শীর্ষ সংবাদ

পুখুৰীত বাগৰি পৰিল NITৰ বাছঃ কেইবাগৰাকী শিক্ষাৰ্থী, শিক্ষক আহত

আজি পুৱা ত্ৰিপুৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আগৰতলাস্থিত ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ এখন বাছ পুখুৰীত বাগৰি পৰাৰ ফলত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী...

Read moreDetails

পুনৰ উত্তপ্ত মণিপুৰঃ ম’ৰেহত আৰক্ষীৰ ওপৰত আক্ৰমণ সশস্ত্ৰ দলৰ, এজন কমাণ্ডো নিহত

গোষ্ঠীসংঘৰ্ষই জুৰুলা কৰা অশান্ত মণিপুৰত যেন এতিয়াও সুদূৰপৰাহত শান্তি। ৰাজ্যখনত আজি পুনৰ সৃষ্টি হৈছে সংঘৰ্ষৰ। এই সংঘৰ্ষত প্ৰাণ হেৰুৱাইছে মণিপুৰ...

Read moreDetails

ভাৰতত বাঢ়িছে, চীনত কমিছে! চীনত এবছৰত হ্ৰাস পালে ২০ লাখ জনসংখ্যা

একেৰাহে দুবছৰ চীনৰ জনসংখ্যা হ্ৰাস পাইছে। পৰিসংখ্যা অনুসৰি যোৱা এটা বছৰত চীনৰ জনসংখ্যা ২০ লাখতকৈ অধিক হ্ৰাস পাইছে। বেইজিঙৰ নেশ্যনেল...

Read moreDetails

চুৰুনী সাংসদ! দোকানৰ সামগ্ৰী চোৰ কৰাৰ অভিযোগৰ পিছত পদত্যাগ নিউজিলেণ্ডৰ সাংসদৰ

দোকান চুৰিৰ অভিযোগত পদত্যাগ কৰিলে নিউজিলেণ্ডৰ এগৰাকী মহিলা সংসদ সদস্যই। তেওঁৰ নাম গোলৰিজ ঘাহৰামান (৪২)। তেওঁ গ্ৰীণ পাৰ্টিৰ সদস্য। আৰক্ষীয়ে...

Read moreDetails

বৃহৎ ক্ষতিৰ সন্মুখীন আম্বানী! মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে দুই কোম্পানীৰ পৰা হেৰুৱালে ৩৮,৩৩৪ কোটি টকা

ভাৰতীয় ধনকুবেৰ মুকেশ আম্বানীয়ে মাত্ৰ ২৪ ঘন্টাত বৃহৎ লোকচানৰ সন্মুখীন হ’ল। মূলতঃ দুটা কোম্পানীৰ শ্বেয়াৰৰ বৃহৎ পতনৰ বাবে আম্বানীয়ে ৩৮,৩৩৪...

Read moreDetails

ধোনীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিলে প্ৰাক্তন ব্যৱসায়িক বন্ধুৱে

পুনৰ বিতৰ্কত টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক `কেপ্টেইন কুল’ মহেন্দ্ৰ সিং ধোনী। মিহিৰ দিবাকৰ আৰু তেওঁৰ পত্নী সৌম্য দাসে ধোনীৰ বিৰুদ্ধে...

Read moreDetails

আজি শিল্পী দিৱস, ৰাজ্যজুৰি ৰূপকোঁৱৰক সুঁৱৰিছে অসমবাসীয়ে

আজি ১৭ জানুৱাৰী, শিল্পী দিৱস। অসমীয়া ভাষা, কলা-সংস্কৃতিৰ সাধক, ৰূপকাৰ  ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতি দিৱস। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতিবছৰে...

Read moreDetails

পাকিস্তানত ইৰাণৰ এয়াৰ ষ্ট্ৰইকত বিধ্বস্ত জইছ উগ্ৰপন্থীৰ ঘাটি; নিহত দুটি শিশু, প্ৰতিবাদ ইছলামবাদৰ

ইৰাকৰ পিছত এইবাৰ পাকিস্তানত ইৰাণৰ এয়াৰ ষ্ট্ৰাইক। পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কৈছে যে ইৰাণে পাকিস্তানত এয়াৰ...

Read moreDetails

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি; ৰিখটাৰ স্কেলত ৩.৫ প্ৰাবল্য, গুৱাহাটীতো অনুভুত কম্পন

পুনৰ এক ভূমিকম্পৰ জোকাৰণিয়ে কঁপাই গ’ল ৰাজ্য। পুৱা ৭.৫৪ বজাত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। অসমৰ দৰং জিলাত বুধবাৰে পুৱা...

Read moreDetails

কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে নিজৰ কাৰ্যসূচী বাতিল কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

অসমৰ মুখ্যমন্ত্ৰী তথা উত্তৰ-পূবৰ বিজেপিৰ শীৰ্ষ নেতা হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ...

Read moreDetails
Page 1736 of 5931 1 1,735 1,736 1,737 5,931

Stay Connected

Recent News