যদিও আনুষ্ঠানিক নহয়, তথাপিও চলি থকা আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ যাত্ৰা প্ৰায় শেষ। সেই তালিকাত এইবাৰ যোগ দিবলৈ...
Read moreDetailsআমেৰিকাত ভয়ংকৰ পথ দুৰ্ঘটনাত ৩ গৰাকী ভাৰতীয় যুৱতীয়ে প্ৰাণ হেৰুৱাইছে। তিনিওজনেই গুজৰাটৰ বাসিন্দা। নিহত যুৱতী তিনিগৰাকী হৈছে ৰেখাবিন পেটেল, সংগীতাবিন...
Read moreDetailsসমালোচনা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। গতিকে ৰাজৰোষত পঢ়িব লগা হ’ল। এনে অভিযোগ সাংবাদিকগৰাকীৰ। তেওঁ ভাৰত এৰি গুচি যাব লগা হ’ল।...
Read moreDetailsলোকসভা নিৰ্বাচন পূৰ্ণগতিত চলি থকাৰ সময়তে শুকুৰবাৰে চৰকাৰী ৰে’ল আৰক্ষীয়ে (জিআৰপি) নিউ বংগাইগাঁও ষ্টেচনৰ পৰা দুজন বাংলাদেশী নাগৰিকক আটক কৰে।...
Read moreDetailsঅধিনায়ক সঞ্জু চেমছনৰ বেটিঙ বিক্ৰমত ধৰাশায়ী হ’ল লক্ষ্ণৌ। ৰাজস্থান ৰয়েলছৰ প্লে অফ খেলাটো আপাততঃ নিশ্চিত হৈ পৰিল। শনিবাৰে নিশা পুনৰ...
Read moreDetailsবৰ্তমানেও কিছু ছবিগৃহত চলি থকা লাপটা লেডিজ এখন হিন্দী ভাষাৰ ছবি। পৰিচালনা কৰিছে কিৰণ ৰাওৱে। কিৰণ ৰাওৰ দ্বাৰা পৰিচালিত পূৰ্বৰ...
Read moreDetailsলোকসভা নিৰ্বাচনত আন এক চমক প্ৰদৰ্শনৰ চেষ্টা বিজেপিৰ। মহাৰাষ্ট্ৰৰ উত্তৰ-মধ্য মুম্বাই লোকসভা সমষ্টিৰ পৰা বিজেপিয়ে থিয় কৰাইছে সন্ত্ৰাসবাদী আজমল কাছভক...
Read moreDetails“এইবাৰৰ নিৰ্বাচন অতি গুৰুত্বপূর্ণ। এই নির্বাচন কোনো ব্যক্তিৰ নির্বাচন নহয়। এই নির্বাচন কাকো হেয় প্রতিপন্ন কৰাৰ নিৰ্বাচন নহয়। এই নির্বাচন...
Read moreDetailsশনিবাৰে পুৱা এগৰাকী বিজেপি নেতাৰ বাসগৃহত সংঘটিত হয় এক ভয়ানক বিস্ফোৰণ। পশ্চিমবংগৰ হাছানাবাদত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে...
Read moreDetailsলোকসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ দিনটোতে উত্তৰ পূব সীমান্ত ৰে'লৱেই বৰাকলৈ যোৱা ছখনকৈ ৰে'ল বাতিল কৰা, সাতখনকৈ ৰে'লৰ যাত্ৰা আধাতে সামৰা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd