যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত ৰাছিয়াই যিকোনো মুহূৰ্তত জৈৱিক আৰু ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰেষ মাৰ্কিন ৰাষ্ট্ৰপতি জো বিডেনে এই সতৰ্কবাণী শুনাইছে।...
Read moreDetailsড. ৰঞ্জিত ৰথক এমইচিএলৰ পৰিচালন সঞ্চালক হিচাবে নিযুক্তি দিয়া হৈছে। ড. ৰঞ্জিত ৰথে প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালকৰ দায়িত্ব গ্ৰহণ...
Read moreDetailsমণিপুৰ, গোৱা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱত কোনে মাৰিলে শেষ হাঁহি, আগবাঢ়ি আছে কোন প্ৰাৰ্থী?
Read moreDetailsমণিপুৰ বিধানসভা নিৰ্বাচন ২০২২ৰ ফলাফল আজি ঘোষণা কৰা হ'ব। ভোটগণনা পুৱা ৮ বজাত আৰম্ভ হৈছে। কেইবাটাও এক্সিট প'লে ভৱিষ্যতবাণী কৰিছে...
Read moreDetailsদিছপুৰত বিজেপি আৰু অগপৰ মাজত মিত্ৰতা আছে যদিও বঙাইগাঁৱত ক'বলৈ গ'লে আগৰে পৰা দল দুটাৰ মাজত মিত্ৰতা নাই ৷ সেয়ে...
Read moreDetailsনাৰী দিৱস উপলক্ষ্যে ব্যৱহাৰকাৰীক বিশেষ সুবিধা দিবলৈ গৈ বিপদত পৰিছে জনপ্ৰিয় ই-কমাৰ্চ এপ ফ্লিপকাৰ্ট। নাৰী দিৱসত বিপণন কৌশলেৰে পাকঘৰৰ সঁজুলিৰ...
Read moreDetailsআন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ৮ মাৰ্চ তাৰিখ মংগলবাৰে দিশপুৰ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত নাৰী দিৱসৰ কাৰ্যসূচী অতি উলহ মালহেৰে উদযাপিত...
Read moreDetailsযোৱা ৬ মাৰ্চত ৰাজ্যত অনুষ্ঠিত হোৱা পৌৰ নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হয়। শিৱসাগৰ জিলাৰ পাঁচখন পৌৰসভা আটাইকেইখন বিজেপিয়ে দখল...
Read moreDetailsউত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষনাৰ পূৰ্বে এক্সিট প'লে উত্তৰ প্ৰদেশত বিজেপিৰ বিজয়ৰ ভৱিষ্যতবাণী কৰাৰ এদিন পিছতে অখিলেশ যাদৱে প্ৰতিক্ৰিয়া...
Read moreDetailsবিশ্বনাথ চাৰিআলি পৌৰ সভাত চূড়ান্ত ৰূপে বিধ্বস্ত হ’ল বিৰোধী ৰাজনৈতিক দল। পৌৰ সভা নিৰ্বাচনৰ আজি ঘোষিত ফলাফলত বিৰোধীক সম্পূৰ্ণৰূপে বিধ্বস্ত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd