শীর্ষ সংবাদ

ইটালীৰ প্ৰধানমন্ত্ৰীক ক’লে পুটিনে-এতিয়াই নহয় যুদ্ধবিৰতি

ৰাছিয়া এতিয়াই যুদ্ধবিৰতিৰ বাবে সাজু নহয়।ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ’ দ্ৰাঘিৰ সৈতে হোৱা টেলিফোনিক বৰ্তালাপত এই কথা জনাইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে।...

Read moreDetails

‘পুনৰ এনে প্ৰশ্ন কৰিলে ভাল নহ’ব’- ৰামদেৱৰ পেট্ৰ’ল সম্পৰ্কীয় উক্তিক লৈ প্ৰশ্ন কৰা সাংবাদিকক ধমকি ৰামদেৱৰ

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে যোগ গুৰু ৰামদেৱে পেট্ৰ’ল-ডিজেল সন্দৰ্ভত কৰা মন্তব্য সকলোৰে জ্ঞাত। জনসাধাৰণক ৯০ টকীয়া পেট্ৰ’ল লাগিব নে...

Read moreDetails

আফস্পা মুক্ত হ’ব অসম, নাগালেণ্ড, মণিপুৰৰ কেইবাটাও অঞ্চল: জনালে গৃহমন্ত্ৰী অমিত শ্বাহে

অৱশেষত উত্তৰ-পূবৰ কিছু অঞ্চলৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন, চমুকৈ আফস্পা উঠোৱাৰ সিদ্ধান্ত লোৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে...

Read moreDetails

ৰাজ্যসভা নিৰ্বাচনত দলীয় নিৰ্দেশনা অমান্য; কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক ছিদ্দিক আহমেদ

কংগ্ৰেছৰ পৰা নিলম্বন কৰা হৈছে বিধায়ক ছিদ্দিক আহমেদক। দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক ছিদ্দিক আহমেদ। আহমেদক কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰাও...

Read moreDetails

হেৰুওৱা লাগেজ বিচাৰিবলৈ হেক কৰিলে ইণ্ডিগ’ৰ ৱেবচাইট! বাঙ্গালোৰৰ যুৱকৰ কৰ্মই লগাইছে চমক

বিমান যাত্ৰাৰ সময়ত নিজৰ হেৰুওৱা লাগেজৰ বাবে যাত্ৰী চিন্তিত হৈ পৰাটো এটা সাধাৰণ ঘটনা। এনে হেৰুওৱা লাগেজ বিচাৰি সাধাৰণতে যাত্ৰীসকলে...

Read moreDetails

উত্তৰ পূব কয়লাক্ষেত্ৰৰ লিডু পাটকাই আৰু চীনা বস্তিত কয়লা চোৰৰ উপদ্ৰৱ, আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী!

প্ৰায় দুবছৰে বন্ধ হৈ থকা ৰাজহুৱা খণ্ডৰ কয়লা উদ্যোগ উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ ২৬ মাৰ্চ তাৰিখে টিকক কলিয়ৰীত সম্প্ৰসাৰিত...

Read moreDetails

১৭ জুলাইত চিকিৎসা বিজ্ঞানৰ নামভৰ্তিৰ (NEET UG) প্ৰৱেশ পৰীক্ষা; ২ এপ্ৰিলৰ পৰা আৰম্ভ পঞ্জীয়ণ

অহা ১৭ জুলাইত সমগ্ৰ দেশতে ২০২২ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পৰ্যায়ত নামভৰ্তিৰ বাবে অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় যোগ্যতা নিৰ্দ্ধাৰণকাৰী প্ৰৱেশ পৰীক্ষা...

Read moreDetails

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা: আৰক্ষীৰ গুলীত আহত গাঞ্জা সৰবৰাহকাৰী

ৰাজ্যত পুনৰ ঘটিছে এনকাউণ্টাৰৰ ঘটনা। কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিজন গাঞ্জা সৰবৰাহকাৰীৰ ভিতৰৰে এজন আৰক্ষীৰ গুলীত গুৰুতৰ ভাবে আহত হৈছে।...

Read moreDetails

ৰাজ্যসভাৰ নিৰ্বাচন: বাতিল হ’ব পাৰে শাসক পক্ষৰ তিনিটা ভোট

বিধানসভাত চলি আছে ৰাজ্যসভাৰ ভোটদান প্ৰক্ৰিয়া। পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান অন্ত পৰিব বিয়লি ৪ বজাত। ৫ বজাৰ...

Read moreDetails

ৰাজ্যসভাৰ নিৰ্বাচন: বিজেপি দলে মানুহ কিনে; মূল্যবোধৰ ৰাজনীতিত বিশ্বাস নকৰে —অখিল গগৈ

বিজেপি দলে মানুহ কিনে; মূল্যবোধৰ ৰাজনীতিত বিশ্বাস নকৰে ,এই মন্তব্য ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ। আজিৰ দিনটো স্বৈৰতন্ত্ৰ আৰু গণতন্ত্ৰৰ...

Read moreDetails
Page 2721 of 5976 1 … 2,720 2,721 2,722 … 5,976

Stay Connected

Recent News