শীর্ষ সংবাদ

লালুৱে লগালে জুই! সমস্বৰে ‘মোদী কা পৰিৱাৰ’ জুৰিলে বিজেপি নেতৃত্বই

চ’ছিয়েল নেটৱৰ্কিং চাইট টুইটাৰত আজি দেখিবলৈ পোৱা গ’ল এক বিশেষ ট্ৰেণ্ড। শাসকীয় বিজেপি দলৰ নেতাসকলে সূচনা কৰিছে এই ট্ৰেণ্ডৰ। বিহাৰৰ...

Read moreDetails

নিৰ্বাচনী বণ্ড সম্পৰ্কীয় তথ্য প্ৰদানৰ সময়সীমা বৃদ্ধিৰ বাবে উচ্চতম ন্যায়ালয়ক অনুৰোধ ভাৰতীয় ষ্টেট বেংকৰ

‘অসাংবিধানিক’ নিৰ্বাচনী বণ্ডৰ বিষয়ে নিৰ্বাচন আয়োগক তথ্য প্ৰদানৰ বাবে উচ্চতম ন্যায়ালয়ে দিয়া সময়সীমা বৃদ্ধি কৰিবৰ বাবে অনুৰোধ জনাইছে ভাৰতীয় ষ্টেট...

Read moreDetails

প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছতেই ভাইৰেল হ’ল অশ্লীল ভিডিঅ’ : প্ৰাৰ্থীত্ব উঠাই ল’বলৈ বাধ্য হ’ল বিজেপি সাংসদে

এগৰাকী মহিলাৰ লগত অশ্লীল ভিডিঅ’ ভাইৰেল হৈছে বিজেপি নেতা উপেন্দ্ৰ সিং ৰাৱটৰ।  উল্লেখ্য যে ৰাৱট  বাৰাবাংকিৰ লোকসভা সমষ্টিৰ সাংসদ। সেই...

Read moreDetails

কোনে পাব আই পি এলৰ অৰেঞ্জ কেপ আৰু পাৰ্পল কেপ! চাহালৰ ভৱিষ্যত বাণী

অহা ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব বিশ্বৰ ভিতৰতে ব্যয়বহুল ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এল। প্ৰতিযোগিতাখনৰ আৰম্ভণিৰ...

Read moreDetails

অহিন্দু লোকে প্ৰৱেশ কৰিলে পুৰীৰ জগন্নাথ মন্দিৰত : গ্ৰেপ্তাৰ ৯ গৰাকী বিদেশী নাগৰিক

নিয়ম উলংঘা কৰি পুৰিৰ জগন্নাথ মন্দিৰত প্ৰৱেশ কৰা ৯ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দেওবাৰে সন্ধিয়া নিয়ম উলংঘা কৰি...

Read moreDetails

প্ৰয়োজন মাত্ৰ এখন নগ্ন ছবিৰ ! ইউৰোপৰ বিৰুদ্ধে নতুন অস্ত্ৰ পুটিনৰ 

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পশ্চিমীয়া দেশৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে নতুন অস্ত্ৰ । তেওঁৰ ইউৰোপ বিৰোধী অভিযানত নতুন অস্ত্ৰ হৈ পৰিছে...

Read moreDetails

মাতৃৰ মৃত্যুৰ সময়ত মুণ্ডন নকৰা মোদী ভুৱা হিন্দু! কটাক্ষ লালুৰ

কালি বিহাৰৰ গান্ধী ময়দানত শক্তি প্ৰদৰ্শন কৰিলে বিৰোধী মিত্ৰজোঁট INDIAই। গান্ধী ময়দানত হোৱা ‘জন বিশ্বাস মহা ৰেলী’ত দেখিবলৈ পোৱা গ’ল...

Read moreDetails

উৎকোচৰ বিনিময়ত ভোটদানৰ অভিযোগত ৰেহাই নাপাব সাংসদ-বিধায়কে; ঐতিহাসিক ৰায় উচ্চতম ন্যায়ালয়ৰ

সাংসদ-বিধায়কে ধনৰ বিনিময়ত ভোটদানৰ গোচৰত ৰেহাই নাপাব। সোমবাৰে উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দানত এইদৰে কয়। সংসদ হওক বা বিধানসভা হওক,...

Read moreDetails

তদন্তত সহযোগিতা আগবঢ়াব কেজৰিৱালে : চিঠি লিখি জনালে ইডিক

দিল্লী সুৰা কেলেংকাৰিৰ তদন্তৰ বাবে অষ্টমবাৰৰ বাবে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চমন জাৰি কৰিছে বলবৎকাৰী সঞ্চালকালয় চমুকৈ ইডিয়ে। কিন্তু আজিও দিল্লীৰ...

Read moreDetails

কাৰাগাৰত সশস্ত্ৰ আক্ৰমণ চলাই ৪ হাজাৰ কয়দীক উলিয়াই নিলে দুৰ্বৃত্তই!

কেৰিবিয়ান দেশ হাইটিত সংঘটিত হৈছে এই ঘটনা। দেশৰ এখন কাৰাগাৰত সশস্ত্ৰ আক্ৰমণ চলাই দুৰ্বৃত্তই উলিয়াই লৈ ​​যায় প্ৰায় ৪ হাজাৰ...

Read moreDetails
Page 1668 of 5929 1 1,667 1,668 1,669 5,929

Stay Connected

Recent News