উত্তৰ-পূব

উত্তৰবংগত আটক অৰুণাচল প্ৰদেশৰ শিক্ষককে ধৰি ৬ চোৰাংচিকাৰীক

সোমবাৰে জালদাপাৰ ৰাষ্ট্ৰীয় উদ্যানত শিক্ষক সহিতে অৰুণাচল প্ৰদেশৰ পৰা ৬ জন চোৰাংচিকাৰী প্ৰৱেশ কৰি এজনী মাইকী গঁড় গুলীয়াই নিধন কৰি...

Read moreDetails

ধানৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো শইচৰ লাইব্ৰেৰী স্থাপন অসমৰ যুৱকৰ

ইতিহাসৰ স্নাতক এগৰাকী কৃষক মোহন চন্দ্ৰ বৰাই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো থলুৱা জাতৰ বীজ সংৰক্ষণৰ লাইব্ৰেৰী স্থাপনৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে। অঞ্চলটোৰ জলবায়ুৰ...

Read moreDetails

হাফলঙত বৃ্হস্পতিবাৰৰ পৰা দুদিনীয়াকৈ ডিমা হাচাও জিলা আন্তঃ বিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা

হাফলঙৰ এন এল দাউলাগুপু ক্ৰীড়া প্ৰকল্পত বৃ্হস্পতিবাৰৰ পৰা দুদিনীয়াকৈ ডিমা হাচাও জিলা আন্তঃ বিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰতিযোগিতাখনত ল’ৰা...

Read moreDetails

মানিক সৰকাৰক সমালোচনা কৰি পৰিৱৰ্তনৰ বাবে ত্ৰিপুৰাৰ জনসাধাৰণক ভোট দিবলৈ আহ্বান মোডীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ ত্ৰিপুৰা ভ্ৰমণৰ সময়ছোৱাত বৃহস্পতিবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সৰকাৰক তীব্ৰ সমালোচনা কৰি ৰাজ্যখনৰ জনসাধাৰণক পৰিৱৰ্তনৰ বাবে ভোট...

Read moreDetails

বলিউদ গায়ক সিদ্ধাৰ্থ মহাদেৱনে সংগীত পৰিৱেশন কৰিব জি আই এম টি ফে’স্ত ‘ইউফুইজম’ত

বলিউদ গায়ক সিদ্ধাৰ্থ মহাদেৱন আৰু অসমৰ গায়ক ধীৰাজ কুমাৰে ক্ৰমে অহা ১৫ আৰু ১৬ ফেব্ৰুৱাৰিত জি আই এম টি ফে’স্ত...

Read moreDetails

মন্ত্ৰী অতুল বৰাৰ দ্বাৰা বোকাখাতত পশুধনৰ চবকা ৰোগ প্ৰতিৰোধ চিটাকৰণৰ আঁচনিৰ উদ্বোধন

বোকাখাতত অচিৰেই পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়কৰ এখন বিদ্যালয় স্থাপন হব বুলি আজি ঘোষণা কৰে বিভাগটোৰ সঞ্চালক ডাঃ অনুপ দাসে ৷...

Read moreDetails

মোডীৰ বিপণন কৌশল কংগ্ৰেছৰ বাবে ‘সাময়িক ব্যৰ্থতা’ৰ কাৰণ হ’ব পাৰে: তৰুণ গগৈ

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰচাৰ, বিপণন আৰু পেকেজিহে কংগ্ৰেছৰ বাবে সাময়িক ব্যৰ্থতা সৃষ্টি কৰিব...

Read moreDetails

ডিব্ৰুগড়ৰ জয়পুৰত আলফা (স্বা)ৰ যোগাযোগ ৰক্ষাকাৰী বুলি এজন লোকক আটক সেনা, আৰক্ষীৰ

ডিব্ৰুগড়ৰ জয়পুৰত বুধবাৰে ৰাতি ৯ম ৰাজপুতনা ৰাইফলছ আৰু অসম আৰক্ষীয়ে আলফা (স্বা)ৰ যোগাযোগ ৰক্ষাকাৰী বুলি এজন লোকক আটক কৰিছে। আটকাধীন...

Read moreDetails

জাহ্নু বৰুৱাৰ নতুন অসমীয়া চিনে’মা ‘ভগা খিৰিকী’ প্ৰযোজনা কৰিলে প্ৰিয়ংকা চ’প্ৰাই

জনাজাত চিনে’মা নিৰ্মাতা জাহ্নু বৰুৱাৰ ‘ভগা খিৰিকী’ নামৰ অসমীয়া চিনে’মাখন সুখ্যাত হিন্দী চিনে’মা ‘The Lunchbox’ৰ প্ৰযোজক শ্বাহনাব আলমৰ সৈতে যুটীয়াভাৱে...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়ক বিষয়ত হ’বলগীয়া আলোচনা চক্ৰলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিক আমন্ত্ৰণ নজনোৱাটো বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ

অহা ২০ আৰু ২১ ফেব্ৰুৱাৰীৰ দিনা নতুনকৈ গঠিত হোৱা যুটীয়া সংসদীয় কমিটিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সংক্ৰান্তত আয়োজন কৰা আলোচনা চক্ৰত...

Read moreDetails
Page 5987 of 6194 1 … 5,986 5,987 5,988 … 6,194

Stay Connected

Recent News