শীর্ষ সংবাদ

গোৱাৰ হোটেলৰ সূচানাৰ কোঠাৰ পৰা পত্ৰ উদ্ধাৰ আৰক্ষীৰ; মুকলি হ’বনে সকলো জটিল ৰহস্য?

হোটেলৰ কোঠাৰ পৰা উদ্ধাৰ হোৱা এখন ছুৰী, টাৱেল আৰু এটা গাৰুৰ সূত্ৰ ধৰি তদন্ত বহুখিনি আগবাঢ়িছে। নিজৰ শিশু হত্যাৰ ৰহস্য...

Read moreDetails

ঘাতক কুঁৱলী! কলিয়াবৰৰ মিছাৰ ৰৌমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৩ যুৱক

সমাগত ভোগালী বিহুক লৈ সকলোৱে ব্যস্ত হৈ পৰাৰ সময়তে এক ভয়ংকৰ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে ৩গৰাকী যুৱকে। ঘন কুঁৱলীৰ বাবে...

Read moreDetails

ধৰ্ম সংকট! ৰাম মন্দিৰৰ উদ্বোধন বৰ্জন ৪ শংকৰাচাৰ্যৰ

অহা ২২ জানুৱাৰীত উদ্বোধন হ’ব অযোধ্যাৰ ৰাম মন্দিৰ। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ আমন্ত্ৰণ ইতিমধ্যে নাকচ কৰিছে কংগ্ৰেছে। ইফালে অযোধ্যাত ৰাম মন্দিৰৰ...

Read moreDetails

শিৱমৰ দুৰ্দান্ত বেটিং, অক্ষৰৰ নিখুঁত বলিং; আফগানিস্তানৰ বিৰুদ্ধে ৬ উইকেটত জয়ী টীম ইণ্ডিয়া

জুন মাহত অনুষ্ঠিত হ’ব আইচিচি টী-২০ বিশ্বকাপ ২০২৪। বিশ্বকাপৰ যুঁজৰ পূৰ্বে ভাৰতৰ এইখন শেষ দ্বিপাক্ষিক শৃংখলা। আই পি এল (আই...

Read moreDetails

জীৱন সুখৰ কৰিব সঠিক জীৱন সংগীয়ে: চাণক্যই দিছে উপযুক্ত সংগী বাচনিৰ কিটিপ

প্ৰাচীন ভাৰতীয় পণ্ডিত আচাৰ্য চাণক্যই মানৱ জীৱনক সুখী আৰু সফল কৰি তুলিবলৈ বহুতো গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াই গৈছে। খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাতে...

Read moreDetails

ফেইচবুকৰ পক্ষপাতিত্বমূলক ৰাজনীতি

মূলসূঁতিৰ প্ৰচাৰ মাধ্যমৰ প্ৰায় আটাইবোৰেই চৰকাৰত বিক্ৰী যোৱাৰ পিছত, মানুহৰ একমাত্ৰ ভৰসা আছিল সামাজিক মাধ্যম। কিন্তু,সামাজিক মাধ্যম কি ৰাইজৰ মাধ্যম?...

Read moreDetails

ত্ৰিপুৰা-বাংলাদেশ সীমান্তত উদ্ধাৰ শিলচৰৰ নিৰুদ্দিষ্ট যুৱতীঃ ‘লাভ জেহাদ’ৰ অভিযোগ হিন্দুত্ববাদী সংগঠনৰ

যোৱা ৭ জানুৱাৰীৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ থকা কাছাৰৰ এগৰাকী যুৱতী আজি ত্ৰিপুৰা-বাংলাদেশ সীমান্তত উদ্ধাৰ হয়। অসম আৰক্ষীয়ে সীমান্ত নিৰাপত্তা...

Read moreDetails

৫ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিবেশন

অহা ৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিবেশন। ৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ এই অধিবেশন অনুষ্ঠিত হ’ব। অসম...

Read moreDetails

নিদাৰুণ! ক্ৰিকেট খেলি থকাৰ সময়তে হাৰ্ট এটেকত মৃত্যু যুৱকৰ

বিগত কেইবৰ্ষমানৰ পৰা দেশত আশ্চৰ্যকৰভাৱে বৃদ্ধি পাইছে আকস্মিকতে হাৰ্ট এটেকত আক্ৰান্ত হৈ ব্যক্তিৰ মৃত্যুৰ ঘটনা। কেৱল বয়সস্থ লোকেই নহয়, যুৱক-যুৱতীসকলৰ...

Read moreDetails

আহিল ৰাম মন্দিৰ, নাহিল চেতনা! জয় শ্ৰী ৰাম ধ্বনি সম্বলিত ফটোৰ বাবেই…

অহা ২২ জানুৱাৰীত অযোধ্যাত উদ্বোধন হ’ব ৰাম মন্দিৰৰ। যোৱা শতিকাৰ শেষৰ দশকতে দেশৰ ৰাজনীতিত এক বিতৰ্কৰ বিষয় হৈ পৰা ৰাম...

Read moreDetails
Page 1744 of 5931 1 1,743 1,744 1,745 5,931

Stay Connected

Recent News