Popular Stories

পশ্চিমবংগত বিজেপিৰ ঐতিহাসিক জয়: ১৫ বছৰৰ অন্তত মমতা বেনাৰ্জীৰ চৰকাৰৰ পতন

যোৱা বছৰৰ নৱেম্বৰ মাহত বিহাৰ নিৰ্বাচনত এন ডি এৰ বিপুল জয়ৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গংগা নদীৰ উপমা দি কৈছিল...

Read moreDetails

মুখ্যমন্ত্ৰী ষ্টেলিনৰ বিপৰ্যয়, এশৰো অধিক আসনত অগ্ৰগতিৰে বৃহৎ শক্তি হিচাপে আত্মপ্ৰকাশ বিজয়ৰ টিভিকে দলৰ

অভিলেখসংখ্যক ৮৪.৬৯ শতাংশ ভোটদানেৰে সমাপ্ত হোৱা ২৩৪খন আসন বিশিষ্ট তামিলনাডু বিধানসভা নিৰ্বাচনৰ ভোটগণনা আজি পুৱাৰে পৰা আৰম্ভ হৈছে আৰু ইতিমধ্যে...

Read moreDetails

অৰুণাচলত বিতৰ্কিত ধৰ্মীয় আইন বাতিলৰ দাবীত উত্তাল ৰাজপথ! চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰতিবাদকাৰীয়ে

যোৱা ২৯ এপ্ৰিল, বুধবাৰে অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত অৰুণাচল খ্ৰীষ্টান ফ'ৰামৰ নেতৃত্বত ১৯৭৮ চনৰ 'অৰুণাচল প্ৰদেশ ধৰ্মীয় স্বাধীনতা আইন' (APFRA)...

Read moreDetails

ভোট গণনালৈ মাজত মাত্ৰ ১২ ঘণ্টা, শিৱসাগৰত বিজেপি প্ৰাৰ্থীয়ে ২০০ যুৱকৰ হতুৱাই হত্যাৰ পৰিকল্পনা কৰা বুলি অখিল গগৈৰ বিস্ফোৰক অভিযোগ!

অসম বিধানসভা নিৰ্বাচন, ২০২৬ ৰ ভোট গণনালৈ মাজত মাত্ৰ ১২ ঘণ্টা বাকী থকা অৱস্থাত দেওবাৰে শিৱসাগৰত এক সংবাদ মেল সম্বোধন...

Read moreDetails

৩ বছৰ পাৰ হ’ল, তথাপিও নাই ন্যায়! মণিপুৰৰ তদন্ত প্ৰতিবেদনক লৈ কিয় এই ৰহস্যময় নীৰৱতা?

মণিপুৰত ২০২৩ চনৰ ৩ মে'ত সূত্ৰপাত হোৱা ভয়ংকৰ গোষ্ঠীগত সংঘৰ্ষই আজি ২০২৬ চনৰ ৩ মে' তাৰিখে সম্পূৰ্ণ তিনি বছৰ অতিক্ৰম...

Read moreDetails

অসমৰ বাবে গৌৰৱৰ ক্ষণ: বিশিষ্ট সাহিত্যিক ডঃ দীপক কুমাৰ বৰকাকতিলৈ সন্মানীয় ভাৰতীয় ভাষা পৰিষদ বঁটা

অসমৰ সাহিত্য জগতলৈ কঢ়িয়াই আনিছে এক সুন্দৰ খবৰ। প্ৰখ্যাত অসমীয়া ঔপন্যাসিক ডঃ দীপক কুমাৰ বৰকাকতিক চলিত বৰ্ষৰ সন্মানীয় ভাৰতীয় ভাষা...

Read moreDetails

৬ কোটি ভোটাৰৰ অধিকাৰ খৰ্বৰ অভিযোগ! নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰৱ দেশৰ নাগৰিক সমাজৰ প্ৰতিনিধিসকল

ভাৰতৰ নিৰ্বাচন আয়োগে যোৱা ২০২৫ চনৰ জুন মাহৰ পৰা আৰম্ভ কৰা ভোটাৰ তালিকাৰ 'বিশেষ ক্ষীপ্ৰ সংশোধন' (Special Intensive Revision বা...

Read moreDetails

অনলাইন দবা প্ৰতিযোগিতাত চমক: তামিলনাডুৰ কিশোৰৰ হাতত ধৰাশায়ী বিশ্বৰ আগশাৰীৰ দবা খেলুৱৈ

ভাৰতীয় ক্ৰীড়া জগতৰ বাবে এক অত্যন্ত গৌৰৱৰ খবৰ! তামিলনাডুৰ এজন মাত্ৰ আঠ বছৰীয়া কিশোৰৰ অভূতপূৰ্ব সাফল্য। এক অনলাইন দবা প্ৰতিযোগিতাত...

Read moreDetails

ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ: আদালতত সাৱৰকাৰৰ নাতিয়ে স্বীকাৰ কৰিলে পাঁচখন দয়াৰ আবেদনৰ কথা

বীৰ সাৱৰকাৰক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ পিছতে তেওঁৰ বিৰুদ্ধে এখন মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল। কিন্তু আশ্চৰ্যজনকভাৱে...

Read moreDetails

১৫,৬৬০ কোটি টকাত ৰাজস্থান ৰয়েলছক ক্ৰয় কৰিলে মিট্টাল পৰিয়াল আৰু আদৰ পুনাৱালাই

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ বা আই পি এলত শেহতীয়াকৈ এক বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। যোৱা মাৰ্চ মাহত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ...

Read moreDetails
Page 186 of 1528 1 … 185 186 187 … 1,528

Stay Connected

Recent News