উত্তৰ-পূব

পাঁচদিনীয়া কাৰ্যসূচীৰে মঙলদৈত আৰম্ভ হৈছে অসম নাট্য সন্মিলনৰ অধিৱেশনৰ

ৰাজ্যখনৰ অপেছাদাৰী থিয়েটাৰৰ অগ্ৰণী সংগঠন অসম নাট্য সন্মিলনৰ ৫৬ তম ৰাজ্যিক অধিৱেশনখনি পাঁচদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে বুধবাৰৰ পৰা মঙলদৈত আৰম্ভ হৈছে।...

Read moreDetails

উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থীৰে মোকাবিলা কৰিবলৈ কেন্দ্ৰই লৈছে বহু দিশীয়া ৰণকৌশল : ৰিজিজু

লোকসভাত মঙলবাৰে এক লিখিত বক্তব্য যোগে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে বাওঁ চৰমপন্থা আৰু উত্তৰ পূৰ্বাঞ্চল আৰু...

Read moreDetails

মেঘালয়ৰ মন্ত্ৰী, অতিৰিক্ত মুখ্য সচিবৰ বিৰুদ্ধে চি বি আইৰ গোচৰ ৰুজু

নিৰ্বাচনমুখী মেঘালয়ৰ ৰাজনীতিত জোকাৰনি দি আজি শাসনাধিষ্ঠিত কংগ্ৰেছ দলৰ এজন মন্ত্ৰী আৰু অতিৰিক্ত মুখ্য সচিবৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চি...

Read moreDetails

কৃষি-উদ্যান শস্য প্ৰদৰ্শনী মেলাই অসমৰ ব্যৱসায় বৃদ্ধি কৰিব

শুকুৰবাৰৰ পৰা ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত আৰম্ভ হ’বলগীয়া কৃষি-উদ্যান শস্য প্ৰদৰ্শনী মেলাৰ চতুৰ্থ সংস্কৰণটোৱে অসমৰ কৃষি খণ্ডৰ ববাবে এক গুৰুত্বপূৰ্ণ ভূমিকা...

Read moreDetails

বিহপুৰীয়া অন্ধ বিদ্যালয়ত লুই ব্ৰেইলৰ জন্ম জয়ন্তী উদযাপন

ব্ৰেইল পদ্ধতিৰ উদ্ভাবক লুই ব্ৰেইলৰ জন্ম দিন উপলক্ষে বিহপুৰীয়াস্থিত অসমৰ দ্বিতীয়খন অন্ধ বিদ্যালয়ত দুদিনীয়া কাৰ্য্যসূচীৰে ব্ৰেইল দিবস উদযাপন কৰা হয়।...

Read moreDetails

মণিপুৰৰ প্ৰথম ৰবট আৰ্হি নিৰ্মাতা থিয়াম নন্দলালক সম্বৰ্ধনা

আজি এক কাৰ্যসূচীত মণিপুৰৰ প্ৰথম ৰবট আৰ্হি নিৰ্মাণকাৰী ছাত্ৰ থিয়াম নন্দলালক সম্বৰ্ধনা জনোৱা হয়। নন্দলাল ইম্ফল চহৰৰ জনষ্ট'ন উচ্চতৰ মাধ্যমিক...

Read moreDetails

অসমত চলি থকা এন আৰ চি প্ৰক্ৰিয়াই চুবুৰীয়া ৰাজ্যত বৃদ্ধি কৰিছে নিৰাপত্তাজনিত সক্ৰিয়তা

অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াই চুবুৰীয়া ৰাজ্যকেইখনত আৰ্থ-সামাজিক-ৰাজনৈতিক তথা আইন-শৃংখলাজনিত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনাই দেখা দিছে। এই সম্ভাৱনা...

Read moreDetails

অধিক সন্তানৰ বাবে মিজোৰামৰ গীৰ্জাৰ উদগণি

মিজোৰামৰ এটা স্থানীয় গীৰ্জাঘৰে মিজো দম্পতীৰ নতুনকৈ জন্মলাভ কৰা চতুৰ্থটো সন্তানৰ পৰা নগদ ধনৰ উপহাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। চতুৰ্থটো...

Read moreDetails

এন আৰ চিক লৈ আপত্তিকৰ মন্তব্য : মমতা বেনাৰ্জীৰ বিৰুদ্ধে দিচপুৰ থানাত গোচৰ ৰুজু

অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ সন্দৰ্ভত তৃণমূল কংগ্ৰেছে লোকসভাত আজি ইয়াক অসমৰ পৰা বাঙালীসকলক খেদি পঠোৱাৰ ষড়যন্ত্ৰ বুলি অভিযোগ...

Read moreDetails

এন আৰ চিৰ প্ৰথম খচৰাত ওদালগুৰিৰ ৬৭ শতাংশ লোক অন্তৰ্ভুক্ত

শেহতীয়াকৈ প্ৰকাশিত এন আৰ চিৰ প্ৰথম খচৰাত ওদালগুৰি জিলাৰ ৬৭ শতাংশ লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। সংবাদমাধ্যমক এই কথা জনাইছে জিলাখনৰ...

Read moreDetails
Page 6005 of 6113 1 6,004 6,005 6,006 6,113

Stay Connected

Recent News