উত্তৰ-পূব

মেঘালয়ত শাসকীয় কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ ‘অভিযোগনামা’

মেঘালয়ত আসন্ন বিধানসভাৰ নিৰ্বাচনত ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ভাৰতীয় জনতা দলে কংগ্ৰেছ দলৰ বিৰুদ্ধে এক ‘অভিযোগনামা’ প্ৰকাশ কৰি উলিয়াইছে। কংগ্ৰেছৰ...

Read moreDetails

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দেৰগাওঁ অধিৱেশনৰ আজি তৃতীয় দিন : মুকলি সভাত উপস্থিত থাকিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গোলাঘাট জিলাৰ দেৰগাঁওৰ দাধৰা আহোম পথাৰৰ পণ্ডিত ৰায়বাহাদুৰ গোপিকাবল্লভ সমন্বয় ক্ষেত্ৰত যোৱা বুধবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে চলি থকা শ্ৰীমন্ত শংকৰদেৱ...

Read moreDetails

ডিমৌৰ আহোম ৰাজত্বৰ ঐতিহাসিক ডিমৌ পুখুৰী উদ্ধাৰত ব্যৰ্থ চৰকাৰ প্ৰশাসন

শিৱসাগৰ জিলাৰ ডিমৌত অৱস্থিত আহোম ৰাজত্বকালৰ ঐতিহাসিক ডিমৌ পুখুৰী উদ্ধাৰ আৰু ডিমৌ জান বেদখলমুক্ত কৰাৰ দাবীত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ...

Read moreDetails

নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে দাখিল কৰা ২৫৭ খন মনোনয়নৰ ২২৭ খনক বৈধ ঘোষণা

৬০ জনীয়া নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে দাখিল কৰা ২৫৭ খন মনোনয়নৰ পৰীক্ষণৰ পিছত বৃ্হস্পতিবাৰে ২২৭ খন বৈধ ঘোষিত হৈছে। ২২...

Read moreDetails

ত্রিশ বছৰীয়া কংখাম ৰবীন্দ্ৰো মণিপুৰ বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচিত

শাসকীয় ভাৰতীয় জনতা দলৰ বিধায়ক কংখাম ৰবীন্দ্ৰো সিং একাদশ মণিপুৰ ৰাজ্য বিধানসভাৰ নতুন উপাধ্যক্ষ হিচাপে বৃহস্পতিবাৰে নিৰ্বাচিত হয়। কংখাম ৰবীন্দ্ৰো...

Read moreDetails

ৰাজ্য চৰকাৰে বাতিল কৰিলে ৪ লাখ ভুৱা জৱকাৰ্ড

ৰাজ্যখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক স্বচ্ছ আৰু দুৰ্নীতি কৰাৰ পদক্ষেপ হিচাপে বিভাগটোৱে জৰীপ চলাই ৪ লাখ ভুৱা জবকাৰ্ডৰ গৰাকীক চিনাক্ত...

Read moreDetails

শুকুৰবাৰে বৰষুণ হ’ব পাৰে অসম আৰু অৰুণাচল প্ৰদেশত

বতৰৰ আগলি বতৰা অনুসৰি অসম আৰু অৰুণাচল প্ৰদেশত শুকুৰবাৰে বৰষুণ হ’ব পাৰে। বংগোপসাগৰৰ সেমেকা বতাহে অসম আৰু অৰুণাচলৰ জলবায়ুৰ আৰ্দ্ৰতা...

Read moreDetails

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক দুৰ্নীতিৰ গোচৰত ৫ বছৰৰ কাৰাদণ্ড

বৃহস্পতিবাৰে ঢাকাৰ এখন আদালতে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিৰোধী দলৰ নেত্ৰী খালেদা জিয়াক দুৰ্নীতিৰ এক গোচৰত ৫ বছৰৰ বাবে কাৰাদণ্ড...

Read moreDetails

দীপৰ বিলৰ পৰিসৰ ৯০ দশকৰ তুলনাত ২০ শতাংশ কমি গৈছে : ড০ বিভৱ তালুকদাৰ

অসমৰ বিখ্যাত আৰ্দ্ৰভূমি দীপৰ বিল সন্দৰ্ভত অৰণ্যক নামৰ সংস্থাটোৰ মুখ্য সঞ্চালক তথা সংস্থাটোৰ প্ৰতিষ্ঠাপক ড০ বিভৱ তালুকদাৰৰ সৈতে আজি নৰ্থ...

Read moreDetails

বিটিচি অঞ্চলত প্ৰভাৱ পেলালে অবড়ো সুৰক্ষা সমিতি আহ্বায়িত অসম বন্ধই, ৰাজ্যৰ বাকী ঠাইত প্ৰভাৱ শূন্য

অবড়ো সুৰক্ষা সমিতিয়ে আজি বৃ্হস্পতিবাৰে পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা ২৪ ঘণ্টীয়া অসম বন্ধই বিটিচি অঞ্চলসমূহত সাধাৰণ জীৱনযাত্ৰা ব্যাহত...

Read moreDetails
Page 5986 of 6194 1 … 5,985 5,986 5,987 … 6,194

Stay Connected

Recent News