DMCA.com Protection Status

Popular Stories

বজাৰত পিয়াঁজ-আলুৰ জুই-ছাই দাম : মূল্য হ্ৰাস কৰিবলৈ কেন্দ্ৰই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ, পিছে কি কি এই পদক্ষেপ?

বজাৰত পিয়াঁজ-আলুৰ লগতে শাক পাচলিৰ মূল্যবৃদ্ধিয়ে জনতাক কোঙা কৰি পেলাইছে। লকডাউনৰ পিছত নিম্ন আয় আৰু মধ্যবিত্তসকলৰ জীৱন জীৱিকাৰ ওপৰত এই...

Read more

নিবনুৱাৰ বাবে সুখবৰ! : IOCLত ৪৮২টা নবিচি পদৰ বাবে আবেদন আহ্বান, কেনেকৈ কৰিব আবেদন?

ভাৰতীয় তেল নিগম লিমিটেড( Indian Oil Corporation Limited)ত ৪৮২ টা নবিচি পদৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে। প্ৰতিষ্ঠানটোৰ ৱেষ্টাৰ্ণ ৰিজন...

Read more

‘আমাৰ চৰকাৰ আহিলেই ওৰেটো জীৱন জেইলত থাকিব লাগিব শ্বেৰমান আলীয়ে’; মন্ত্ৰী হিমন্তৰ দাবী

মিঞা মিউজিয়াম সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীলৈ নামি আহিব নেকি বিপদ? জনতা ভৱনত সম্বোধন কৰা এক সংবাদমেলত...

Read more

অবিশ্বাস্য: মাত্ৰ ৮৫ টকাতে ক্ৰয় কৰিব পাৰিব একোটা আটক ধুনীয়া ঘৰ, পঢ়ক ক’ত-কিয়

বজাৰত বয় বস্তুৰ চৰা দাম। ঘৰ বনোৱা সামগ্ৰীৰ দামেও আকাশ স্পৰ্শ কৰিছে। এনে সময়তে মাত্ৰ ৮৫ টকাতে এটা আটক ধুনীয়া...

Read more

দুটা বিশেষ চৰ্ততহে ফিংগাৰ ৪ৰ পৰা আঁতৰিব চীন, ভাৰতে মানি নলয় কোনো চৰ্ত

ভাৰত আৰু চীনৰ মাজত চলি থকা সীমাকেন্দ্ৰিক বিবাদৰ এই পৰ্যন্ত কোনো সমাধান সূত্ৰ ওলোৱা নাই। ইয়াৰ মাজতে এটা খবৰ ওলাইছে...

Read more

স্বাস্থ্য মন্ত্ৰী মহোদয়! হাজাৰ হাজাৰ লোকৰ সমাগমৰে ৰাজনৈতিক সভা পাতিলে ক’ৰ’না নহয় নেকি?

কালি শদিয়া সমষ্টিত বিধায়ক বলিন চেতিয়াৰ উপস্থিতিত স্বাস্থ্য বিভাগৰ দায়িত্বত থাকি দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সভা অনুষ্ঠিত কৰিলে।...

Read more

বিপন্ন দেশ : হাতত অস্ত্ৰ তুলি শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাল আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰীৰ পত্নী আনাই

বিতৰ্কিত নাগৰ্নো-কাৰাবাথ অঞ্চলৰ দখলক লৈ যোৱা ২৭ ছেপ্টেম্বৰৰ পৰাই আৰ্মেনিয়া আৰু আজাৰ্বাইজানৰ মাজত যুদ্ধ অব্যাহত আছে। দুই দেশৰ মাজত শান্তি...

Read more

এটা বৰ্বৰ হত্যাকাণ্ডৰ মৃত্যুদণ্ডৰ নিৰ্দেশ কাৰ্যকৰীকৰণত স্থগিতাদেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে এটা বৰ্বৰ হত্যাকাণ্ডত জড়িত এজন অপৰাধীৰ মৃত্যুদণ্ডৰ নিৰ্দেশ কাৰ্যকৰীকৰণত স্থগিতাদেশ জাৰি কৰিছে। বুধবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ...

Read more

হিমন্তক টেগ কৰি এজন চিকিৎসকৰ টুইট : ৮৯ দিনৰ পৰা বিনা বেতনে কৰি আছো ক’ৰ’নাৰ চিকিৎসা

অসমত প্ৰথমটো ক’ভিড-১৯ৰ ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা দিন-ৰাতি একাকাৰ কৰি দায়িত্বসহকাৰে নিজৰ কৰ্তব্য পালন কৰি আছে চিকিৎসকসকলে। ক’ৰ’নাক প্ৰতিৰোধ...

Read more

আৰক্ষীৰ গালত চৰ! ‘চ’ছিয়েল মিডিয়াৰ প’ষ্টৰ বাবে হাৰাশাস্তি কৰিব নোৱাৰিব নাগৰিকক; সৰ্বোচ্চ ন্যায়ালয়

বিভিন্ন ৰাজ্যত চ’ছিয়েল মিডিয়াত ৰাজনৈতিক বক্ৰোক্তিমূলক তথা চৰকাৰ বিৰোধী প’ষ্ট দিয়াৰ বাবে নাগৰিকক আৰক্ষীয়ে চমন প্ৰেৰণ কৰাৰ লগতে হাৰাশাস্তি কৰাৰ...

Read more
Page 453 of 803 1 452 453 454 803

Recent News