Popular Stories

ক’ৰ’না : কপিল শৰ্মাই প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে ৫০ লাখ টকা

ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ মনোৰঞ্জন জগতৰ তাৰকাসকলে প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ধন। এই সংকটকালৰ সময়ত কমেডি ষ্টাৰ কপিল শৰ্মাৰ...

Read more

ল’কডাউন; পশ্চিমবংগত আৰক্ষীৰ নির্মম প্ৰহাৰত মৃত্যু এজন লোকৰ

নৰ সংহাৰী ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশত ২১ দিনীয়া ল’কডাউন ঘোষণা কৰাৰ পিছৰে পৰা আৰক্ষী আৰু নিৰাপত্তাৰক্ষী অধিক কঠোৰ...

Read more

টোল গেট বন্ধ কৰাৰ নিৰ্দেশ জাৰি কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ

ক'ৰনা ভাইৰাচৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ সকলো টোল গেটত কৰ সংগ্ৰহ ব্যৱস্থা বন্ধ কৰাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় পথ...

Read more

ল’কডাউনৰ মাজতে সম্পন্ন হ’ল বিবাহ; চ’ছিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ বিবাহখনৰ

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ৰোধৰ বাবে দেশত ২১ দিনৰ ল’কডাউন কৰাৰ ফলত দেশৰ জনতাৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে। সাধাৰণ...

Read more

ক’ৰ’না ভাইৰাছৰ সংহাৰত বিধ্বস্ত চীনত মুকলি কৰা হ’ল ছবি গৃহ

ক’ৰ’না ভাইৰাছে সংহাৰৰ চলোৱা চীনত এতিয়া মুকলি কৰা হৈছে ছবি গৃহ। বাতৰি প্ৰতিষ্ঠানত প্ৰকাশ পাইছে এই খবৰ। উল্লেখ্য চীনৰ য়ুহানত...

Read more

ল’কডাউন; দেশৰ কোন কোন ৰাজ্যত খাটি খোৱা লোকৰ বাবে ৰাজ সাহায্য? অসমত কিমান?

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশত ইতিমধ্যে ২১ দিনীয়া ল’কডাউন ঘোষণা কৰা হৈছে। ল’কডাউনৰ দ্বাৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে দিন মজুৰি...

Read more

ক’ৰ’নাংতকৰ মাজতে ডিব্ৰুগড়ৰ পৰা যাত্ৰা কৰা ভাৰতৰ দীর্ঘ দূৰত্ব ৰে’ল কন্যাকুমাৰীত প্ৰৱেশ

ক’ৰ’না ভাইৰাছৰ আতংকৰ মাজতে ডিব্ৰুগড়ৰ পৰা তামিলনাডুৰ কন্যাকুমাৰীলৈ যাত্ৰা কৰা দেশৰ দীৰ্ঘতম দূৰত্বৰ যাত্ৰীবাহী বিজয়া এক্সপ্ৰেছ ৰে'লখন কন্যাকুমাৰীত গৈ উপস্থিত...

Read more

মে’ৰ মধ্যভাগলৈ ভাৰতত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১৩ লাখলৈকে বৃদ্ধি পাব পাৰে !

বৰ্তমানৰ হাৰত যদি ভাৰতত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বাঢ়ি গৈ থাকে তেন্তে অহা মে’ মাহৰ মধ্যভাগলৈ আক্ৰান্তৰ সংখ্যা...

Read more

ক’ৰ’না ভাইৰাছৰ আতংক; চৰকাৰলৈ সাহায্য বিচাৰি আবেদন যৌনকৰ্মীৰ

সমগ্ৰ বিশ্বতে নৰ সংহাৰ চলোৱা ক’ৰ’না ভাইৰাছে বিশ্বৰ অৰ্থনীতিক বিধ্বস্ত প্ৰায় কৰি তুলিছে। বাংলাদেশৰ যৌন কৰ্মীসকলৰ জীৱনলৈও নামি আহিছে সংকট।...

Read more

শিৱসাগৰত লক ডাউনৰ সম্পূৰ্ণ প্ৰভাৱ; চেনিটাইজ কৰা হৈছে নগৰৰ বাট-পথ

লক ডাউনৰ প্ৰথম দিনা আজি শিৱসাগৰ চহৰ ৰাজপথ সম্পূৰ্ণ জনশূন্য হৈ পৰে। জৰুৰীকালীন সেৱা সমূহৰ বাদে কোনো দোকান পোহাৰ, ব্যৱসায়িক...

Read more
Page 921 of 1081 1 920 921 922 1,081

Recent News