৰ জৰিয়তে পৰ্যটকক আকৰ্ষণৰ চেষ্টা

দক্ষিণ ছিকিমে দুঃসাহসিক ক্ৰীড়াৰ প্ৰসাৰেৰে অঞ্চলটোলৈ পৰ্যটকৰ আগমন বৃদ্ধিৰ পৰিকল্পনা গ্ৰহণ কৰিছে।সেই উদ্দেশ্য আগত লৈয়ে মঙলবাৰে দক্ষিণ ছিকিমৰ টেমিত আনুষ্ঠানিকভাৱে...

Read moreDetails

তেজপুৰত চাৰিদিন পূৰ্বে হত্যা কৰা মহিলাৰ মৃতদেহ শৌচাগাৰৰ টেংকীৰ পৰা উদ্ধাৰ

ৰাজ্যখনত হত্যা, ধৰ্ষণকে ধৰি নাৰীজনিত অপৰাধ ধাৰাবাহিকভাৱে সংঘটিত হৈ থকাৰ সময়তে মঙলবাৰে পুৱা এগৰাকী মহিলাৰ মৃতদেহ শৌচাগাৰৰ টেংকীৰ পৰা উদ্ধাৰ...

Read moreDetails
Page 5791 of 6194 1 … 5,790 5,791 5,792 … 6,194

Stay Connected

Recent News