শীর্ষ সংবাদ

অৰুণাচলৰ সন্ধানহীন কিশোৰক ভাৰতীয় সেনাক হস্তান্তৰ কৰিলে চীনে

চীনৰ সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত সন্ধানহীন হোৱা অৰুণাচল প্ৰদেশৰ কিশোৰক আজি ভাৰতীয় সেনাক হস্তান্তৰ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন...

Read moreDetails

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’লে ২ মিনিটতকৈ অধিক আন গাড়ী ৰখাব নোৱাৰিব, কেবিনেটৰ সিদ্ধান্ত

আজি জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনটেৰ গুৰুত্বপূৰ্ণ বৈঠক।বৈঠকত কেবিনেটে গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। জনতা ভৱনত সংবাদমেল সম্বোধন কৰে...

Read moreDetails

কলিয়াবৰত বন্যহস্তীৰ তাণ্ডৱ, মহতীয়াই ভাঙিলে কেইবাটাও বাসগৃহ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাতে চৰম ৰূপ ধাৰণ কৰিছে। কলিয়াবৰত দীৰ্ঘদিন ধৰি গঞা ৰাইজ সন্মুখীন হৈছে বন্যহস্তীৰ উপদ্ৰৱৰ। বনাঞ্চলৰ...

Read moreDetails

কলিয়াবৰত বনভোজ খাবলৈ গৈ যুৱকৰ মৃত্যু, মৃতদেহ উদ্ধাৰ

গণৰাজ্য দিৱসৰ দিনাই কলিয়াবৰত সংঘটিত হৈছে এক অঘটন।বন্ধুৰ স'তে বনভোজ খাবলৈ গৈ সন্ধানহীন হয় এজন যুৱক। বিষ্ণু বৰা নামৰ ২৮...

Read moreDetails

শাম কাটিছে যুদ্ধ সদৃশ পৰিস্থিতিৰ; যুদ্ধবিৰতিত সন্মতি ৰাছিয়া-ইউক্ৰেনৰ

অৱশেষত যুদ্ধৰ দাবানলৰ আশংকাৰ মাজতে সাময়িক সকাহ! পেৰিছত আঠ ঘণ্টাতকৈও অধিক সময়ৰ ৰুদ্ধদ্বাৰ বৈঠকৰ পাছত ইউক্ৰেইনৰ পূবত যুদ্ধবিৰতি পালন কৰিবলৈ...

Read moreDetails

ক’ভিদসৃষ্ট পৰিৱেশৰ মাজতে কোকৰাঝাৰত বিটিআৰৰ দ্বিতীয় চুক্তি দিৱস

কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বড়ো সংগ্ৰামী সংগঠনৰে অনুষ্ঠিত ত্ৰিপাক্ষিক বৈঠকত বিগত ২০২০ চনৰ ২৭ জানুবাৰীত সম্পাদিত হোৱা ঐতিহাসিক বিটিআৰ...

Read moreDetails

আন্তঃৰাজ্যিক জালনোট চক্ৰ উৎখাত; জব্দ ৭ কোটি টকাৰ জালনোট

নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় চৰকাৰৰ বিমুদ্ৰাকৰণ সন্দৰ্ভত এক উল্লেখনীয় যুক্তি আছিল জালনোটৰ প্ৰচলন ৰোধ কৰা। পিছে মোদী চৰকাৰৰ এই যুক্তি কাৰ্যত:...

Read moreDetails

ৱেষ্ট ইণ্ডিজৰ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, দললৈ উভতিল ৰোহিত শৰ্মা

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আগন্তুক ঘৰুৱা শৃংখলাৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল। আঘাতমুক্ত হৈ দললৈ ঘূৰি আহিছে ভাৰতীয় ক্ৰিকেট দলৰ...

Read moreDetails

গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইৰ বিৰুদ্ধে কপিৰাইট উলংঘনৰ গোচৰ

কপিৰাইট উলংঘনৰ অভিযোগৰ সন্মুখীন হৈছে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই। পিচাইৰ লগতে আন পাঁচজনৰ বিৰুদ্ধে এমআইডিচি আৰক্ষী চকীত এখন...

Read moreDetails

আৰক্ষীয়ে নহয়; গুৱাহাটীত ড্ৰাগছ আসক্ত মহাবিদ্যালয়ৰ ছাত্ৰক হাতে-লুটে ধৰিলে ৰাইজে

এইবাৰ আৰক্ষী নহয়; সাধাৰণ ৰাইজৰ কৱলত ড্ৰাগছ আসক্ত যুৱক। বৰবিহ ড্ৰাগছ সেৱন কৰি থকাৰ সময়তে হাতে লুটে ধৰিলে স্থানীয় ৰাইজে।...

Read moreDetails
Page 2847 of 5981 1 … 2,846 2,847 2,848 … 5,981

Stay Connected

Recent News