উত্তৰ-পূব

বোৱাৰীয়েকৰ মেকআপ লুকুৱাই ব্যৱহাৰ কৰে শাহুৱে; পুত্ৰৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিলে পত্নীয়ে

এগৰাকী মহিলাই স্বামীৰ পৰা বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছে কিয়নো তেওঁৰ শাহুৱেকে অনুমতি অবিহনে তেওঁৰ মেকআপ ব্যৱহাৰ কৰে। এয়া উত্তৰ...

Read moreDetails

ফেব্ৰুৱাৰীৰ শেষত ৰাজ্যসভাৰ ৫৬খন আসনৰ বাবে নিৰ্বাচন; ইণ্ডিয়া মিত্ৰজোঁটৰ বাবেও আশাৰ খবৰ!

ডিচেম্বৰ মাহত হিন্দী বলয়ৰ তিনিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ নিৰংকুশ বিজয় আৰু দেওবাৰে বিহাৰত ৰাজনৈতিক সমীকৰণৰ পৰিৱৰ্তন হোৱাৰ পিছতো কিন্তু...

Read moreDetails

বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ কবিতা- ৩০ জানুৱাৰী

৩০ জানুৱাৰী   তুমি যি দিনটোত ছহীদ হৈছিলা সেই দিনটো তোমাৰ চৰম ত্যাগৰ দিন। এটা ভাৰতীয় দিন অগনন ভাৰতীয়ই তোমাৰ...

Read moreDetails

‘এয়া ষ্টেচন নহয়, বিচাৰিলেই যিকোনো ৰে’লত উঠিব নোৱাৰি’, অধিবক্তাক শিষ্টাচাৰ শিকালে মুখ্য ন্যায়াধীশে

উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ ব্যৱহাৰক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়। ভৰ্তি আদালত কক্ষত তেওঁ অধিবক্তাগৰাকীক কঠোৰ সকীয়নি দিয়ে। তাৰ...

Read moreDetails

আজিয়েই পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব ১৩০ ফুট দৈৰ্ঘ্যৰ গ্ৰহাণু; জনাইছে নাছাই

নাছাৰ চেণ্টাৰ ফৰ নিয়াৰ-আৰ্থ অবজেক্ট ষ্টাডিজ (CNEOS)ৰ দ্বাৰা এই গ্ৰহাণুটোক Asteroid 2007 EG বুলি অভিহিত কৰা হৈছে। আজি ​​৩০ জানুৱাৰীত...

Read moreDetails

আহক আমি গান্ধীজীৰ আদৰ্শ চাৰিওফালে বিয়পাই দিওঁ! আহ্বান ৰাজ্যৰ ৪৫৫ গৰাকী বিশিষ্ট ব্যক্তিৰ

গান্ধীজী আছিল স্বাধীনতা আন্দোলনৰ শীৰ্ষতম নেতা। দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত আমাৰ দেশে স্বাধীনতা লাভ কৰিছিল। কিন্তু, দেশ বিভাজনৰ পিছতহে আমি স্বাধীনতা...

Read moreDetails

বিজেপিত যোগ দিব কংগ্ৰেছৰ আন কেইবাজনো নেতাই! দাবী পীযুষ হাজৰিকাৰ

কালি শাসকীয় ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে দুই কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত আৰু বিস্মিতা গগৈয়ে। এই দুই নেত্ৰীৰে পথ বুলিবলৈ...

Read moreDetails

চি আই ডি বিষয়াৰ ভুৱা পৰিচয়েৰে নাবালিকা অপহৰণৰ চেষ্টা! মহানগৰীত গ্ৰেপ্তাৰ দুৰ্বৃত্ত

গুৱাহাটী মহানগৰীত ওলাইছে এইবাৰ ভুৱা চি আই ডি বিষয়া। চি আই ডি বিষয়াৰ ভুৱা পৰিচয়েৰে এগৰাকী নাবালিকা অপহৰণৰ চেষ্টা চলাইছে...

Read moreDetails

ফিল্মফেয়াৰ বঁটা-২০২৪: বিজয়ী কোন কোন? চাওক সম্পূৰ্ণ তালিকা

ফিল্মফেয়াৰক ভাৰতীয় চিনেমা জগতৰ অন্যতম গুৰুত্বপূৰ্ণ বঁটা হিচাপে গণ্য কৰা হয়। এই বছৰ ই ৬৯ বছৰ সম্পূৰ্ণ কৰিলে। বলীউড উদ্যোগৰ...

Read moreDetails

সংৰক্ষিত পদ অসংৰক্ষিত কৰিব নোৱাৰিব; নিৰ্দেশ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ

কোনো সংৰক্ষিত পদ সংৰক্ষিত নোহোৱাকৈ থাকিব নোৱাৰিব। এই নিৰ্দেশ দিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে। কিছুদিন পূৰ্বে ইউজিচি অৰ্থাৎ বিশ্ববিদ্যালয় অনুদান আয়োগে...

Read moreDetails
Page 935 of 6191 1 … 934 935 936 … 6,191

Stay Connected

Recent News