উত্তৰ-পূব

অৰুণাচল প্ৰদেশৰ নামচাইত আজি পুৱা প্ৰচণ্ড বিস্ফোৰণ : দাবী সেনা মুখপাত্ৰৰ

অৰুণাচলৰ নামচাইত আজি ৰাতিপুৱা এটা প্ৰচণ্ড বিস্ফোৰণ সংঘটিত হোৱাৰ কথা সদৰী কৰিছে গুৱাহাটীস্থিত সেনাৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্নেল সুনিত নিউটনে। জানিব...

Read moreDetails

চোৰাং কাঠ সৰবৰাহকাৰীৰ আক্ৰমণত আহত মেঘালয়ৰ সাংবাদিক

মেঘালয়ৰ বিপ্লৱ দে নামৰ ফ্ৰীলান্সাৰ সাংবাদিক এজনক মঙলবাৰে নিশা প্ৰায় ১০.৩০ মান বজাত  পশ্চিম খাচি পাহাৰ জিলাৰ কোনো দুৰ্গম অঞ্চলত...

Read moreDetails

৩২ খন চহৰৰ মাজেৰে মুঠ ৩৫০০ কিঃ মিঃ চাইকেল চলাই গৃহৰাজ্য পালেহি  পেৰা-চাইক্লিষ্ট ৰাকেশ

পাঁচ বছৰৰ পূৰ্বে হোৱা এটা দুৰ্ঘটনাত সোঁভৰিটো হেৰুওৱা ৰাকেশ বণিক নামৰ নগাৱঁৰ কলিয়াবৰৰ আমবাগানৰ যুৱকজনে অতুলনীয় আত্মবিশ্বাসৰ জোৰত নিজকে অন্যভাৱে...

Read moreDetails

২২ মাহে দৰমহা নাই : পৌৰ কৰ্মচাৰীৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা

তেনেই কম দৰমহাত খাটি থকা পৌৰ কৰ্মচাৰীসকলে পাব লগীয়া মাহিলি দৰমহাকেইটাও যোৱা ২২ মাহে পোৱা নাই। ফলত তেওঁলোক সন্মুখীন হৈছে...

Read moreDetails

ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব দ্বিতীয় সংখ্যক ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ

দ্বিতীয় সংখ্যক ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ আয়োজন কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে গুৱাহাটী। ফেব্ৰুৱাৰিৰ ৯ৰ পৰা ১১ তাৰিখলৈ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ...

Read moreDetails

সেনাক লক্ষ্য কৰি সশস্ত্ৰ বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণ : দলং উৰুৱাই দিলে বোমাৰে

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অৰুণাচল প্ৰদেশৰ চাংলাং আৰু নামচাই জিলাৰ মাজৰ পিয়োং নামৰ ঠাইত সশস্ত্ৰ বিদ্ৰোহীয়ে এক বৃহৎ আক্ৰমণ সংঘটিত কৰাৰ...

Read moreDetails

৪ ফ্ৰেব্ৰুৱাৰীৰ পৰা সংস্কাৰ ভাৰতী পূৰ্ব্বোত্তৰৰ তৃতীয় ভৰতমুণি নাট্য সমাৰোহ

ভাৰতৰ এটা সাংস্কৃতিক বেচৰকাৰী অনুস্থান সংস্কাৰ ভাৰতীৰ উত্তৰ-পূৰ্বাঞ্চল শাখাই অহা ৪ ফেব্ৰুৱাৰিৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ...

Read moreDetails

আটাল লক্ষীপথাৰ গাৱঁত ভয়ংকৰ অগ্নিকাণ্ডই গ্ৰাস কৰিলে বাসগৃহ

ঘৰত শিশুৱে হাতত চাকি লৈ কাপোৰ বিচাৰি ফুৰোতেই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটি সমগ্ৰ ঘৰটোৱেই ভস্মীভূত হোৱাৰ ঘটনা ঘটিছে চৰাইদেউ জিলাৰ সাপেখাতী...

Read moreDetails

মেঘালয় নিৰ্বাচনৰ পূৰ্বে বৃদ্ধি পাইছে দল বাগৰা ৰাজনীতি

মেঘালয় বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে পুনৰ এবাৰ ৰাজ্যখনৰ নেতাই দলত্যাগ কৰা কাৰ্যই তাৎপৰ্য বহন কৰিছে। মনকৰিবলগীয়া যে নেশ্যনেলিষ্ট...

Read moreDetails

দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভাৰতীয়ৰ হৃদয় জিনিলে বি এছ এফৰ এজন অসমীয়া জোৱানৰ ছেক্স’ফ’ন বাদনে

সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান হিচাপে কৰ্মৰত চিত্তৰঞ্জন সোণোৱাল নামৰ এজন কম বয়সীয়া যুৱকৰ অপূৰ্ব আৰু অতুলনীয় মধুৰতাৰে ছেক্স’ফ’ন বাদনত ভাষা-ধৰ্ম-বৰ্ণ...

Read moreDetails
Page 6034 of 6195 1 … 6,033 6,034 6,035 … 6,195

Stay Connected

Recent News