শীর্ষ সংবাদ

শিৱসাগৰত উত্তেজনা! ভোটগ্ৰহণৰ মাজতে বিধায়ক অখিল গগৈৰ সৈতে তৰ্কা-তৰ্কিত লিপ্ত বিজেপি কৰ্মী

শিৱসাগৰত আজি পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ সময়তে এক তীব্ৰ উত্তেজনা সৃষ্টি হয়। শিৱসাগৰৰ ২ নং ৱাৰ্ডত এই ঘটনা ঘটে।...

Read moreDetails

ৰাজ্যত পৌৰসভা নিৰ্বাচনৰ আজি ভোটগ্ৰহণ; টীয়ক, শিৱসাগৰ, বিশ্বনাথতো পুৱাৰে পৰা চলিছে ভোটদান

ৰাজ্যৰ ৮০খন পৌৰসভা গঠনৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। ৰাজ্যখনৰ পৌৰসভা এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত...

Read moreDetails

বিপিএফৰ দলীয় সভাত বিটিচিৰ শাসকীয় চৰকাৰক তীব্ৰ সমালোচনা

বিটিআৰত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ কোকৰাঝাৰ জিলা সমিতিৰ এখন সাধাৰণ সভা আজি তিতাগুৰীত অনুষ্ঠিত হয় ৷ এই উপলক্ষে আজি...

Read moreDetails

কিয় দেশখনত ফেচবুক-টুইটাৰ নিষিদ্ধ কৰিলে ৰাছিয়াই? ‘মেটা’ৰ কি প্রতিক্রিয়া?

ৰাছিয়াৰ চৰকাৰে দেশখনত ফেচবুক আৰু টুইটাৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে।ৰাছিয়াৰ সংবাদ মাধ্যম নিয়ন্ত্ৰক সংস্থা ৰস্কোমনাজে এইকথা জানিবলৈ দিছে। কিন্তু কিয়...

Read moreDetails

‘ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা যুদ্ধৰ সমান’: পাশ্চাত্যক সকীয়ালে পুটিনে

ৰাছিয়াক প্ৰতিৰোধ কৰিবলৈ দেশখনৰ ওপৰত পশ্চিমীয়া দেশবোৰে এটাৰ পিছত আন এটা নিষেধাজ্ঞা আনিছে। ইয়াৰ ফলত ৰাছিয়াৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পৰিছে।...

Read moreDetails

প্ৰথমবাৰৰ বাবে তালিবানে প্ৰকাশ কৰিলে গৃহমন্ত্ৰী ছিৰাজুদ্দিন হাক্কানিৰ ফটো

কেইবাটাও সন্ত্ৰাসবাদী সংগঠনক লৈ গঠিত আফগানিস্তানৰ তালিবান চৰকাৰৰ মাজত হাক্কানি গোষ্ঠী আটাইতকৈ শক্তিশালী হিচাপে পৰিচিত। অতি সংৰক্ষণশীল মৌলবাদী সন্ত্ৰাসবাদী গোষ্ঠী...

Read moreDetails

কাইলৈ পৌৰ নিৰ্বাচন:বঙাইগাঁৱত ৩৯,৪৪৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৭২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

কাইলৈ ৰাজ্যৰ বিভিন্ন জিলাৰ পৌৰসভাৰ লগতে বঙাইগাঁও পৌৰসভাৰো ২৪ টা ৱাৰ্ডত অনুষ্ঠিত হ'ব পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ইয়াৰ বাবে বঙাইগাঁও জিলা...

Read moreDetails

অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণত মণিপুৰত নিৰাপত্তৰক্ষীৰ গুলীত নিহত এজন

আজি মণিপুৰত অনুষ্ঠিত হয় ৰাজ্য খনৰ বিধানসভাৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত ৰাজ্য খনৰ কেইবাঠাইতো নিৰ্বাচনী হিংসা সংঘটিত...

Read moreDetails

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ: কাৰ পক্ষত কোন কোন দেশ?

ৰাছিয়া-ইউক্ৰেইনৰ মাজত লগা যুঁজ খন এতিয়া কেৱল দুখন দেশৰ মাজৰ যুঁজ হৈ থকা নাই। এই যুদ্ধই বিশ্বৰ আন বহু দেশৰ...

Read moreDetails

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ প্ৰাক্তন ইউক্ৰেনীয় প্ৰধানমন্ত্ৰীৰ

ইউক্ৰেইনস্থিত ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্প আক্ৰমণৰ বাবে ৰাছিয়াক উচতনি দিয়া হৈছিল। আৰু এই উচতনি দিছিল খোদ ইউক্ৰেইন ৰাষ্ট্ৰপতি ভলোডিমি...

Read moreDetails
Page 2767 of 5978 1 … 2,766 2,767 2,768 … 5,978

Stay Connected

Recent News