উত্তৰ-পূব

মাৰ্ঘেৰিটাৰ মাইনিং কোম্পানীৰ ৱৰ্কশ্বপত এন এছ চি এন (আই এম) ৰ আক্ৰমণ: জ্বলাই দিলে ৫ খনকৈ গাড়ী

অসম অৰুণাচল সীমান্তৰ মাৰ্ঘেৰিটাৰ লিডুৰ টিকক পাহাৰত অৱস্থিত এ এন ই মাইনিং কোম্পানীৰ ৱৰ্কশ্বপত যোৱা নিশা সশস্ত্ৰ এন এছ চি...

Read moreDetails

কলিয়াবৰৰ চামধৰাত উদ্ধাৰ দুটাকৈ হাতীৰ মৃতদেহ : বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱাৰ সন্দেহ

বিগত কেইবা দিনো ধৰি ক্ৰমাগতভাৱে বনৰীয়া হাতীৰ মৃত্যুৰ বাতৰিয়ে প্ৰকৃতিপ্ৰেমী তথা সচেতন লোকক উদ্বিগ্ন কৰি ৰখাৰ সময়তে আজি যোৱানিশা কলিয়াবৰৰ...

Read moreDetails

মানৱ সৰবৰাহ কৰা চক্ৰ উৎখাত : নাবালিকাক উদ্ধাৰ

কালি চলোৱা এটা অভিযানত গহপুৰ আৰক্ষী মানৱ সৰবৰাহ কৰা এটা চক্ৰক উৎখাত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে চক্ৰটোৰ কবলৰ পৰা এজনী...

Read moreDetails

প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক আটক

পূৰ্বৰ বিপিএফ চৰকাৰৰ দিনত বিভিন্ন বিতৰ্কত সাঙোৰ খাই পৰা বাক্সাৰ মুছলপুৰত চাপাগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক আটক কৰা হৈছে...

Read moreDetails

লামডিঙত চোৰাংচিকাৰীক আটক

লামডিং সংৰক্ষিত বনাঞ্চলত চিকাৰ কৰি থকা অৱস্থাতে এজন লোক আজি হাতে লোটে ধৰা পৰে বন বিভাগৰ হাতত। বন বিভাগৰ লোকে অভিযান...

Read moreDetails

দিল্লীত এবছুৰ উদ্যোগত বড়োলেণ্ডৰ দাবীত মহা ধৰ্ণা

আজি পৃথক বড়োৰাজ্যৰ দাৱীত নতুন দিল্লীত পুনৰ সৰৱ হৈ পৰিল বড়ো জাতীয় সংগঠন সমূহ। দিল্লীৰ ৰামলীলা মইদানত সুকীয়া বড়োৰাজ্য গঠনৰ...

Read moreDetails

নামেৰি ৰাষ্ট্ৰীয় উদ্যানত বাঘিনীৰ মৃতদেহ উদ্ধাৰ

আজি পুৱা শোণিতপুৰ জিলাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানত এজনী প্ৰকাণ্ড মাইকী ঢেঁকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হয়। উদ্যানখনৰ ভিতৰৰ জীয়াভৰলী নদীৰ...

Read moreDetails

শিৱসাগৰত কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট

আমচাং বনাঞ্চলত চলি থকা উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি আজি শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ...

Read moreDetails

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

আজি সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। যোৱা ৫...

Read moreDetails

দ্বিতীয় দিনাও অব্যাহত আমচাঙৰ উচ্ছেদ অভিযান

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে প্ৰশাসনে দ্বিতায় দিনাও আমচাঙত চলাই নিছে উচ্ছেদ অভিযান। আজি আবেলি পৰ্য্যন্ত প্ৰায় ২০০ টা ঘৰ ভঙাৰ...

Read moreDetails
Page 6181 of 6195 1 … 6,180 6,181 6,182 … 6,195

Stay Connected

Recent News