Popular Stories

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

সুৰক্ষা সঁজুলি অবিহনে উলম্ব শিলৰ মুখত উঠিবলৈ চেষ্টা কৰি আগ্নেয়গিৰিৰ গহ্বৰত পৰি মৃত্যু হৈছে “দ্য স্পাইডাৰ-মেন অৱ য়েমেন” নামেৰে পৰিচিত...

Read moreDetails

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

আমেৰিকাত পুনৰ ২০১৪ চনৰ বিশ্বকাপৰ অভিলেখ। সেইবাৰ ছেমি ফাইনেলত আয়োজক দেশক ৭-১ গ’লত পৰাস্ত কৰি জাৰ্মানীয়ে ফাইনেলত প্ৰৱেশ কৰিছিল। ইতিহাসৰ...

Read moreDetails

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

মধ্যপ্ৰাচ্যত আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা তীব্ৰ সংঘাতৰ ফলত হৰমুজ প্ৰণালী আৰু ওমান উপসাগৰত যোৱা ১০৭ দিন...

Read moreDetails

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

অসমৰ কাৰ্বি আংলং জিলাত সংৰক্ষিত হৈ থকা মধ্যযুগৰ একাংশ বিৰল পাণ্ডুলিপিয়ে অঞ্চলটোৰ ইতিহাস, সংস্কৃতি আৰু থলুৱা জ্ঞানৰ ওপৰত নতুন পোহৰ...

Read moreDetails

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

অহা কাইলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰি এটা সুকীয়া গোট গঠনৰ আবেদন জনাবলৈ সাজু হৈছে তৃণমূল কংগ্ৰেছৰ বিশ গৰাকী...

Read moreDetails

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

নিজৰ দেশক গ্ৰাস কৰিব বিচৰা শত্ৰু ৰাষ্ট্ৰৰ হৈ মাত মাতি এতিয়া তীব্ৰ বিতৰ্কৰ মাজত সোমাই পৰিছে কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জাষ্টিন...

Read moreDetails

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

শিক্ষাৰ সাৰ্বজনীনকৰণৰ দাবীৰ বিপৰীতে ভাৰতৰ চৰকাৰী শিক্ষা খণ্ডই পৰিচালনাৰ ক্ষেত্ৰত তীব্ৰ সংকটৰ সন্মুখীন হৈছে। মে' ২০২৬-ত নীতি আয়োগে প্ৰকাশ কৰা...

Read moreDetails

৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

১৯৩০ চনত আৰম্ভ হোৱা ফিফা বিশ্বকাপৰ ইতিহাসত বৰ্তমানলৈকে ২,৭০০ তকৈও অধিক গ'ল পঞ্জীয়ন হৈছে। সমাগত ২০২৬ চনৰ বিশ্বকাপক কেন্দ্ৰ কৰি...

Read moreDetails

আমাজন প্ৰাইমৰ ৰহস্যধৰ্মী ছিৰিজ ‘ৰাখ’ত অসমৰ অভিনেতা বাহাৰুল ইছলামৰ দুৰ্দান্ত অভিনয়  

নেচনেল স্কুল অৱ ড্ৰামাৰ প্ৰাক্তন ছাত্ৰ তথা অসমৰ জ্যেষ্ঠ অভিনেতা বাহাৰুল ইছলামে শেহতীয়াকৈ মুক্তি পোৱা এখন নতুন ধাৰাবাহিকত এক অতি...

Read moreDetails

বিশ্বকাপৰ মঞ্চত ভাৰতীয় বংশোদ্ভৱ খেলুৱৈৰ চমক, তুৰস্কক হৰুৱাই অষ্ট্ৰেলিয়াৰ ঐতিহাসিক জয়

ফুটবল বিশ্বকাপৰ মহাৰণত এইবাৰ এক ডাঙৰ বিপৰ্যয় দেখিবলৈ পোৱা গৈছে। শক্তিশালী প্ৰতিপক্ষ তুৰস্কক দুই-শূণ্য গলৰ ব্যৱধানত পৰাস্ত কৰি অষ্ট্ৰেলিয়াই এক...

Read moreDetails
Page 153 of 1553 1 … 152 153 154 … 1,553

Stay Connected

Recent News