শীর্ষ সংবাদ

বিজেপিক টাইটানিকৰ দৰে ডুবাবলৈ মোদীৰ নেতৃত্বই যথেষ্ট : সুব্ৰমণিয়াণ স্বামী

প্ৰবীণ নেতা সুব্ৰমণিয়াণ স্বামীয়ে সমালোচনা কৰিলে বিজেপিৰ নেতৃত্বক।  সোমবাৰে পুৱা এক্সত স্বামীয়ে ইংগিত দিয়ে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগভাগ ল’লে...

Read moreDetails

উত্তৰ প্ৰদেশত কিয় বেয়া হ’ল বিজেপিৰ নিৰ্বাচনী ফলাফল? কাৰ্যনিৰ্বাহক বৈঠকত যোগী আদিত্যনাথৰ ডাঙৰ স্বীকাৰোক্তি

অষ্টাদশ লোকসভা নিৰ্বাচনত আশা কৰা ধৰণে ভোট লাভ নকৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে। বিজেপিৰ দুৰ্গ উত্তৰ প্ৰদেশত ৮০ খন আসন পোৱাৰ...

Read moreDetails

বংকোৱালৰ চিগা মথাউৰি পৰিদৰ্শন বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু CPI(M)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ; মনোৰঞ্জন তালুকদাৰৰ আশ্বাসক তাৎক্ষণিক আদৰণি জীপালৰ

দেওবাৰে বোকাখাতৰ বংকোৱালত উপস্থিত হয় সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ। বংকোৱাল - নেঘেৰিটিং সংযোগী চিগা মথাউৰি পৰিদৰ্শন কৰে বিধায়ক গৰাকীয়ে।...

Read moreDetails

ভুৱা নথি-পত্ৰৰে বিশেষভাৱে সক্ষম বুলি দাবী! বিতৰ্কত আন এজন প্ৰাক্তন আই এ এছ বিষয়া

প্ৰশিক্ষণৰত আই এ এছ বিষয়া পূজা খেডকাৰক লৈ বিতৰ্ক। এফালে ভুৱা নথি-পত্ৰ লৈ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ অভিযোগ উত্থাপন হৈছে, আনফালে...

Read moreDetails

বানপানীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাপক ক্ষতিসাধন; ১০টা এশিঙীয়া গঁড়কে ধৰি ২০০ টা বন্যপ্ৰাণীৰ মৃত্যু

যদিও অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে, তথাপিও বিলুপ্তপ্ৰায় এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত বনাঞ্চলৰ এটা...

Read moreDetails

পুনৰ নেপালৰ প্ৰধানমন্ত্ৰীৰ আসনত চীনৰ সমৰ্থক কে পি অলী; জানো আহক ভাৰতৰ প্ৰতি তেওঁৰ মনোভাৱ কেনেকুৱা…

নেপালত পুনৰ গঠন হৈছে কে পি শৰ্মা অলীৰ চৰকাৰ। আজি (সোমবাৰে) তেওঁ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। বিগত কেইবামাহো নেপালত...

Read moreDetails

মিথ্যাৰ মায়াজাল ৰচিছে প্ৰধানমন্ত্ৰী মোদীয়ে- অভিযোগ মল্লিকাৰ্জুন খৰ্গেৰ

প্ৰধানমন্ত্ৰীয়ে কৰ্মসংস্থাপনৰ বিষয়ত বিৰোধীয়ে মিছা প্ৰচাৰ চলাইছে বুলি কোৱা কথাষাৰে যথেষ্ট তাৎপৰ্য বহন কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে দেওবাৰে প্ৰতি...

Read moreDetails

‘এক্স’ত ১০০ মিলিয়ন অনুগামীৰ মাইলৰ খুঁটিত উপনীত প্ৰধানমন্ত্ৰী মোদী; সামাজিক মাধ্যমত জনপ্ৰিয়তা বাঢ়িলেও ৰাজ্যসমূহত ভেটি খহিছে বিশ্বগুৰুৰ

সামাজিক মাধ্যম,কেমেৰা আৰু এটেনশ্যন ভালপোৱা প্ৰধানমন্ত্ৰী মোদী এক্সত বিশ্বৰ জনপ্ৰিয় নেতা হিচাপে পৰিগণিত হৈছে৷পিছে এই কৃতিত্ব বিজেপিৰ নেতা কৰ্মীৰ বাবে...

Read moreDetails

শ্বাসৰুদ্ধকৰ ইউৰো কাপৰ ফাইনেলত চেম্পিয়ন স্পেইন; ইংলেণ্ডৰ বাৰ্লিন দেৱাল ভাঙিলে য়ামালবাহিনীয়ে

শ্বাসৰুদ্ধকৰ ইউৰো কাপত জয়লাভ কৰিছে স্পেইনে। ইউৰোৰ ফাইনেলত ইংলেণ্ডক ২-১ গ’লত পৰাস্ত কৰি চেম্পিয়ন হয় স্পেইন। দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে স্পেইনে গ’ল...

Read moreDetails

কিমাশ্চৰ্যম! নিৰাপত্তা বেষ্টনী ফালি অনন্ত আম্বানীৰ বিয়াত সোমাল ‘অনিমন্ত্ৰিত অতিথি’,আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত নিমন্ত্ৰণ অবিহনে প্ৰৱেশ কৰা দুজন ব্যক্তিৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। অনুমতি অবিহনে...

Read moreDetails
Page 1537 of 5999 1 … 1,536 1,537 1,538 … 5,999

Stay Connected

Recent News