শাসনাধিষ্ঠ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ দ্বাৰা সংখ্যালঘুৰ ভূমিকা হ্ৰাস কৰিব বিচাৰিছে। এই দাবী কৰিছে প্ৰখ্যাত অৰ্থনীতিবিদ তথা নোবেল বঁটা...
Read moreDetailsকেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীলৈ মৃত্যুৰ ভাবুকি প্ৰেৰণ কৰিছে অচিনাক্ত দুৰ্বৃত্তই। নাগপুৰস্থিত কাৰ্যালয়ত আজি পুৱাৰে পৰা দুবাৰকৈ...
Read moreDetailsআগন্তুক ২০২৪ বৰ্ষত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দল। শাসকীয় বিজেপিয়ে ২৪ ৰ নিৰ্বাচনত জয়েৰে...
Read moreDetailsআজি মাঘ বিহুৰ উৰুকা। ৰাজ্যৰ গাঁৱে-ভূঞেঁ, নগৰে-চহৰে ভোগালীৰ আনন্দ। উৰুকাৰ দিনা নিশাৰ ভোজলৈ বুলি ৰাজ্যৰ বিভিন্ন বিল জলাশয় নদী আদিত...
Read moreDetailsইৰাণৰ প্ৰাক্তন উপ প্ৰতিৰক্ষা মন্ত্ৰী আলিৰেজা আকবৰীক মৃত্যুদণ্ড দিয়া হৈছে। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ উদ্ধৃতিৰে ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিয়ে এই...
Read moreDetailsএগৰাকী কলেজীয়া ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ কৰা হৈছে যে ১৯ বছৰীয়া যুৱতীগৰাকীক ডিঙিত চুৰি লগাই ৰাখি...
Read moreDetailsকলম্বিয়াৰ গায়িকা ছাকিৰাই জেৰাৰ্ড পিকেৰ সৈতে বিচ্ছেদকলৈ এটা গান ৰচিছে। গানটো মুকলি হোৱাৰ পিছত ই ইউটিউবত এক নতুন অভিলেখ গঢ়িছে।...
Read moreDetailsআই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোডী কোভিড-১৯ত আক্ৰান্ত হৈছে। তেওঁৰ কোভিড পৰীক্ষাৰ ৰিপ’ৰ্ট যোৱা সপ্তাহত পজিটিভ আহিছিল। বৰ্তমান মোডীক...
Read moreDetailsপঞ্জাৱৰ কংগ্ৰেছ সাংসদ সন্তোষ সিং চৌধুৰী 'ভাৰত জোড়ো যাত্ৰা'ত অংশগ্ৰহণ কৰি থকা অৱস্থাত অসুস্থ হৈ মৃত্যুবৰণ কৰে। জানিব পৰা মতে...
Read moreDetailsপুনৰ শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ। অভিনেতা ৰণবীৰ হুডা ঘোঁৰাৰ পৰা পৰি আঘাতপ্ৰাপ্ত হৈছে। একাংশ সংবাদ মাধ্যমৰ সূত্ৰই এই খৱৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd