উত্তৰ-পূব

কাৰাগাৰতো জাতিৰ ভিত্তিত দিয়া হয় কাম! কেন্দ্ৰ আৰু ১১খন ৰাজ্যলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

সমগ্ৰ দেশৰ কাৰাগাৰত বন্দী হৈ থকা কয়দীসকলক জাতিৰ ভিত্তিত কামৰ ব্যৱস্থা কৰাৰ সন্দৰ্ভত বুধবাৰে (৩ জানুৱাৰী) উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ...

Read moreDetails

ভাৰত-দক্ষিণ আফ্ৰিকা: দ্বিতীয় টেষ্টৰ প্ৰথম দিনা ২৩টা উইকেটৰ পতন; ০ৰানত ভাৰতে হেৰুৱালে অন্তিম ৬ উইকেট

টেষ্ট ক্ৰিকেটৰ চূড়ান্ত ৰোমাঞ্চ দেখা গৈছে ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ কেপ টাউনৰ দ্বিতীয়খন টেষ্টত। কিন্তু অস্বস্তিও আছে। ভাৰতৰ লজ্জাৰ অভিলেখ। প্ৰথম...

Read moreDetails

বোকাখাতত আত্মসমৰ্পণ তিনি চোৰাং চিকাৰীৰঃ হৰিণ চিকাৰত জড়িত থকাৰ কথা স্বীকাৰ

গোলাঘাট জিলাৰ বোকাখাতত আজি আত্মসমৰ্পণ কৰিছে তিনি চোৰাং চিকাৰীয়ে। মঙলবাৰে এটা হৰিণ চিকাৰত জড়িত থকা বুলি স্বীকাৰ কৰিছে তিনিও চোৰাং...

Read moreDetails

ছবিৰ বাজেট ১৫০০ কোটি! নায়ক মহেশ বাবু, পৰিচালক `বাহুবলী’, `RRR’ৰ খ্যাত ৰাজামৌলি

মুক্তিৰ বাবে সাজু হৈছে মহেশ বাবুৰ আগন্তুক ছবি ‘গুন্তুৰ কাৰম’। ছবিখন অহা ১২ জানুৱাৰীত সংক্ৰান্তিৰ দিনা মুক্তি পাবলৈ গৈ আছে।...

Read moreDetails

কিয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ২২ জানুৱাৰীত এই ৰাজ্যত ঘোষণা কৰা হ’ল ড্ৰাই ডে’?

অযোধ্যাত অনুষ্ঠিত হ’বলগীয়া ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান উপলক্ষে ২২ জানুৱাৰীত ৰাজ্যখনত ড্ৰাই ডে’ হিচাপে ঘোষণা কৰিছে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু...

Read moreDetails

লোকসভা নিৰ্বাচনৰ পূৰ্বে হ’ব কাৰ্যকৰী! প্ৰস্তুত CAAৰ ধাৰা; অনলাইনত কৰিব পাৰিব আবেদন

বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ হিন্দুকে ধৰি ৬টা সংখ্যালঘু জনগোষ্ঠীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে নাগৰিকত্ব সংশোধনী আইনখন অনা হৈছিল। সংসদৰ অনুমোদন সাপেক্ষে...

Read moreDetails

মঞ্চত সকলোৰে সন্মুখতে প্ৰেমিকাক সাৱটি ধৰি গভীৰ চুম্বন স্বয়ং ৰাষ্ট্ৰপতিৰ; দেশজুৰি বিতৰ্ক

এখন দেশৰ স্বয়ং ৰাষ্ট্ৰপতিয়ে মুকলিকৈ প্ৰেমিকাক সাৱটি ধৰি চুমা খালে। আৰ্জেণ্টিনাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেইয়ে এই ঘটনাৰ নায়ক। মঞ্চত সকলোৰে...

Read moreDetails

মৰ্মান্তিক! দেৰগাঁৱত বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত কমেও ১৪ জন নিহত, আহত ২৫ জন

বুধবাৰে পুৱাৰ ভাগত গোলাঘাট জিলাৰ দেৰগাঁৱৰ সমীপত এখন ট্ৰাকৰ সৈতে এখন যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ ঘটে। এই ঘটনাত কমেও ১৪...

Read moreDetails

ইজৰাইলৰ ড্ৰোন আক্ৰমণত নিহত হামাছৰ শীৰ্ষ নেতা; কোন এই ছালেহ আল-আৰুৰী?

মঙলবাৰে ইজৰাইলে লেবাননৰ ৰাজধানী বেইৰুটৰ দক্ষিণ ডাহিয়া অঞ্চলৰ এটা অট্টালিকাত ড্ৰ’ন আক্ৰমণ চলায়। ড্ৰ’নৰ পৰা দ্ৰুতগতিত একেৰাহে তিনিটা ক্ষেপণাস্ত্ৰ নিক্ষেপ...

Read moreDetails

কেন্দ্ৰৰ আশ্বাসত প্ৰতিবাদ সামৰিলে ট্ৰাক চালকসকলে; আজি উভতিব কামলৈ

অৱশেষত বিড়ম্বনা আঁতৰিল! দেশজুৰি বিগত কিছুদিন ধৰি চলি থকা ট্ৰাক চালকসকলৰ প্ৰতিবাদৰ অন্ত পৰিল। সংশোধিত "হিট এণ্ড ৰাণ" আইন সম্পৰ্কত...

Read moreDetails
Page 928 of 6159 1 927 928 929 6,159

Stay Connected

Recent News