শীর্ষ সংবাদ

অবিশ্বাস্য কলা! মূৰত ফুটবল লৈ ২৫০ ফুট উচ্চতালৈ বগালে যুৱকে

খেলপথাৰত ফুটবল ভৰিত লৈ তাৰকা-মহাতাৰকাই দেখুওৱা নিপুণ ক্ৰীড়াশৈলী আপুনি দেখিছে; চমকৃত হৈ তেওঁলোকৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে আপুনি। কিন্তু মূৰত...

Read moreDetails

টিকটকক ৪ হাজাৰ কোটি টকাৰ জৰিমনা বিহিলে ইউৰোপীয় ইউনিয়নৰ ডিপিচিয়ে

ইউৰোপীয় ইউনিয়নৰ নিয়ন্ত্ৰক সংস্থা ডাটা প্ৰটেকচন কমিছনে চীনৰ কোম্পানী টিকটক-ক ৩৪ কোটি ৫০ লাখ ইউৰোৰ জৰিমনা বিহিছে। ভাৰতীয় মুদ্ৰাত এয়া...

Read moreDetails

অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: কাশ্মীৰত এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত অব্যাহত আছে সন্ত্ৰাসবাদ বিৰোধী অভিযান। উপত্যকাটোৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত তিনিগৰাকীকৈ সেনা-আৰক্ষী বিষয়াৰ মৃত্যুৰ পিছত এইবাৰ বাৰামুল্লা জিলাতো সংঘৰ্ষৰ...

Read moreDetails

মানৱ শৰীৰত গাহৰিৰ বৃক্ক প্ৰতিস্থাপন! ২ মাহ ধৰি কাৰ্যক্ষম হৈ ৰ’ল অংগ, উৎফুল্লিত গৱেষকসকল

মানুহৰ শৰীৰত গাহৰিৰ বৃক্ক প্ৰতিস্থাপন কৰা সম্ভৱনে? মানুহৰ শৰীৰত প্ৰাণীৰ অংগ প্ৰতিস্থাপনৰ প্ৰচেষ্টা আজিৰ নহয়। কিন্তু এইবাৰ বিজ্ঞানীসকলে এই বিষয়ত...

Read moreDetails

দুৰন্ত তৰুণ! ৯৮ বছৰ বয়সত মটৰ চাইকেল ৰেচিঙেৰে গঢ়িলে বিশ্ব অভিলেখ

গতানুগতিক চিন্তাত সেই বয়সৰ মানুহে জীয়াই থাকিলেও লাঠিৰ ওপৰত ভৰ দি খোজ কাঢ়িব লাগে বা বিচনাত পৰি থকা কথা। কিন্তু...

Read moreDetails

গুৱাহাটীত আন্তৰ্জাতিক চাইবাৰ জালিয়াতিৰ চক্ৰ উৎখাত; ৩ জনক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ অপৰাধ শাখাই শুকুৰবাৰে (১৫ ছেপ্টেম্বৰ) গুৱাহাটীত আন্তৰ্জাতিক চাইবাৰ জালিয়াতিৰ চক্ৰ উৎখাত কৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰে বুলি আৰক্ষীয়ে...

Read moreDetails

আজি ৰাজ্যজুৰি পালন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি

অসমৰ জাতীয় জীৱনৰ চিৰস্মৰণীয় যুগপুৰুষ, নৱ বৈষ্ণৱ আন্দোলনৰ প্ৰৱৰ্তক তথা অসমীয়া সাহিত্য-সংস্কৃতিকে ধৰি সমাজ জীৱনক স্বকীয় মহিমাৰে উদ্ভাসিত কৰি থৈ...

Read moreDetails

বাংলাদেশক সহজভাৱে লৈ ৰণত পৰিল ভাৰত! অথলে গ’ল গীল, অক্ষৰৰ যুঁজ; নিয়মৰক্ষাৰ মেচত ৬ ৰাণত পৰাস্ত

এছিয়া কাপ ছুপাৰ ফোৰৰ শুকুৰবাৰৰ খেলখনত ভাৰতক ৬ ৰাণত পৰাস্ত কৰে বাংলাদেশে। অৱশেষত বাংলাদেশৰ স্পিনাৰসকলে কঠিন যুঁজত নিজৰ আধিপত্য দেখুৱালে।...

Read moreDetails

চাণক্য নীতি: শত্ৰুৰ পৰা আঁতৰি থাকক বা নাথাকক, স্বাৰ্থপৰ মানুহৰ পৰা নিশ্চয় আঁতৰি থকা উচিত

আচাৰ্য চাণক্যক আধুনিক যুগৰ অন্যতম শ্ৰেষ্ঠ শিক্ষক হিচাপে গণ্য কৰা হৈছে। আজিও বহুতে চাণক্য নীতিৰ পৰা প্ৰেৰণা লৈ জীৱনত সফল...

Read moreDetails

দামী ৰেস্তোঁৰাত খাবলৈ গৈছিল মুৰ্গী মাংস, কিন্তু মাংসৰ মাজত এয়া কি?

বন্ধৰ দিনত পত্নী আৰু কন্যাৰ সৈতে এখন বিখ্যাত ৰেষ্টুৰেণ্টত দুপৰীয়াৰ আহাৰ খাবলৈ গৈছিল। ৰুটি, চিকেন কাৰী আৰু মাটন থালি অৰ্ডাৰ...

Read moreDetails
Page 1923 of 5933 1 1,922 1,923 1,924 5,933

Stay Connected

Recent News