পাকিস্তানৰ প্ৰাক্তন অধিনায়ক তথা অন্যতম শ্ৰেষ্ঠ অলৰাউণ্ডাৰ ৰূপে পৰিচিত চাহিদ আফ্ৰিদিয়ে বিশ্বৰ মহান খেলুৱৈসকল লৈ নিৰ্বাচিত কৰিছে নিজৰ সৰ্বকালৰ শ্ৰেষ্ঠ...
Read moreDetailsক'ৰ'না ভাইৰাছৰ প্ৰাদুৰ্ভাৱ আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা ল'কডাউনৰ ফলত দেশ তথা ৰাজ্যৰ জনসাধাৰণ এক জটিল পৰিস্থিতিৰ...
Read moreDetailsসংগীত শিল্পী মানস ৰবীনে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে অসমৰ মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ এক লাখ টকাৰ বৰঙনি আগবঢ়োৱাৰ কথা...
Read moreDetailsক'ৰ'নাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশত চলি থকা ল'কডাউনৰ ফলত বিমোৰত পৰিছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল। তেওঁলোকে এতিয়া মূল্যবান...
Read moreDetailsবুধবাৰে এখন বিশেষ গৱেষণা পত্ৰত মেকুৰীও ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে বুলি প্ৰকাশ পাইছে। এইক্ষেত্ৰত কুকুৰ, গাহৰি, হাঁহ, কুকুৰা...
Read moreDetailsক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি ওড়িশাত ৩০ এপ্ৰিললৈ বৃদ্ধি কৰা হ’ল ল’কডাউন। ওড়িশাৰ মুখ্য মন্ত্ৰী নবীন পাটনায়কে আজি...
Read moreDetailsক’ৰ’না ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো নৰ সংহাৰীৰূপ ধাৰণ কৰিছে। ক’ৰ’না সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে বৰ্তমানেও সমগ্ৰ দেশত ২১ দিনীয়া ল’কডাউন...
Read moreDetailsচৰকাৰে জনসমাবেশ অথবা ভিৰ নকৰিবলৈ জনাধাৰণক বাৰেপতি আহ্বান জনাই অহাৰ পিছতো একাংশ ধৰ্মান্ধ লোকে ইয়াক ভেঙুচালি কৰি আছে চৰকাৰী নিৰ্দেশ।...
Read moreDetailsল'কডাউন অন্ত পৰাৰ পাছতহে গ্ৰহণ হ'ব মেট্ৰিকৰ ফলাফল দিয়াৰ সিদ্ধান্ত। এই কথা জনালে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে। একাংশ সংবাদমাধ্যমত...
Read moreDetailsএগৰাকী সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত চ’ছিয়েল মিডিয়াত আপত্তিজনক...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd