ৰাহুল গান্ধীক তেওঁলোকে সংসদৰ পৰা কেনেকৈ বহিষ্কাৰ কৰিছিল আপোনালোক সকলোৱে জানে।ৰাহুল গান্ধীক সংসদৰ পৰা বহিষ্কাৰ কৰা আৰু তেওঁ পুনৰ সংসদৰ...
Read moreDetailsঅসমৰ পৰিস্থিতি বৰ বেয়া। চৰকাৰখনে কি ধৰণৰ কাম কৰি আছে ভাবিলে আচৰিত লাগে। চৰকাৰী কাম কেনেকৈ হয় আমি জানো। চৰকাৰী...
Read moreDetailsমণিপুৰৰ কি হ’ব? বোধহয় মণিপুৰৰ ভূখণ্ড বাচি থাকিব।কিন্তু, মণিপুৰৰ আত্মাৰ কি হ”ব? মণিপুৰৰ আত্মা বাচি থাকিবনে? মণিপুৰৰ আত্মা মানে কি...
Read moreDetailsঅসমীয়া পৰিচয়ৰ কথা বাদ দি অসমীয়া জাতীয়তাবাদৰ কথা ক’ব নোৱাৰি। অসমীয়া পৰিচয়ৰ লগত অসমৰ ইতিহাসো জড়িত। কিন্তু, যেতিয়া সমসাময়িক ৰাজনীতিৰ...
Read moreDetails(মই এজন চিকিৎসক নহওঁ। কিন্তু, মই ইয়াত লিখা কথাখিন ভুল বুলি কোনোবাই প্ৰমাণ কৰিব পাৰিবনে?) ৰোগৰ বিষয়ে ৰোগীতকৈ চিকিৎসকে বেছি...
Read moreDetailsইন্দিৰা গান্ধীৰ ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া আমেৰিকা ভ্ৰমণৰ কি সম্পৰ্ক? জৰুৰীকালীন অৱস্থাৰ কথা ক’বলৈ যোৱাৰ...
Read moreDetailsবিদেশ ভ্ৰমণৰ পৰা ওভতি আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য প্ৰদেশত এখন বিশাল জনসভাত ভাষণ দিছিল। আচলতে সেইখনক আপোনালোকে নিৰ্বাচনী সভা...
Read moreDetailsনলবাৰীৰ ওচৰৰ ঘগ্ৰাপাৰ পুলিচ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে এজনী গাভৰু ছোৱালীক থানাৰ ভিতৰত উলংগ কৰি ছবি তুলিছে। এখন পুলিচ থানাৰ...
Read moreDetailsভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ আগ মুহূৰ্তত, আমেৰিকাৰ কংগ্ৰেছৰ ৭৫ গৰাকী সদস্যই, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জোচেফ আৰ বিডেনলৈ লিখা...
Read moreDetailsমণিপুৰ কিমানদিন ধৰি অশান্ত হৈ আছে? আজি ডেৰমাহৰ বেছি হ’ল। সময় যোৱাৰ লগে লগে পৰিস্থিতি ভাললৈ আহক চাৰি বেছি বেয়াহে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd