উত্তৰ-পূব

শোণিতপুৰ জিলাৰ ৰঙাপাৰত অবৈধ সুৰাৰ সৈতে দুজনক আটক

শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ আবকাৰী বিভাগৰ বিষয়াই শুকুৰবাৰে চাৰিদুৱাৰ আৰক্ষী থানাৰ অধীনৰ দুজন লোকৰ পৰা আই এম এফ এল/বীয়েৰৰ ৬০ টা...

Read moreDetails

গোৱালপাৰাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ : বিকল্প পথটোও বন্ধ হোৱাৰ উপক্ৰম

গোৱালপাৰা জিলাৰ কৃষ্ণাই নৈৰ দলঙত ফাট মেলাৰ পিছত জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দলঙৰ ওপৰেৰে যাতায়াত বন্ধ কৰি দিয়াত...

Read moreDetails

বিজেপি দলৰ মন্ত্রী বিধায়কে সাধাৰণ শিষ্টাচাৰৰ পাঠ লওক : প্ৰদেশ কংগ্ৰেছ

বৃহস্পতিবাৰে অসম বিধানসভাৰ মজিয়াত অসম মহিলা বিশ্ববিদ্যালয় প্ৰসংগত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাজত তৰ্ক...

Read moreDetails

বিশ্বনাথত দুদিনীয়া টাই কোৱানডো প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি

বৃহস্পতিবাৰৰ পৰা  দুদিনীয়াকৈ  বিশ্বনাথ চাৰিআলিৰ "চেম্পিয়নছ মেকাৰ একাডেমী"ত অনুষ্ঠিত হোৱা টাই কোৱান-ডোৰ প্ৰশিক্ষণ শিবিৰৰ শুকুৰবাৰে সফল সামৰণি পৰে। ৰাষ্ট্ৰীয় পৰ্যায়ত...

Read moreDetails

ৰীমা দাসৰ বিশ্বজুৰি প্ৰশংসিত অসমীয়া চিনে’মা ‘ভিলেজ ৰকষ্টাৰ্ছ’ ১৫ এপ্ৰিলত প্ৰদৰ্শিত হ’ব ইণ্ডিয়ান ফিল্ম ফেস্তিভেল অৱ লছ এঞ্জেলছত

অসমৰ ৰীমা দাসৰ বিশ্বজুৰি প্ৰশংসিত চিনে’মা ‘ভিলেজ ৰকষ্টাৰ্ছ’ অহা ১৫ এপ্ৰিলৰ সন্ধিয়া ৭ বজাত প্ৰদৰ্শিত হ’ব ১৬ সংখ্যক বাৰ্ষিক ইণ্ডিয়ান ফিল্ম...

Read moreDetails

মঙলদৈত প্ৰতিশ্ৰুতিৰ বন্যা শিক্ষা মন্ত্ৰীৰ : ৰাজ্যত ৮খন নতুন মহিলা মহাবিদ্যালয় স্থাপনৰ কথা ঘোষণা

শুকুৰবাৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলদৈৰ মহিলা আৰু শিক্ষাৰ্থীসকলৰ মংগলৰ হকে এলানি আঁচনি প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰে। বিজেপিৰ...

Read moreDetails

বিশ্বনাথত সাংবাদিক তৰুণ শইকীয়াক ‘সদস্য বৰেণ্য’ সন্মান প্ৰদান অসমীয়া সাহিত্য সন্মিলনীৰ

শুকুৰবাৰে  বিশ্বনাথ মহাবিদ্যালয়ৰ সভাকক্ষত অসমীয়া সাহিত্য সন্মিলনীৰ  উদ্যোগত অনুষ্ঠিত এখন বিশেষ সভাত বিশ্বনাথৰ বিশিষ্ট নাট্যকাৰ, সাংবাদিক তৰুণ শইকীয়াক 'সদস্য বৰেণ্য'...

Read moreDetails

কেৰালাৰ বিৰুদ্ধে ছেমি ফাইনেলত পৰাজয়েৰে সন্তোষ ট্ৰফিৰ পৰা বিদায় মিজোৰামৰ

কেৰালাৰ বিৰুদ্ধে ছেমি ফাইনেলত পৰাজয়েৰে সন্তোষ ট্ৰফিৰ পৰা বিদায় লৈছে মিজোৰামে। বিকল্প খেলুৱৈ ভি কে’ আফদলে দিয়া একমাত্ৰ গ’লটোৰ জড়িয়তে...

Read moreDetails

পশ্চিম অসমত বজ্ৰপাতত ৫ বছৰীয়া শিশু নিহত, ৬ জন আহত

শুকুৰবাৰে কোকৰাঝাৰ আৰু চিৰাঙত বজ্ৰপাতত এটি ৫ বছৰীয়া শিশু নিহত হোৱাৰ লগতে আন ৬ জন ব্যক্তি গুৰুতৰভাৱে আহত হয়। আঞ্চলিক...

Read moreDetails

প্ৰচণ্ড শিল বৰষুণে বহুতৰে ঘৰ-দুৱাৰৰ ক্ষতি কৰিলে মেঘালয়ৰ পশ্চিম খাচি পাহাৰ জিলাত

মেঘালয়ত আজি প্ৰচণ্ড শিল বৰষুণে বহু ঠাইত বিভিন্ন ধৰণৰ ক্ষতি কৰাৰ লগতে স্বাভাৱিক জনজীৱন ব্যাহত কৰে। আজি আবেলিৰ সময়ত ধুমুহাৰ...

Read moreDetails
Page 5805 of 6194 1 … 5,804 5,805 5,806 … 6,194

Stay Connected

Recent News