উত্তৰ-পূব

উত্তৰ ছিকিমৰ দুটা অঞ্চলৰ মাজত সংযোগৰ লক্ষ্যৰে উদ্বোধন এখন দলং

দুবছৰৰ অপেক্ষাৰ অন্তত চাকিয়িং-পেনটং আৰু টিংভং গাওঁ পঞ্চায়ত দুখনৰ মাজত পুনৰ চলিল যান-বাহন। উত্তৰ ছিকিমৰ উজনি জংগুৰ ছিয়ক ভিৰত মণ্টম...

Read moreDetails

মণিপুৰত স্থাপন হ’ব উত্তৰ -পূবৰ প্ৰথমটো জৈৱ-সম্পদ গৱেষণা কেন্দ্ৰ

জৈৱ-সম্পদ আৰু বহনক্ষম বিকাশ প্ৰতিষ্ঠানৰ (আই বি এছ ডি) উদ্যোগত মণিপুৰত এটি জৈৱ-সম্পদ গৱেষণা কেন্দ্ৰ এটি স্থাপন কৰা হ’ব। ইম্ফলৰ উত্তৰে...

Read moreDetails

অৰুণাচল প্ৰদেশৰ বাজেটত সামাজিক সুৰক্ষামূলক আঁচনিক অগ্ৰাধিকাৰ

সদ্যসমাপ্ত অৰুণাচল প্ৰদেশৰ বাজেট অধিবেশনত নাগৰিকৰ হিতৰ উদ্দ্যেশ্য সামাজিক সুৰক্ষামূলক আঁচনিক গুৰুত্ব দিছে পেমা খাণ্ডু চৰকাৰে। সেই অনুসৰি মুখ্যমন্ত্ৰী খাণ্ডুৱে...

Read moreDetails

কাৰ্বি আংলঙৰ খেৰণিত পুনৰ বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ

কাৰ্বি আংলং জিলাৰ খেৰণিত পুনৰ এটি বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ ঘটনাই পাহাৰীয়া জিলাখনৰ জনসাধাৰণৰ লগতে বন্যপ্ৰাণী প্ৰেমীৰ মাজত প্ৰতিক্ৰিয়াৰ সষ্টি...

Read moreDetails

ত্ৰিপুৰাৰ বিপ্লব কুমাৰ দেৱ চৰকাৰৰ পৰামৰ্শদাতা কেন্দ্ৰীয় সম্পাদক ৰাম মাধৱ

অহা ১৮ মাৰ্চত ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱ দলৰ বিশেষ কাৰ্যক্ৰমনিকাৰ বাবে উপস্থিত হ’ব ত্ৰিপুৰাত। উল্লেখ্য যে...

Read moreDetails

নিজৰ অধিকাৰ বিচাৰি বিটিচি প্ৰশাসনক ৩১ মাৰ্চৰ সময়সীমা বান্ধি দিলে গোৰ্খা সংগঠনে

অ-জনজাতিসকলৰ ভূমিৰ অধিকাৰক লৈ বিটিচি প্ৰশাসনে সৃষ্টি কৰা বিতৰ্কৰ এতিয়াও অৱসান ঘটা নাই ৰাজ্যখনৰ বড়ো অধ্যুষিত বিটিএডি অঞ্চলত। ভূমি অধিকাৰ...

Read moreDetails

পৰম্পৰাগত ৰঙ-ৰূপেৰে ৰঙালী বিহু উদযাপনৰ বাবে সাজু হৈ উঠিছে নামৰূপ

ৰঙালী বিহু উদযাপনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনৰ অতি গুৰুত্বপূৰ্ণ উৎসৱটোৰ বাবে প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে সমগ্ৰ অসম।...

Read moreDetails

অস্ত্ৰ-সস্ত্ৰ সহিতে পশ্চিম ত্ৰিপুৰা আৰক্ষীৰ জালত তিনিজন কুখ্যাত অপৰাধী

ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা ত্ৰিপুৰা আৰক্ষী অপৰাধমূলক কাৰ্যৰ অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে। আৰক্ষীৰ অভিযানত নিতৌ জালত...

Read moreDetails

বাল্যবিবাহ : মাতব্বৰ-গাঁওবুঢ়াসহ ৪জন লোকক আটক লতাশিল আৰক্ষীৰ

একাংশ এলান্ধুকলীয়া চিন্তাধাৰাৰ লোকৰ বাবে এতিয়াও বাল্যবিবাহৰ দৰে কুসংস্কাৰৰ পৰা মুক্ত হ’ব পৰা নাই অসম। বাল্যবিবাহক অপৰাধ হিচাপে গণ্য কৰা...

Read moreDetails

দেৱজিৎ ভূঞা সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়ন ডিব্ৰুগড় ক্ৰিকেট ক্লাব

নামৰূপস্থিত গান্ধী ময়দানত অনুষ্ঠিত দেৱজিৎ ভূঞা সোঁৱৰণী সদৌ অসম ক্ৰিকেট প্ৰতিযোগিতাত ডিব্ৰুগড়  ক্ৰিকেট ক্লাব আৰু শিৱসাগৰ ফিনিক্স ক্ৰিকেট দলৰ মাজত...

Read moreDetails
Page 5868 of 6194 1 … 5,867 5,868 5,869 … 6,194

Stay Connected

Recent News