শীর্ষ সংবাদ

ৰহস্য! ১৫ কোটি টকাৰ বাবে হত্যা কৰা হৈছিল সতীশ কৌশিকক? অচিনাক্ত মহিলাৰ দাবীত চাঞ্চল্য

হৃদৰোগ নহয়, সতীশ কৌশিকক ঔষধ সেৱন কৰাই হত্যা কৰা হৈছিল! শনিবাৰে ৰাতিপুৱাৰ পৰা এনে ধৰণৰ বাতৰি পোৱা গৈছিল। দিল্লী প্ৰশাসনৰ...

Read moreDetails

চৌদি আৰৱ-ইৰাণৰ সম্পৰ্ক পুনৰুদ্ধাৰৰ বাবে চীনৰ মধ্যস্থতা; অস্বস্তিত আমেৰিকা

ইৰাণ আৰু চৌদি আৰবে চীনৰ মধ্যস্থতাত কূটনৈতিক সম্পৰ্ক পুনৰুদ্ধাৰ কৰিবলৈ সন্মত হৈছে। চৌদি আৰৱৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মুছাদ বিন মহম্মদ...

Read moreDetails

গুৱাহাটী উচ্চ ন্যায়ালয়: মহিলা ন্যায়াধীশৰ অলংকাৰকলৈ কৰা মন্তব্যৰ বাবে অৱমাননাৰ গোচৰত দোষী সাব্যস্ত অধিবক্তা

গুৱাহাটী উচ্চ ন্যায়ালয়ে ইয়াৰ অধীনস্থ আদালতৰ এগৰাকী মহিলা ন্যায়াধীশৰ অলংকাৰ সন্দৰ্ভত কৰা অৱমাননাসূচক মন্তব্য আৰু তেওঁক "পৌৰাণিক চৰিত্ৰ"ৰ এক অসুৰৰ...

Read moreDetails

ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈয়ে চীনৰ প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তন ঘটালে জিনপিঙে

তৃতীয় বাৰৰ বাবে চীনৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল ছি জিনপিং। চীনৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই দেশৰ প্ৰধানমন্ত্ৰীক সলনি কৰিলে...

Read moreDetails

গুৱাহাটীত যাত্ৰীবাহী ৰে’লৰ ডবাত বিধ্বংসী অগ্নিকাণ্ড: সম্পূৰ্ণৰূপে ভস্মীভূত এটা ডবা

গুৱাহাটী মহানগৰীৰ চান্দমাৰী অঞ্চলত ৰখাই থোৱা অৱস্থাতে বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে এখন যাত্ৰীবাহী ৰে'লত। এই ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হৈছে ৰে'লখনৰ...

Read moreDetails

আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত অনন্য কৃতিত্ব অৰ্জন ৰোহিত শৰ্মাৰ: সম্পূৰ্ণ কৰিলে ১৭ সহস্ৰাধিক ৰান

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত আহমেদাবাদ টেষ্ট তৃতীয় দিনা আজি এক ঈৰ্ষণীয় কৃতিত্ব অৰ্জন কৰিছে।...

Read moreDetails

বিজেপিৰ কৃপা! হায়দৰাবাদত ‘ৰেইড ডিটাৰজেন্ট’ৰ পোষ্টাৰে পোষ্টাৰে হিমন্ত বিশ্ব শৰ্মা!

দিল্লী সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰৰ সন্দৰ্ভত আজি দিল্লীত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ জেৰাৰ সন্মুখীন হয় ভাৰত...

Read moreDetails

‘স্বাধীনতা সংগ্ৰামৰ সেনানীকো ইংৰাজে কষ্ট দিছিল, কিন্তু তেওঁলোকৰ মনোবল ভঙা নাছিল’: কাৰাগাৰৰ ভিতৰৰ পৰাই চিছ’দিয়াৰ বাৰ্তা

বিগত মাহৰ শেষৰফালে দিল্লীৰ সুৰা নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আম আদমি পাৰ্টিৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই কেন্দ্ৰৰ...

Read moreDetails

ঈৰ্ষণীয় মাইলষ্ট’ন স্পৰ্শ পূজাৰাৰ: স্থান পালে শচীন-দ্ৰাবিড়-লক্ষ্মণৰ সৈতে একে তালিকাত

২২ গজৰ যুঁজৰ আটাইতকৈ দীঘলীয়া ফৰ্মেট টেষ্ট ক্ৰিকেটত বিগত এক দশক পূৰ্বে ভাৰতীয় দলৰ বেটিং লাইনআপ শোভাবৰ্ধন কৰিছিল শচীন টেণ্ডুলকাৰ,...

Read moreDetails

‘কাঙাল’ হৈ পৰিছে পলাতক ব্যৱসায়ী নীৰৱ মোডী; জৰিমনা পৰিশোধ কৰিবলৈ ধাৰ ল’ব লগা হৈছে টকা

পিএনবি কেলেংকাৰীত অভিযুক্ত পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোডীয়ে দাবী কৰিছে যে তেওঁৰ ওচৰত এতিয়া ধন জমা নাই আৰু তেওঁ ১,৫০,০০০...

Read moreDetails
Page 1537 of 5272 1 1,536 1,537 1,538 5,272

Stay Connected

Recent News