শীর্ষ সংবাদ

হিমন্ত নে কিৰেণ? কোন সঁচা? : অৰুণাচলৰ চাকমা – হাজং শৰণাৰ্থীক অসমত সংস্থাপনৰ বিৰোধিতা আম আদমি পাৰ্টীৰ

"ক্ষমতাৰ স্বাৰ্থত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশ মৰ্মে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অৰুণাচল প্ৰদেশত বসবাস কৰা বাংলাদেশী চাকমা...

Read moreDetails

ইভিএম আৰু ভিভিপিএটি-এ কিদৰে কাম কৰে বুজাই দিবলৈ নিৰ্বাচনী বিষয়াক তলব উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচনত ভোটদানৰ বাবে ব্যৱহৃত ইলেক্ট্ৰনিক ভোটিং মেচিন আৰু ভোটদান নিশ্চিত কৰিবলৈ লাভ কৰা ভিভিপিএটি স্লিপ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ...

Read moreDetails

ভাং খাই নিগনিয়ে ফচাই দিলে আৰক্ষীক; সাৰি গ’ল অপৰাধী! ঘটনাটো কি জানিবলৈ পঢ়ক… 

ঝাৰখণ্ডত সংঘটিত হৈছে এক আচৰিত ঘটনা। ভাং খাই নিগনিয়ে বিপদত পেলাইছে ঝাৰখণ্ড আৰক্ষীক। গোচৰৰ প্ৰমাণ হিচাপে জব্দ কৰা ১০ কেজি...

Read moreDetails

মোক লগ কৰাৰ সময় দিলে মই প্ৰধানমন্ত্ৰী মোদীৰ সকলো ভ্ৰান্তি দূৰ কৰিম : মল্লিকাৰ্জুন খৰ্গে

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ যুঁজখনত মুছলিম লীগৰ প্ৰসংগ টানি আনি হোৱাই নোহোৱাই কংগ্ৰেছক সমালোচনা কৰিছে নিৰেন্দ্ৰ মোদীকে ধৰি ভাৰতীয় জনতা...

Read moreDetails

নিৰ্বাচনত জিকিলে পুনৰ খোলা হ’ব বন্ধ কৰি দিয়া ৭৫০ খন মাদ্ৰাছা : বদৰুদ্দিন আজমল

নিৰ্বাচনত জয়ী হ’লে অসমত চৰকাৰে বন্ধ কৰি দিয়া ৭৫০ খন মাদ্ৰাছা পুনৰ খোলা হ’ব বুলি দাবী কৰিছে অল ইণ্ডিয়া ইউনাইটেড...

Read moreDetails

ভাৰতত ক্ৰিকেটক ধৰ্ম হিচাপে প্ৰতিষ্ঠা কৰি নিজেই হৈ পৰিল ক্ৰিকেটৰ ভগৱান : আজি শচীন তেণ্ডুলকাৰৰ ওপজা দিন

ভাৰতত আজি ক্ৰিকেটক ধৰ্মৰ দৰেই মৰ্যাদা দিয়া হৈছে। ভাৰতত এই খেলবিধ ইমান বিখ্যাত কৰি তোলাত গুৰুত্বপূৰ্ণ অৱদান আছে মহান বেটছমেন...

Read moreDetails

নেটফ্লিক্সলৈ আহি আছে বিশ্ব সাহিত্য : মুক্তিৰ পথত মাৰ্কেজৰ ‘ৱান হাণ্ড্ৰেড ইয়াৰ্ছ অৱ ছলিটিউড’

নেটফ্লিক্সলৈ আহি আছে নোবেল বঁটা বিজয়ী তথা কালজয়ী সাহিত্যিক গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ উপন্যাস ‘ৱান হাণ্ড্ৰেড ইয়াৰ্ছ অৱ ছলিটিউড’। উপন্যাসখনৰ আধাৰত...

Read moreDetails

হাতী-মানুহৰ সংঘাত! তিনিচুকীয়াত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল মহিলাৰ

মঙলবাৰে তিনিচুকীয়া জিলাত বনাঞ্চলৰ পৰা বাহিৰলৈ ওলাই অহা এটা বনৰীয়া হাতীয়ে এগৰাকী মহিলাক আক্ৰমণ কৰে।  স্থানীয় লোকে জনোৱা মতে, মহিলাগৰাকীয়ে...

Read moreDetails

৫ লাখ চাকমা শৰণাৰ্থীৰ বোজা অসমে নল’বৰ বাবেই বিজেপিক ভোট দিয়াৰ পৰা বিৰত থাকক : ভূপেন বৰা

 ৫ লাখ হাজং চাকমা শৰণাৰ্থীক অসমত সংস্থাপিত কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ নিৰ্দেশত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ভয়ংকৰ...

Read moreDetails
Page 1669 of 6005 1 … 1,668 1,669 1,670 … 6,005

Stay Connected

Recent News