উত্তৰ-পূব

অসমৰ ধুবুৰী জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনা

অসমত চৰকাৰ আৰু বেচৰকাৰী সংস্থাসমূহে মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধ কমাবলৈ নানা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি অহা স্বত্তেও যে সফল...

Read moreDetails

বিশিষ্ট পৰিবেশ কৰ্মী পুৰ্ণিমা দেৱী বৰ্মনলৈ নাৰী শক্তি পুৰস্কাৰ ২০১৭ৰ সন্মান

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনটোতে আজি ৰাজ্যবাসীৰ বাবে এটি সুখবৰ। অসমৰ বিশিষ্ট পৰিবেশ কৰ্মী পুৰ্ণিমা দেৱী বৰ্মনক নাৰী শক্তি পুৰস্কাৰ ২০১৭ৰ...

Read moreDetails

বাংলাদেশ-ম্যানমাৰ সীমান্তত হাতীৰ গচকত প্ৰাণ হেৰুৱালে কমেও ১০জন ৰহিংগীয়া শৰণাৰ্থীয়ে

খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ গচকত বাংলাদেশ-ম্যানমাৰ সীমান্তত বিগত কেইটামান দিনত অতি কমেও ১০ জনকৈ ৰহিংগীয়া শৰণাৰ্থীয়ে প্ৰাণ...

Read moreDetails

কমনৱেল্থ গেমছৰ বাবে সাজু উত্তৰ-পূবৰ তিনিগৰাকী মহিলা বক্সাৰ

৪ এপ্ৰিলৰ পৰা অষ্ট্ৰেলিয়াৰ গ’ল্ড কোষ্টত অনুষ্ঠিত হ’বলগীয়া কমনৱেল্থ গেমছ প্ৰতিযোগিতাৰ বাবে ঘোষণা কৰা ভাৰতীয় বক্সিং দলক নেতৃত্ব দিব মহিলা...

Read moreDetails

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰূপে প্রথমবাৰলৈ ৰাজহুৱা স্থানত শপত গ্ৰহণ নেইফিঅ’ ৰিঅ’ৰ

কহিমাৰ এখন স্থানীয় খেলপথাৰত আজি ৰাজহুৱাভাৱে নাগালেণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে নেইফিঅ’ ৰিঅ’ই। কাৰ্যত ৰাজভৱনৰ বাহিৰৰ ৰাজহুৱা স্থানত...

Read moreDetails

১৬ মাৰ্চত প্ৰধান মন্ত্ৰী মোদীৰ মণিপুৰ ভ্ৰমণ, কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ সম্ভাৱনা

১৬ মাৰ্চত মণিপুৰলৈ আহিবলগীয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনত নিৰ্মাণ হ'বলগীয়া ১০০০ অংগনবাড়ি কেন্দ্ৰৰ বাবে আধাৰশিলা স্থাপন কৰিব। মণিপুৰ বিশ্ববিদ্যালয়ৰ...

Read moreDetails

মেঘালয়ত অৰ্থনৈতিকভাৱে অনগ্ৰসৰ মহিলাৰ বাবে গাড়ী চালনাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

মুখ্যত: নাৰী সবলীকৰণৰ লক্ষ্য আগত লৈয়ে অৰ্থনৈতিকভাৱে অনগ্ৰসৰ মহিলাৰ বাবে মেঘালয়ত বুধবাৰৰ পৰা গাড়ী চালনাৰ প্ৰশিক্ষণ কেন্দ্ৰ এটা মুকলি কৰা...

Read moreDetails

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীৰূপে দায়িত্ব লোৱাৰ পূৰ্বে ভগৱানৰ আশিস ল’লে বিপ্লব কুমাৰ দেবে

৯ মাৰ্চত নতুন চৰকাৰৰ মুখ্য মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিবলগীয়া তথা ত্ৰিপুৰা ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) অধ্যক্ষ বিপ্লব কুমাৰ দেবে নতুন...

Read moreDetails

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ ২ শতাংশ বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে এক সুখবৰ। নৰেন্দ্ৰ মোডী কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰী তথা পেন্সনাৰ সকলৰ মৰগীয়া বানচ ২ শতাংশ...

Read moreDetails

সুদীৰ্ঘ ১৫ বছৰ মুখ্য মন্ত্ৰী হোৱাৰ পিছত বিৰোধী দলক নেতৃত্ব দিয়াৰ বাবে সাজু মাণিক সৰকাৰ

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মাণিক সৰকাৰ ৰাজখনৰ নৱগঠিত বিধান সভাখনত বিৰোধী দলৰ নেতা হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ বাবে সাজু হৈছে...

Read moreDetails
Page 5895 of 6194 1 … 5,894 5,895 5,896 … 6,194

Stay Connected

Recent News