ক্ৰীড়া

উমানন্দ বৰা ক্ৰিকেট : ওদালগুৰিক হৰুৱাই চেম্পিয়ন গুৱাহাটী

অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত উমানন্দ বৰা সোঁৱৰণী ১৩ বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে গুৱাহাটীয়ে। বৰ্ষাপাৰা...

Read moreDetails

ইম্ফলত চীনা ক্ৰীড়া বিশেষজ্ঞৰ তত্বাৱধানত ‘ছাই’ৰ খেলুৱৈৰ উশ্বুৰে বিশ্ব বিজয়ৰ অনুশীলন

মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলত প্ৰথমবাৰৰ বাবে পাঁচ দিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ উশ্বু প্ৰশিক্ষণ আলোচনাচক্ৰ আৰম্ভ হৈছে। সোমবাৰে এই আলোচনাচক্ৰখন খুমান লামপাক...

Read moreDetails

মঙলদৈত প্ৰথমখন ফুটবল আৰু টেবুল টেনিছ একাডেমি উদ্ধোধন

মঙলদৈৰ তৰুণ ফুটবল খেলুৱৈসকলক সঠিকভাৱে আগবঢ়াই নিয়াৰ উদ্দেশ্যে মঙলদৈ ক্ৰীড়া সন্থাই আজি অঞ্চলটোৰ প্ৰথমখন ফুটবল একাডেমিৰ উদ্ধোধন কৰে। আজি আবেলি...

Read moreDetails

উন্নত প্ৰশিক্ষণৰ বাবে ইটালিলৈ যোৱা ভাৰতীয় বক্সিং দলত লাভলিনা বৰগোহাঁই

এছিয়ান গেইমছ আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপত উন্নত মানৰ প্ৰদৰ্শন দাঙি ধৰাৰ লক্ষ্য আগত ৰাখিয়েই অসমৰ বক্সাৰ লাভলিনা বৰগোহাঁই, মণিপুৰৰ এমচি মেৰীকম...

Read moreDetails

চেন্নাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় কুংফুত উজলিল অসমৰ ৬ সন্তান

আকৌ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াত উজলি উঠিল অসৰ ৬ সন্তান। ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতাত ৫ টা সোণ আৰু ১ টা ৰূপৰ...

Read moreDetails

ডিব্ৰুগড়ত আৰম্ভ আন্তঃজিলা দ্বিতীয় ৰেংকিং বেডমিণ্টন

বৃহস্পতিবাৰৰ পৰা ডিব্ৰুগড়ত আৰম্ভ হৈছে সদৌ অসম আন্তঃজিলা দ্বিতীয় ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা। অসম বেডমিণ্টন সন্থাৰ তত্ত্বাৱধানত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া...

Read moreDetails

বেডমিণ্টন এছিয়াৰ উপ সভাপতিৰূপে নিৰ্বাচিত হিমন্ত বিশ্ব শৰ্মা

বেদমিণ্টন এছিয়া ( Badminton Asia )ৰ উপ সভাপতিৰূপে নিৰ্বাচিত হৈছে অসমৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। এছিয়াৰ বেদমিণ্টন নিয়ন্ত্ৰক সংস্থাটোৰ...

Read moreDetails

ভাৰতীয় জাতীয় ফুটবল দলত অসমৰ বিনীত ৰায়

অসমৰ ফুটবল প্ৰেমীৰ বাবে এক সুখবৰ। অনাগত হিৰো ইণ্টাৰনেশ্যনেল কাপৰ বাবে ভাৰতীয় ছিনিয়ৰ ফুটবল দলৰ প্ৰস্তুতি শিবিৰলৈ আমণ্ট্ৰণ লাভ কৰিছে...

Read moreDetails

ক্ৰ’ৱেচিয়াত অনুষ্ঠিত হ’বলগীয়া বিশ্ব যুৱ কাপ কাৰাটে চেম্পিয়নশ্বিপ আৰু প্ৰশিক্ষণ শিবিৰলৈ অসমৰ ৮ গৰাকী খেলুৱৈ

১১ সংখ্যক বিশ্ব যুৱ কাপ কাৰাটে চেম্পিয়নশ্বিপ আৰু প্ৰশিক্ষণ শিবিৰত যোগদান কৰাৰ বাবে যাবলগীয়া ভাৰতীয় দলটোত অসমৰ ৮ গৰাকী কেৰাটে...

Read moreDetails

অৰুণাচলৰ তৃতীয়গৰাকী মহিলা পৰ্বতাৰোহী মুৰি লিনগিৰ এভাৰেষ্ট জয়

অৰুণাচল প্ৰদেশৰ তৃতীয়গৰাকী মহিলা পৰ্বতাৰোহী হিচাপে এভাৰেষ্ট জয় কৰি সমগ্ৰ দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৰয়িঙৰ বাসিন্দা মিৰি লিনগিয়ে।...

Read moreDetails
Page 443 of 474 1 … 442 443 444 … 474

Stay Connected

Recent News