শীর্ষ সংবাদ

বিপৰ্যয়! বিশ্বকাপৰ পৰা বিদায় লোৱাৰ মুহূৰ্ততে আইচিচিয়ে নিলম্বন কৰিলে কুশল মেণ্ডিছৰ শ্ৰীলংকাক

বিশ্বকাপৰ পৰা বিদায় লোৱাৰ মুহূৰ্ততে কুশল মেণ্ডিছ-এঞ্জেলো মেথিউছৰ শ্ৰীলংকাক নিলম্বন কৰিলে আইচিচিয়ে। সেই দেশৰ চৰকাৰে শ্ৰীলংকাৰ ক্ৰিকেট ব’ৰ্ড পৰিচালনাত হস্তক্ষেপ...

Read moreDetails

বিজেপিত পৰিয়ালবাদ! কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী য়েডুৰাপ্পাৰ পুত্ৰকেই ৰাজ্যিক সভাপতিৰ দায়িত্ব

দলিত নেতা মল্লিকাৰ্জুন খাৰ্গে, ভোক্কালিগা সমাজৰ ডি কে শিৱকুমাৰ আৰু অ’বিচি নেতা সিদ্দাৰমাইয়া। ছমাহ পূৰ্বে কংগ্ৰেছৰ এই "ত্ৰিমূৰ্তি"য়ে দাক্ষিণাত্যৰ বিজেপিৰ...

Read moreDetails

ICC ODI World Cup 2023: দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হৈ যুঁজৰ পৰা আঁতৰিল আফগানিস্তান; বিশ্বকাপত দি গ’ল ভৱিষ্যতৰ বাৰ্তা

অষ্ট্ৰেলিয়াৰ পিছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও পৰাস্ত হ’ল। গ্লেন মেক্সৱেলৰ পিছত এইবাৰ বেটৰ যাদু দেখুৱালে ৰাছি ভান ডেৰ ডুচেনে। ফলত দুটা...

Read moreDetails

মমত্ব! দুৰ্ঘটনাত মৃত্যু হোৱা পুত্ৰৰ দুখ সহ্য কৰিব নোৱাৰি হাৰ্ট এটেকত প্ৰাণ গ’ল মাতৃৰ

গোলাঘাট জিলাৰ খুমটাই অঞ্চলত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। দুৰ্ঘটনাত প্ৰাণ হেৰুৱা পুত্ৰৰ মৃত্যুৰ দুখত হাৰ্ট এটেক হৈ প্ৰাণ হেৰুৱালে...

Read moreDetails

গণতন্ত্ৰৰ হত্যাকাৰী চৰকাৰে জনতাক পঙ্গু কৰি দেশ লুটাৰ সপোন ৰঁচিছে – আপ

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ সাঙ্গোপাঙ্গোই এফালৰ পৰা সংবাদ প্ৰতিষ্ঠান, নিউজ প'ৰ্টেল সমূহ ক্ৰয় কৰি সমগ্ৰ ভাৰততে গাকৰি উঠা বিজেপি...

Read moreDetails

ভাগ্যোদয়! নিশাৰ ভিতৰতে ধনাঢ্য হ’ল মাছমৰীয়া

পাকিস্তানৰ কৰাচী চহৰৰ এজন মাছমৰীয়া। বছৰজোৰা কষ্টৰে পৰিয়াল পোহপাল দিছিল মাছমৰীয়াগৰাকীয়ে। পিছে এদিনৰ ভিতৰতে তেওঁৰ ভাগ্যই পোহৰ কৰি দিলে তেওঁৰ...

Read moreDetails

আকৌ উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে ‘হিন্দু খাত্ৰে মেই হায়’ জনস্বাৰ্থৰ গোচৰ

দ্বিতীয়বাৰৰ বাবে উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে ‘হিন্দু খাত্ৰে মেই হায়’ জনস্বাৰ্থৰ গোচৰ। ভাৰতত হিন্দু ধৰ্ম ৰক্ষাৰ বাবে গাইডলাইন বিচৰা এখন...

Read moreDetails

কি হৈছে কংগ্ৰেছ দলটোত? পদত্যাগ কৰিলে জ্যেষ্ঠ নেতা সুৰেশ বৰাই

শুকুৰবাৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা সুৰেশ বৰাই দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে। পদত্যাগ পত্ৰ দিয়াৰ সময়ত তেওঁৰ সৈতে বহু...

Read moreDetails

আহি আছে এয়াৰ টেক্সি : ট্ৰেফিক জামৰ বাবে আৰু ভুগিব নালাগে নৰক যন্ত্ৰণা

ট্ৰেফিক যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ দিবলৈ ২০২৬ চনত ভাৰতত মুকলি কৰা হ’ব এয়াৰ টেক্সি। ২০২৬ চনৰ ভিতৰত দেশত মুকলি হ’বলৈ গৈ...

Read moreDetails

মিচিং জনগোষ্ঠীক ললিপপ, মেৰদণ্ডহীন নেকি মিচিং জাতি! জাতিক বিক্ৰী কৰিব মন্ত্ৰী ৰনোজ পেণ্ডৰ দৰে নেতাই

কালি জোনাইত বিজেপি দলৰ এক ৰাজনৈতিক সভাত নিজকে মুখ্যমন্ত্ৰীৰ বাহুদি কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই মিচিং জনগোষ্ঠীৰ জাতীয় যি আৱেগ সেই...

Read moreDetails
Page 1841 of 5933 1 1,840 1,841 1,842 5,933

Stay Connected

Recent News