উত্তৰ-পূব

মজুৰি বৃদ্ধিৰ দাবী: ২৭ ফেব্ৰুৱাৰিত বাগিচা বন্ধৰ আহ্বান অসম চাহ মজদুৰ সংঘৰ

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত অহা ২৭ ফেব্ৰুৱাৰিত বাগিচা বন্ধৰ আহ্বান জনাইছে অসম চাহ মজদুৰ সংঘই। শনিবাৰে এই সন্দৰ্ভত ডিব্ৰুগড়স্থিত...

Read moreDetails

মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ আকস্মিক মৃত্যুত ম্ৰিয়মাণ উত্তৰ পূৰ্বাঞ্চলবাসী

অভিনয়-নৃত্যৰ অপূৰ্ব দক্ষতাৰে বিগত প্ৰায় কেইবাটাও দশকজুৰি ভাৰতীয় চিনেপ্ৰেমীক মোহাৱিষ্ট কৰি ৰখা বলিউডৰ মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ অকাল মৃত্যুৱে শোকাভিভূত কৰি...

Read moreDetails

ষাঠি শতাংশ পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ পানী হ্ৰাস পাব বুলি নিটি আয়োগৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য

অসমীয়া জাতিৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰলৈ গভীৰ সংকট নামি অহাৰ আশংকাই দেখা দিছে। চীনৰ অভিসন্ধি নহয়,  প্ৰাকৃতিক কাৰণতেই ব্ৰহ্মপুত্ৰৰ পানী শুকাই...

Read moreDetails

মংগলদৈত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে উকীল সন্থাৰ শতবাৰ্ষিকী

যোৱা ২৪ ফেব্ৰুৱাৰিৰ পৰা মংগলদৈ উকীল সন্থাৰ শতবাৰ্ষিকী  উদ্‌যাপন তিনিদিনীয়া কাৰ্যসূচীৰে মংগলদৈ আদালত চৌহদত আৰম্ভ হৈছে। শতবাৰ্ষিকীৰ প্রথম দিনা শনিবাৰে...

Read moreDetails

মেঘালয়ৰ বিকাশত এক বাধা হৈছে মুকুল ছাংমা: ৰিজিজু

কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে শনিবাৰে মুকুল ছাংমা নেতৃত্বাধীন মেঘালয়ৰ কংগ্ৰেছ চৰকাৰখনক তীব্ৰ সমালোচনা কৰি অভিযোগ কৰে যে ৰাজ্যখনৰ উন্নয়নৰ...

Read moreDetails

নাগালেণ্ডত শান্তিপূৰ্ণ নিৰ্বাচনৰ আহ্বান ৰাজ্যপাল পি বি আচাৰ্যৰ

অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিতব্য নাগালেণ্ড বিভানসভা নিৰ্বাচন যাতে সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন হয় তাৰ বাবে প্ৰতিটো ৰাজনৈতিক দল, জনসাধাৰণ, নিৰাপত্তাৰক্ষী,...

Read moreDetails

ৰিয়েলিটি শ্ব’ৰ পৰা অব্যাহতি পাপনক : বলীউডৰ একাংশ শিল্পীৰো গৰিহণা

পাপন অংগৰাগ মহন্তই চুম্বন বিতৰ্কৰ বাবে ৰাজহুৱাকৈ ক্ষমা বিচাৰিছে যদিও একাংশ ৰাজনৈতিক নেতাকে ধৰি একাংশ বলীউডৰ শিল্পীয়ে পাপনৰ বিৰুদ্ধে কঠোৰ...

Read moreDetails

বিভিন্ন বিষয়ৰ গ্ৰন্থ প্ৰকাশৰ পদক্ষেপ গ্ৰহণ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিভাগে অসমৰ সাহিত্য জগত তথা বিজ্ঞান জগতৰ মনীষী সকলক জনসাধাৰণৰ কাষ চপাই অনাৰ প্ৰয়াস কৰিছে। ৰাজ্যখনৰ সাহিত্য...

Read moreDetails

ৰাজ্যবাসীয়ে পৰাগ কুমাৰ দাসৰ জন্মদিন উদযাপন কৰি থকা অৱস্থাতে মাকৰ মৃত্যু

১৯৯৬ চনৰ ১৭ মে'ত আততায়ীয়ে গুলীয়াই হত্যা কৰা, অসমৰ স্বাৰ্থত আপোচবিহীনভাৱে কলম চলোৱা নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ জন্মদিন ২৪...

Read moreDetails

সাংবাদিক প্রণয় বৰদলৈক পৰাগ কুমাৰ দাস সাংবাদিকতা বটাঁ প্ৰদান

জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈক শনিবাৰে পৰাগ কুমাৰ দাস সাংবাদিকতা বটাঁ প্ৰদান কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাবত পৰাগ কুমাৰ দাসৰ সতীৰ্থ...

Read moreDetails
Page 5934 of 6194 1 … 5,933 5,934 5,935 … 6,194

Stay Connected

Recent News