ত্ৰিপুৰা

ৰাফেলক লৈ কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীয়ে ক্ষমা খোজা উচিত : বিপ্লৱ কুমাৰ দেৱ

ৰাফেল চুক্তিত কেলেংকাৰী হোৱা বুলি অভিযোগ কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ক্ষমা খোজা উচিত বুলি দাবী জনাইছে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী...

Read more

‘তিপ্ৰালেণ্ড’ৰ দাবীত পুনৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা বিজেপি মিত্ৰজোঁট আই পি এফ টিৰ

বিজেপি নেতৃত্বাধীন ত্ৰিপুৰা চৰকাৰৰ সহযোগী দল ইণ্ডিজিনিয়াছ পিপলছ ফ্ৰণ্ট অব ত্ৰিপুৰা চমুকৈ আই পি এফ টিয়ে পৃথক 'তিপ্ৰালেণ্ড'ৰ দাবীত অহা...

Read more

ব্ৰু প্ৰত্যাৱৰ্তনৰ চলিত প্ৰচেষ্টাই অন্তিম

মিজোৰাম চৰকাৰে সিদ্ধান্ত লৈছে যে ত্ৰিপুৰাত থকা ব্ৰুসকলক ঘূৰাই অনাৰ ক্ষেত্ৰত চলিত প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়াই অন্তিম প্ৰচেষ্টা হ’ব, চৰকাৰী সূত্ৰত প্ৰকাশ।...

Read more

ভূমিপুত্ৰ ব্ৰুক শৰণাৰ্থীৰ আচৰণ যন্ত্ৰণাদায়ক, সংবিধান উলংঘা হৈছে: ত্ৰিপুৰী ৰাজসন্তান প্ৰদ্যোৎ

“নিজৰ মাটিত ভূমিপুত্ৰক শৰণাৰ্থীৰ আচৰণ কৰা দেখিব লগা হোৱাতো যন্ত্ৰণাদায়ক। ব্ৰু শিৱিৰত ৰেচন যোগান বন্ধ কৰি চৰকাৰে আমাৰ অধিকাৰ উলংঘা...

Read more

ত্ৰিপুৰাত ভয়ংকৰ সংকট: খাবলে নাপাই মৰিছে ব্ৰু লোক; শুকাইছে মাতৃ বুকু, পিয়াহত মৃত্যু শিশুৰ

ভাৰত চৰকাৰে শেহতীয়াকৈ সাহায্য বন্ধ কৰি দিয়াৰ পিছত, ত্ৰিপুৰাৰ আশ্ৰয় শিৱিৰত ব্ৰু লোক “খাবলৈ নাপায় মৰা”ৰ ভয়ংকৰ মানৱীয় সংকটৰ অভিযোগ...

Read more

ধৰ্ষণৰ ফলত গৰ্ভৱতী হোৱা মহিলাৰ কেঁচুৱাক নদীলৈ দলিয়ালে ধৰ্ষণকাৰীৰ পত্নীয়ে

ত্ৰিপুৰাৰ চেপাহী জেলাৰ এগৰাকী মহিলা ধৰ্ষণৰ ফলত গৰ্ভৱতী হোৱাৰ পিছত মহিলাগৰাকীৰ কেঁচুৱাটোক ধৰ্ষণকাৰীৰ পত্নীয়ে নদীলৈ দলিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত...

Read more

প্ৰাক্তন কংগ্ৰেছী বিধায়কৰ নৃশংস হত্যাৰ অভিযোগত ১৩ জনক যাৱজ্জীৱন কাৰাদণ্ড

প্ৰাক্তন কংগ্ৰেছ বিধায়ক পৰিমল চাহাক হত্যাৰ অপৰাধত ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে শুকুৰবাৰে ১৩ গৰাকী ব্যক্তিক জাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। মুখ্য ন্যায়াধীশ...

Read more

বিবাহিতা প্ৰেমিকাৰ ঘৰৰ সন্মুখত প্ৰতিবাদত বহি প্ৰেমৰ দাম বিচাৰিলে যুৱকে

সৈতে থকা দুবছৰীয়া প্ৰেমৰ সম্পৰ্কৰ দাম বিচাৰি মহিলাগৰাকীৰ ঘৰৰ সন্মুখত প্ৰতিবাদ বহা এজন যুৱকক আৰক্ষীয়ে আটক কৰিছে। ঘটনাটো ত্ৰিপুৰাৰ উনকোটি...

Read more

আৰক্ষীয়ে জেৰাৰ বাবে থানালৈ অনা প্ৰাক্তন মন্ত্ৰী বাদল চৌধুৰী অসুস্থ; পুনৰ চিকিৎসালয়ত ভৰ্তি

ত্ৰিপুৰাৰ পূৰ্বৰ বাওঁ চৰকাৰখনৰ গড়কাপ্টানী মন্ত্ৰী বাদল চৌধুৰীক ত্ৰিপুৰা আৰক্ষীয়ে আজি জেৰাৰ বাবে পশ্চিম আৰক্ষী থানালৈ আনে যদিও তেওঁ অসুস্থ...

Read more
Page 28 of 81 1 27 28 29 81

Recent News