ক্ৰীড়া

ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত স্বৰ্ণপদক বিজেতা কলিয়াবৰৰ ৰূপজ্যোতিক জাগ্ৰত মহিলা মঞ্চৰ সম্বৰ্ধনা

স্পৰ্টছ কাৰাটে এছ’চিয়েশ্যন অব        ইণ্ডিয়াৰ উদ্যোগত কলকাতাৰ দীঘাত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসমৰ হৈ অংশগ্ৰহণ কৰি স্বৰ্ণ পদক দখল কৰি কলিয়াবৰৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনা ৰূপজ্যোতি শইকীয়াই আজি বাসগৃহত...

Read moreDetails

আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাত দুলীয়াজান, নিউ ভিষ্টা, ছেইণ্ট জেভিয়াৰ্ছৰ সহজ জয়

দুলীয়াজান ফুটবল একাডেমিৰ উদ্যোগত আৰু অইল ইণ্ডিয়াৰ পৃষ্ঠপোষকতাত দুলীয়াজান নেহৰু ময়দান খেলপথাৰত অনুষ্ঠিত হৈ থকা আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ সোমবাৰে ছাব...

Read moreDetails

২-০ গ’লৰ ব্যৱধানত কেৰেলা ব্লাষ্টাৰ্ছক পৰাস্ত কৰি ১৮ অনূৰ্ধ্ব য়ুথ লীগৰ খিতাপ দখল শ্বিলং লাজং এফ চিৰ

ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে শ্বিলং লাজং এফ চিয়ে ১৮ বছৰ অনূৰ্ধ্বৰ য়ুথ লীগ প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ দখল কৰিলে। শ্বিলঙৰ...

Read moreDetails

ডিগবৈত ভাৰতীয় মহিলা ক্ৰিকেট ‘এ’ দলৰ সদস্যা মনীষা দাসক সম্বৰ্ধনা

ভাৰতীয় মহিলা ক্ৰিকেট ‘এ’ দলৰ সদস্যা, অসম কন্যা মনীষা দাসক বৃহস্পতিবাৰে ডিগবৈৰ লুইত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত আৰ ডি শৈক্ষিক আৰু...

Read moreDetails

মণিপুৰত দেশৰ প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনৰ অধ্যাদেশ মঞ্জুৰ

মণিপুৰ তথা সমগ্ৰ উত্তৰ-পূবতে ক্ৰীড়াৰ প্ৰসাৰৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত দেশৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধান...

Read moreDetails

জাৰ্মানীৰ আন্তঃৰাষ্ট্ৰীয় শ্বুটিং প্ৰতিযোগিতাত জিলিকিল চৰাইডেউৰ জ্যোতিষ

জাৰ্মানীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শ্বুটিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি দেশ তথা ৰাজ্যলৈ গৈৰৱ কঢ়িয়াই আনিছে চৰাইডেউ জিলাৰ প্ৰতিভাৱান খৈলুৱৈ জ্যোতিষ...

Read moreDetails

‘ছিকিম মাৰাথন মানৱ’ অমৰ চুব্বা ১২ ঘণ্টীয়া নৈশ মাৰাথনলৈ

নতুন প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ বাবে সাজু ‘ছিকিম মাৰাথন মানৱ’ ৰূপে পৰিচিত অমৰ চুব্বা। অহা ২৬ আৰু ২৭ মে’ত হায়দৰাবাদৰ গাচ্ছিবউলি...

Read moreDetails

উমানন্দ বৰা ক্ৰিকেট : ওদালগুৰিক হৰুৱাই চেম্পিয়ন গুৱাহাটী

অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত উমানন্দ বৰা সোঁৱৰণী ১৩ বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে গুৱাহাটীয়ে। বৰ্ষাপাৰা...

Read moreDetails

ইম্ফলত চীনা ক্ৰীড়া বিশেষজ্ঞৰ তত্বাৱধানত ‘ছাই’ৰ খেলুৱৈৰ উশ্বুৰে বিশ্ব বিজয়ৰ অনুশীলন

মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলত প্ৰথমবাৰৰ বাবে পাঁচ দিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ উশ্বু প্ৰশিক্ষণ আলোচনাচক্ৰ আৰম্ভ হৈছে। সোমবাৰে এই আলোচনাচক্ৰখন খুমান লামপাক...

Read moreDetails

মঙলদৈত প্ৰথমখন ফুটবল আৰু টেবুল টেনিছ একাডেমি উদ্ধোধন

মঙলদৈৰ তৰুণ ফুটবল খেলুৱৈসকলক সঠিকভাৱে আগবঢ়াই নিয়াৰ উদ্দেশ্যে মঙলদৈ ক্ৰীড়া সন্থাই আজি অঞ্চলটোৰ প্ৰথমখন ফুটবল একাডেমিৰ উদ্ধোধন কৰে। আজি আবেলি...

Read moreDetails
Page 434 of 465 1 433 434 435 465

Stay Connected

Recent News