শীর্ষ সংবাদ

জুৱা খেলাৰ অভিযোগত প্ৰাক্তন বিধায়ক নৰেন সোণোৱালক গ্ৰেপ্তাৰ

বৃহস্পতিবাৰে ডিব্ৰুগড় আৰক্ষীয়ে নাহৰকটীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক নৰেন সোণোৱালক অবৈধ জুৱাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। ডিব্ৰুগড়ৰ বয়ৰাগিমোঠ অঞ্চলৰ...

Read moreDetails

গান্ধী পৰিয়ালক অপমান! স্বয়ং প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ জাননী কংগ্ৰেছৰ

যি সময়ত বিজেপিয়ে কেমব্ৰিজত তেওঁৰ বিতৰ্কিত মন্তব্যক লৈ ৰাহুল গান্ধীক ব্যতিব্যস্ত কৰিবলৈ চেষ্টা কৰি আছে, ঠিক সেই সময়তে কংগ্ৰেছে প্ৰধানমন্ত্ৰী...

Read moreDetails

থমকি নৰয় যুদ্ধ! প্ৰথমখন দেশ হিচাপে ইউক্ৰেইনলৈ যুঁজাৰু বিমান আগবঢ়াব পোলেণ্ডে

বিশ্বৰ প্ৰথমখন দেশ হিচাপে পোলেণ্ড ইউক্ৰেইনলৈ যুদ্ধবিমান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। তেওঁলোকে ইউক্ৰেইনক চাৰিখন মিগ-২৯ যুঁজাৰু বিমান দিয়াৰ সিদ্ধান্ত লৈছে। পোলেণ্ড...

Read moreDetails

ৰাজ্যৰ এগৰাকী বিশিষ্ট চাহ উদ্যোগী, সমাজকৰ্মী ধীৰাজ কাকতিৰ পৰলোকপ্ৰাপ্তি

ৰাজ্যখনৰ এগৰাকী বিশিষ্ট চাহ উদ্যোগী, সমাজকৰ্মী ধীৰাজ কাকতিৰ বৃহস্পতিবাৰে পৰলোকপ্ৰাপ্তি ঘটিছে। গুৱাহাটীৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন অৱস্থাত আবেলি ৪.৪৫ তেওঁ শেষ...

Read moreDetails

ছেবাৰ প্ৰশ্নকাকত ফাদিল প্ৰসংগ! অহা ১ এপ্ৰিলত অনুষ্ঠিত হ’ব বাতিল কৰা অসমীয়া বিষয়ৰ পৰীক্ষা

অসম মাধ্যমিক শিক্ষা পৰিষদৰ (ছেবা) বাতিল হোৱা অসমীয়া বিষয়ৰ পৰীক্ষা অহা ১ এপ্ৰিলত অনুষ্ঠিত হ'ব। বৃহস্পতিবাৰে প্ৰশ্ন কাকত ফাদিল হোৱাৰ...

Read moreDetails

হিমন্ত উবাচ! অসমত ৬০০ খন মাদ্ৰাছা বন্ধ কৰিছো আৰু সকলোবোৰ মাদ্ৰাছাই বন্ধ কৰিব বিচাৰো, কিয়নো…

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে তেওঁ ৰাজ্যখনৰ ৬০০ খন মাদ্ৰাছা বন্ধ কৰি দিছে। তেওঁ লগতে কয় যে...

Read moreDetails

PMOৰ বিষয়া হিচাপে পৰিচয় দি Z+ নিৰাপত্তা লৈ কাশ্মীৰত বৈঠক; গ্ৰেপ্তাৰ গুজৰাটী প্ৰৱঞ্চক!

নিজকে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ (PMO) এজন উচ্চ পদস্থ বিষয়া হিচাপে পৰিচয় দিছিল। জেড প্লাছ শ্ৰেণীৰ সুৰক্ষাও পাইছিল। তেনে এগৰাকী বিষয়া হিচাপে...

Read moreDetails

প্ৰৱঞ্চনাৰ চিকাৰ! জালিয়াতিৰ অভিযোগত ৭০০তকৈয়ো অধিক ভাৰতীয় শিক্ষাৰ্থীক দেশ এৰাৰ জাননী কানাডাৰ

ভাৰতীয় ৭০০ তকৈও অধিক শিক্ষাৰ্থীক তেওঁলোকৰ ভিছা নথি ভুৱা বুলি পোৱাৰ পিছত কানাডাৰ পৰা ঘূৰাই পঠোৱাৰ জাননী দিয়া হৈছে। এই...

Read moreDetails

বিজেপি সাংসদ কিৰন খেৰৰ মন্তব্য-“যিসকলে মোক ভোট নিদিলে তেওঁলোকক জোতা মাৰিব লাগে”

এইবাৰ বাতৰিৰ শিৰোণাম দখল কৰিছে বিজেপি সাংসদ কিৰন খেৰে। বিজেপি সাংসদগৰাকীৰ শেহতীয়া মন্তব্যত অভৱ্য শব্দ ব্যৱহাৰ কৰা দেখা গৈছে। তেওঁ...

Read moreDetails

পুটিনৰ বাৰ্তা! ‘যিসকলে যুদ্ধৰ বিৰোধিতা কৰে তেওঁলোকক কঠোৰ শাস্তি দিব লাগিব’

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে আক্ৰমণৰ পিছৰে পৰা নিজৰ দেশত তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছে। এইবাৰ তেওঁ দেশৰ ভিতৰত বিৰোধীক...

Read moreDetails
Page 2205 of 5947 1 2,204 2,205 2,206 5,947

Stay Connected

Recent News