ক্ৰীড়া

অপেক্ষা ১৪ জুন : অসমতো ফুটবল প্ৰেমীৰ মাজত বিশ্বকাপৰ উত্তাপ

ৰাছিয়াত সম্পূৰ্ণ হৈ উঠিছে ফুটবল মহাযুদ্ধৰ আয়োজন। পুটিনৰ দেশ ৰাছিয়াৰ চহৰ নগৰ প্ৰায় এমাহ ধৰি ফুটবল উন্মাদনাত নিমজ্জিত হৈ থাকিব।...

Read moreDetails

ফুটবলৰ মহাযুদ্ধ ফিফা বিশ্বকাপক আদৰিবলৈ সাজু ছিকিম

মাজত মাথো এদিন। হয়, ১৪ জুনত য়ুৰোপৰ ৰাছিয়াত আৰম্ভ হ’ব ফুটবল মহাৰণ। ফুটবলৰ মহাযুদ্ধ ফিফা বিশ্বকাপৰ উত্তেজনা, উৎকণ্ঠা আৰম্ভ হৈছে...

Read moreDetails

ডিব্রুগড়ৰ চি কে শৰ্মা ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত অইল ইণ্ডিয়া বনাম অসম পুলিচ ব্লুজ

ডিব্রুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত চৌকিদিঙী খেলপথাৰত চলি থকা ত্ৰয়োদশ চি কে শৰ্মা সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ ফাইনেললৈ অগ্ৰসৰ হৈছে...

Read moreDetails

আই লীগ টুৰ্ণামেণ্টত দুভৰিৰ যাদু দেখুৱাবৰ বাবে সাজু ছিকিম হিমালয়ান ফুটবল ক্লাব

ছিকিমৰ ফুটবল প্ৰেমীলৈ সুখবৰ। ছিকিম হিমালয়ান ফুটবল ক্লাবক ভাৰতৰ সন্মানীয় আই লীগ টুৰ্ণামেণ্টৰ অনুৰ্দ্ধ ১৩, অনুৰ্দ্ধ ১৫ আৰু অনুৰ্দ্ধ ১৮...

Read moreDetails

ডিব্রুগড়ৰ চি কে শৰ্মা আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত অসম পুলিচ ব্লুজ

ডিব্রুগড়ৰ চৌকিদিঙী খেলপথাৰত অনুষ্ঠিত চি কে শৰ্মা আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হৈছে অসম পুলিচ ব্লুজ। ডিব্রুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা প্ৰতিযোগিতাখনৰ...

Read moreDetails

সঞ্জীতা চানুৰ নিষেধাজ্ঞা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলক সংস্থাক স্থিতি স্পষ্ট কৰাৰ দাবী মণিপুৰৰ মহিলা সংগঠনৰ

ড’পিং টেষ্টত দোষী সাব্যস্ত হৈ সাময়িক নিলম্বনৰ সন্মুখীন হোৱা কমনৱেলথ গেইমছত স্বৰ্ণ পদক বিজয়ী মণিপুৰৰ ভাৰোত্তোলক সঞ্জীতা চানুৰ সমৰ্থনত মণিপুৰৰ...

Read moreDetails

খেলপথাৰ খেলৰ বাবে : সোণোৱাল চৰকাৰ ‘দুতলীয়া’, মন্তব্য প্ৰাক্তন ৰঞ্জি খেলুৱৈৰ

‘গুৱাহাটীক ভাৰতৰ ক্ৰীড়াৰ ৰাজধানী’ হিচাপে গঢ় দিয়াৰ কথা ঘোষণা কৰা সোণোৱাল চৰকাৰে দুতলীয়া ভূমিকা গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে অসম...

Read moreDetails

কেৰালা ব্লাষ্টাৰত চুক্তিবদ্ধ উত্তৰ-পূবৰ ফুটবলৰ যুৱ চাঞ্চল্য ধীৰাজ মৈৰাংথেম

আগন্তক আই.এছ.এল চিজনত কেৰালা ব্লাষ্টাৰছৰ হালধীয়া জাৰ্চী পিন্ধিবলৈ চুক্তিবন্ধ  হৈছে অনুৰ্ধ -১৭ বিশ্বকাপত ভাৰতক প্ৰতিনিধিত্ব কৰা মণিপুৰৰ গলৰক্ষক ধীৰাজ মৈৰাংথেম।...

Read moreDetails

আছু, যুৱ-ছাত্ৰৰ পিছত খেলপথাৰ বচাবলৈ কৃষক মুক্তি, মহাবিদ্যালয় ছাত্ৰ একতা সভা

অসমৰ ভিতৰতে বিশাল আৰু উৎকৃষ্ট গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰখন শাসনাধিষ্ঠ বিজেপি দলে ধ্বংস কৰা বুলি উঠা অভিযোগনৰ্থ ইষ্ট...

Read moreDetails

মুম্বাইত উত্তৰ-পূবৰ খেলুৱৈক লৈ জাহ্নু বৰুৱাৰ পুত্ৰই গঠন কৰিলে নৰ্থ-ইষ্ট ৰেঞ্জাৰছ এফ চি; নিজেও খেলিব দলত

অসম তথা উত্তৰ-পূবৰ ফুটবলপ্ৰেমী আৰু ক্ৰীড়াপ্ৰেমীক উৎসাহিত কৰিব পৰা এটা ভাল খবৰ। যশস্বী অসমীয়া চিনেমা নিৰ্মাতা আৰু পৰিচালক  জাহ্ন বৰুৱাৰ...

Read moreDetails
Page 436 of 470 1 … 435 436 437 … 470

Stay Connected

Recent News