শীর্ষ সংবাদ

পশ্চিমীয়া দেশসমূহৰ বাবে ভাৰতৰ ওচৰত ক্ষমা বিচাৰিলে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভে

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভে পশ্চিমীয়া বিশ্বৰ হৈ ভাৰতৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছে। ৰাছিয়াৰ মন্ত্ৰীগৰাকীয়ে জি-২০ অন্তৰ্ভুক্ত দেশসমূহৰ সন্মিলনত অংশগ্ৰহণ...

Read moreDetails

হৃদৰোগত আক্ৰান্ত সুস্মিতা সেন; কেনে আছে অভিনেত্ৰীগৰাকী?

বলীউডৰ অভিনেত্ৰী সুস্মিতা সেন হৃদৰোগত আক্ৰান্ত হৈছে। দুদিন আগতে তেওঁ আক্ৰান্ত হৈছিল যদিও বৃহস্পতিবাৰেহে বাতৰিটো পোহৰলৈ আহে। বাতৰি অনুসৰি তেওঁ...

Read moreDetails

ৰাজনৈতিক অস্থিৰতাৰ মাজতে ভিয়েটনামৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল ভো ভেন থুং

ভিয়েটনামৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে ভো ভেন থুং। আইন প্ৰণেতাসকলে বৃহস্পতিবাৰে নেচনেল এছেম্বলীৰ এক বিশেষ অধিৱেশনত তেওঁক ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰে।...

Read moreDetails

ত্ৰিপুৰাত বিজেপিৰ বিজয়ত আত্মসন্তুষ্টি ক’ত? কমিল ভোটৰ হাৰ-আসন; কোনোমতে সৰকিল বহু নেতা!

ত্ৰিপুৰা বিজেপি কোনোমতে ওলাই গৈছে! এতিয়ালৈকে ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ফলাফলে তেনে এখন চিত্ৰকে দাঙি ধৰিছে। কিয়নো যোৱাবাৰৰ তুলনাত উত্তৰ-পূবৰ ৰাজ্যখনত...

Read moreDetails

“আনটাছ্ড 13”! ফণ্টেইনৰ প্ৰস্থান….

জীৱন যুদ্ধত হাৰ মানিলে প্ৰাক্তন ফৰাচী ফুটবলাৰ তথা ফিফা বিশ্বকাপৰ ইতিহাসত এক বিৰল অভিলেখৰ গৰাকী জাষ্ট ফণ্টেইনে। বুধবাৰে প্ৰাক্তন ফুটবল...

Read moreDetails

ইতিহাস ৰচনা কৰি নাগালেণ্ডৰ বিধান সভাত প্ৰথমবাৰৰ বাবে বিজয় সাব্যস্ত কৰিলে দুই মহিলাই

১৯৬৩ চনত নাগালেণ্ড ৰাজ্য গঠন হোৱাৰ পিছৰে পৰা আজিলৈকে নাগালেণ্ড বিধান সভাত জয় লাভ কৰা নাছিল কোনো মহিলা প্ৰাৰ্থীয়ে। কিন্তু...

Read moreDetails

নাইজেৰিয়াৰ ৰাজনৈতিক ‘গডফাদাৰ’! ক্ষমতালোভী, উচ্চাকাংক্ষী নতুন ৰাষ্ট্ৰপতি বোলা টিনুবু

নাইজেৰিয়াত তেওঁক ৰাজনৈতিক 'গডফাদাৰ' বুলি কোৱা হয়। তেওঁ কৌশলগত দক্ষতা আৰু প্ৰভাৱৰ বাবে এই নামেৰে জনাজাত। তেওঁ কেতিয়াও নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি...

Read moreDetails

ডিটেনচন কেম্পত কাৰাবন্দী বাল্যবিবাহ অভিযুক্তক: হিমন্তৰ চৰকাৰক ককৰ্থনা উচ্চ ন্যায়ালয়ৰ

ৰাজ্যত বাল্যবিবাহ বিৰোধী অভিযান চলাই একপ্ৰকাৰে নৈৰাজ্যৰ সূচনা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱাৰ...

Read moreDetails

লক্ষ্য স্বচ্ছ নিৰ্বাচন: নিৰ্বাচন আয়ুক্তৰ নিযুক্তি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

দেশৰ নিৰ্বাচনৰ স্বচ্ছতা বজাই ৰখাৰ স্বাৰ্থত আজি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ ৰায়। শীৰ্ষ আদালতৰ নিৰ্দেশাৱলী অনুসৰি নিৰ্বাচন আয়ুক্তসকলক...

Read moreDetails

আদানী গোটৰ জালিয়াতিৰ তদন্তৰ বাবে বিশেষজ্ঞ সমিতি গঠন উচ্চতম ন্যায়ালয়ৰ

বহু চৰ্চিত আৰু বহু বিতৰ্কিত আদানী গোটৰ জালিয়াতিৰ তদন্তৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। আজি দেশৰ শীৰ্ষ আদালতে আমেৰিকান প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ...

Read moreDetails
Page 1547 of 5270 1 1,546 1,547 1,548 5,270

Stay Connected

Recent News