উত্তৰ-পূব

ভাৰত-পাকিস্তানৰ ৭১ৰ যুদ্ধত মৃত্যু হোৱা বুলি ভবা সৈনিকে ৪৭ বছৰৰ পিছত গ্ৰহণ কৰিলে সম্বৰ্ধনা

আচৰিত হ’লেও সত্য যে ভাৰত-পাকিস্তানৰ ৭১ৰ যুদ্ধত মৃত্যু হোৱা বুলি ভাবি পৰিয়ালৰ লোক সকাম-নিকাম কৰি পেলোৱা এজন সৈনিকে ৪৭ বছৰৰ...

Read moreDetails

জুন-জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বগীবিল দলঙৰ নিৰ্মাণৰ কাম : ৰে’ল বিভাগৰ মুখ্য অভিযন্তা মহেন্দ্ৰ সিঙ

শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি থকা বগীবিল দলংখন আগবাঢ়িছে সম্পূৰ্ণ দিশত। অহা জুন-জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব দলঙৰ নিৰ্মাণৰ কাম।...

Read moreDetails

গুৱাহাটীলৈ প্ৰাকৃতিক গেছ পাইপলাইন সম্প্ৰসাৰিত কৰাত সেউজ সংকেত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ নিয়ন্ত্ৰক পৰিষদৰ

য়ুনিয়ন পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে জনাইছে যে পেট্ৰলিয়াম এণ্ড নেছাৰেল গেছ ৰেগুৰেটৰী ব'ৰ্ডে গেছ অথৰিটি অৱ ইণ্ডিয়া লিমিটেডৰ দ্বাৰা গুৱাহাটীলৈ...

Read moreDetails

বিহুৰ পাছতেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন : ঘোষণা নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ বৰাৰ

পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে ৰাজ্যিক নিৰ্বাচনী আয়োগ। বিহুৰ ঠিক পাছতে অসমত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। এই কথা...

Read moreDetails

৯ গৰাকী সাংবাদিকলৈ জি এন আৰ চি মিডিয়া ফেল’শ্বিপ

গুৱাহাটী মহানগৰীত থকা জি এন আৰ চি চিকিৎসালয়ে আগবঢ়োৱা মিডিয়া ফেল’শ্বিপ ২০১৮ লাভ কৰা ৯ গৰাকী সাংবাদিকৰ নাম ঘোষনা কৰা...

Read moreDetails

কৃষক নেতা অখিল গগৈয়ে অৰ্কিড পাৰ্কৰ নামত চলাই আছে ব্যাপক দুৰ্নীতি : দুলাল বৰা

আজি পুনৰ দিচপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি আৰ টি আই কৰ্মী দুলাল বৰাই অখিলক গগৈৰ বিৰুদ্ধে সৰৱ হৈ...

Read moreDetails

ৰাজ্যৰ ৫০০খন খেলপথাৰ উন্নয়নৰ বাবে ব্যয় কৰা হ’ব ২০ লাখ টকা : মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

'ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ ক্ৰীড়া প্ৰতিভাসমূহ বিকশাই তোলাৰ বাবে ৰাজ্য চৰকাৰে ৫০০ খন খেলপথাৰ উন্নয়ন সাধনৰ বাবে প্ৰতিখনৰ বাবদ ২০ লাখ টকাকৈ...

Read moreDetails

হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যত প্ৰতিবাদী অনশন মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ; বিশ্ববিদ্যালয়খনৰ ডিগ্ৰীৰ মূল্য নাই বোলাত ছাত্ৰীৰ হাহাকাৰ

অসম মহিলা বিশ্ববিদ্যালয়ে প্ৰদান কৰা ডিগ্ৰীসমূহৰ কোনো মূল্য নাই বোলাকে ধৰি বিশ্ববিদ্যালয়খনক লৈ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰি অহা...

Read moreDetails

অইলৰ গৌৰৱময় ৬০ বছৰীয়া উদযাপন অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দৰ অংশ গ্ৰহণ

'নাহৰকটীয়াৰ ১ নং তৈল খাদৰ পৰাই অইলে ৬০ বছৰৰ পূৰ্বে যাত্ৰা অৰম্ভ কৰিছিল। সেই সময়ৰ পৰাই অইলে ৰাজ্যখনৰ বিকাশত গুৰুত্বপূৰ্ণ...

Read moreDetails

অৰুণাচলী য়াকৰ উন্নত মানৰ ঊণে বঢ়াব য়াক পালকৰ উপাৰ্জন

অৰুণাচলৰ য়াক পালকসকলৰ বাবে এটা ভাল খবৰ। সদ্যহতে য়াকৰ নোম আৰু মৰাপাতৰ আঁহ মিহলাই এবিধ উন্নত মানৰ ঊণৰ বিকাশ সাধন...

Read moreDetails
Page 5850 of 6194 1 … 5,849 5,850 5,851 … 6,194

Stay Connected

Recent News