Popular Stories

হিমালয়ৰ বুকুত ৬০ কোটি বছৰ পুৰণি সাগৰ! জাপানৰ বিজ্ঞানীৰ সৈতে আৱিষ্কাৰ ভাৰতীয় বিজ্ঞানীৰ

লাখ লাখ বছৰ আগতে সাগৰৰ পৰা উৎপত্তি হোৱা হিমালয়ৰ বুকুত পোৱা গৈছে ৬০ কোটি বছৰ পুৰণি সাগৰৰ সন্ধান! নাই, তলমল...

Read moreDetails

একেলগে লটাৰী কাটি কোটিপতি হ’ল কেৰালাৰ ১১ গৰাকী মহিলা; ২৫০ টকাত পালে ১০ কোটি!

বহুতে ভাগ্যত বিশ্বাস কৰে আৰু ৰাতিটোৰ ভিতৰতে কোটিপতি হোৱাৰ সপোন দেখে। সেইদৰে লটাৰীৰ টিকট কাটি থাকে। তেনেদৰেই কেৰালাৰ ১১ গৰাকী...

Read moreDetails

ৰিয়ান পৰাগৰ চমক! ১১টা ছয় আৰু ৫টা চাৰিৰে দুৰ্দান্ত শতক; ১৩১ ৰানৰ ইনিংছেৰে যোগ্য প্ৰত্যুত্তৰ সমালোচকক!

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ হৈ খেলা স্পিন অল-ৰাউণ্ডাৰ ৰিয়ান পৰাগে বেটিঙেৰে চমক সৃষ্টি কৰিছে। ২০২৩ বৰ্ষৰ দেওধৰ ট্ৰফীত ইষ্ট...

Read moreDetails

স্মৰণীয়-বৰণীয়: বেয়া সময়ত সদায় কামত আহে এই ৪টা বস্তু! উপদেশ চাণক্যৰ

আচাৰ্য চাণক্য কেৱল এজন মহান পণ্ডিতেই নহয়, এজন ভাল শিক্ষকো আছিল। চাণক্যক মহান পণ্ডিতৰ ভিতৰত গণ্য কৰা হয়। তেওঁ তেতিয়াৰ...

Read moreDetails

মাৰ্ঘেৰিটাত তথাকথিত বিজেপি নেতাৰ কাণ্ড, পৰস্ত্ৰী অপহৰণেৰে অভিলেখ সৃষ্টি কৰা লোক এতিয়া ডিব্ৰুগড় সংসদীয় সমষ্টিৰ টিকটৰ দাবীদাৰ

তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তবৰ্তী মাৰ্ঘেৰিটাত এইবাৰ বিজেপি দলৰ ভিতৰত ওলাইছে দ্বিতীয়জন শুকুৰ আলি৷ নিজকে বিজেপি দলৰ এজন সক্ৰিয় কৰ্মী...

Read moreDetails

গ্ৰেপ্তাৰ হ’ব ভূপেন বৰা! থানাই থানাই ৰুজু গোচৰ :  ২৮৩ খন এজাহাৰ দাখিল বিজেপিৰ যুৱ মৰ্চাৰ

অচিৰেই গ্ৰেপ্তাৰ হ’ব পাৰে ভূপেন বৰা। সমগ্ৰ অসমতে ভাৰতীয় যুৱ মৰ্চাই ২৮৩ খন এজাহাৰ দাখিল কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি...

Read moreDetails

চিকাগোত অনাহাৰে ঘূৰিছে ভাৰতীয় যুৱতী, বিদেশমন্ত্ৰীৰ দ্বাৰস্থ যুৱতীৰ মাতৃ।

চিকাগোৰ ৰাজপথত অনাহাৰে ঘূৰি ফুৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে এগৰাকী ভাৰতীয় যুৱতীয়ে। ইতিমধ্যে যুৱতীগৰাকীক বিপদৰ পৰা উদ্ধাৰ কৰি ঘৰলৈ ঘূৰাই অনাৰ...

Read moreDetails

খোৱা পানীৰ সংকটে আগুৰিছে বিশ্ব : ChatGPT এ খাই লিটাৰে লিটাৰে পানী। কিন্তু কিয়?

মাইক্ৰ’চফ্ট কোম্পানীয়ে তৈয়াৰ কৰি উলিওৱা কৃত্ৰিম বুদ্ধিমত্তা ChatGPT আপুনি হয়তো নিশ্চয় ব্যৱহাৰ কৰিছে। ব্যৱহাৰ নকৰিলেও হয়তো ChatGPT ৰ কথা শুনিছে। ...

Read moreDetails

গৰ্ভৱতী হ’বলৈ ভাৰতৰ এইখন গাঁৱৰ পুৰুষৰ ওচৰলৈ আহে বিদেশৰ মহিলা। কিন্তু কিয়?

ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ সংস্কৃতি আৰু পৰম্পৰা আছে। ভাৰতৰ বিভিন্ন প্ৰান্তত যুগ যুগ ধৰি চলি অহা বহু নিয়ম-নীতি আছে। ঠিক তেনেকৈ...

Read moreDetails

সুদীৰ্ঘ ২০ বছৰৰ পাছত মহিলাক মৃত্যুদণ্ড বিহিলে ছিংগাপুৰৰ আদালতে

প্ৰায় ২০ বছৰৰ পাছত শুকুৰবাৰে ছিংগাপুৰত এগৰাকী মহিলা অপৰাধীক ফাঁচী দিয়া হয়। ৪৫ বছৰীয়া সাৰিদেৱি জামানী নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে ৩০.৭২...

Read moreDetails
Page 864 of 1556 1 … 863 864 865 … 1,556

Stay Connected

Recent News