অহা তিনিমাহৰ ভিতৰতে কৰ’নাত আক্ৰান্ত হ’ব চীনৰ ৬০ শতাংশ লোক। এনে এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে বিখ্যাত মহামাৰী বিজ্ঞানী এৰিক...
Read moreDetailsইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত সমাধানৰ বাবে ৩টা সূত্ৰৰ প্ৰস্তাৱ আগবঢ়ায়। জি-৭ দেশৰ সৈতে হোৱা ভাৰ্চুৱেল বৈঠকত তেওঁ আগবঢ়ায়...
Read moreDetailsFormer Britain PM David Cameron to teach সদ্যহতে ৰাজনীতিক বিদায় জনাইছে প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী ডেভিদ কেমেৰুনে। তেওঁ নিজকে ৰাজনীতিৰ পৰা...
Read moreDetailsআমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ৪০ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ এক তদন্ত সমিতিয়ে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে...
Read moreDetailsবিশ্বৰ অগণন গুণমুগ্ধৰ মুখত হাঁহি বিৰিঙাই কালি ফিফা বিশ্বকাপৰ স্বৰ্ণিল ট্ৰফীত চুম্বন আঁকিলে মহাতাৰকা লিঅ'নেল মেছিৰ আৰ্জেণ্টিনাই। বিশ্বৰ চুকে-কোণে বিয়পি...
Read moreDetailsLionel Messi says after World Cup win লিঅ’নেল মেছিৰ দেশ আৰ্জেণ্টিনাই ফ্ৰান্সক পৰাস্ত কৰি কাটাৰ বিশ্বকাপৰ খিতাপ জয় কৰিছে। ৩৫...
Read moreDetailsMessi shines as Argentina beat France বিশ্বৰ কোটি কোটি ফুটবল অনুৰাগীৰ প্ৰত্যাশা অনুসৰি মেছিৰ হাততেই উঠিল এইবাৰ বিশ্বকাপ। সুদীৰ্ঘ ৩৬...
Read moreDetailsLionel Messi's first-ever interview at the age of 13 goes viral পাৰ হৈ অহা ২০ বছৰতকৈ অধিক সময় ধৰি লিঅ’নেল...
Read moreDetailsবিগত কেইবছৰমানৰ ভিতৰত দেশত চৰ্চাৰ এক অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে বুলড'জাৰ সংস্কৃতি। বিশেষকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যখনত অপৰাধীৰ...
Read moreDetailsব্লুমবাৰ্গৰ দ্বাৰা প্ৰকাশিত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত ফ্ৰান্সৰ বাৰ্ণাৰ্ড আৰ্নল্টে প্ৰথম স্থান দখল কৰিছে। তেওঁ দীৰ্ঘদিন ধৰি শীৰ্ষস্থানত থকা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd