শীর্ষ সংবাদ

উইজডেনৰ বৰ্তমানৰ বিশ্ব টেষ্ট একাদশ ঘোষণা, দলত স্থান নহ’ল ভাৰতীয় তাৰকা কোহলীৰ

উইজডেন বাচনি পেনেলে খেলুৱৈসকলৰ বৰ্তমানৰ ফৰ্ম আৰু সামগ্ৰিক ৰেকৰ্ড দুয়োটাৰ ওপৰত আধাৰিত কৰি বিশ্ব টেষ্ট একাদশ বাছনি কৰিছে। Wisden.com ৰ...

Read moreDetails

Anti-CAA Protest কৃষক আন্দোলনৰ সফলতাই দেখুৱাইছে বাট! ৰাজ্যত পুনৰ আৰম্ভ ‘কা’ বিৰোধী প্ৰতিবাদ

Anti-CAA Protest কৃষি আইনৰ বিৰুদ্ধে কৃষক আন্দোলনে সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ পিছতে এইবাৰ অসমত পুনৰ ‘কা’ বিৰোধী আন্দোলনে প্ৰাণ...

Read moreDetails

‘বেলেগৰ ইজ্জত লৈ আজি তেওঁ সাংসদ হৈছে, টকা-প‌ইচা গোটাইছে’; কোনে কাক উদ্দেশ্যি ক’লে এই কথা?

বেলেগৰ ইজ্জত লৈ আজি তেওঁ সাংসদ হৈছে, টকা-প‌ইচা গোটাইছে। কিন্তু আজিলৈকে এদিনো মোৰ খবৰ লোৱা নাই। মোক লৈ তেওঁ সাংসদ...

Read moreDetails

Babu Bhaiya বিশ্বৰ কোটি কোটি অনুৰাগীৰ মৰম বুটলিবলৈ সক্ষম হোৱা বাবু ভাইয়া শিৱসাগৰৰ ৰাজপথত

  Babu Bhaiya শিৱসাগৰত উপস্থিত হৈছে বাবু ভাইয়া। এই বাবু ভাইয়াক ওচৰৰ পৰা এপাক চাবলৈ শিৱসাগৰৰ যুৱক যুৱতীৰৰ মাজত লাগিছে...

Read moreDetails

আম্বানীক পিছলৈ ঠেলি দেশ তথা এছিয়াৰে আটাইতকৈ ধনৱন্ত ব্যক্তিলৈ পৰিণত আদানী

বুধবাৰে আদানি গ্ৰুপৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ গৌতম আদানীয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীক পিছলৈ ঠেলি ভাৰতৰ লগতে এছিয়াৰ আটাইতকৈ...

Read moreDetails

পুনৰ আৰম্ভ হ’ব ‘কা’ ৰ বিৰুদ্ধে ৰাজপথত আন্দোলন;ঘোষণা লুৰীণজ্যোতি গগৈৰ

বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ "কা" বিৰুদ্ধে পুনৰ ৰাজপথত আন্দোলন হ'ব বুলি ঘোষণা কৰে।...

Read moreDetails

তিনি দিনৰ ভিতৰত শিক্ষকৰ সমস্যা সমাধানৰ দাবী অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ

তিনিদিনৰ ভিতৰত গোলাঘাট জিলাৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ সমস্যা সমাধান কৰিবলৈ গোলাঘাট জিলা প্ৰাথমিক শিক্ষা বিষয়াক দাবী জনাইছে অসম ৰাজ্যিক প্ৰাথমিক...

Read moreDetails

তামুলপুৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তামুলপুৰ শাখা সমিতি গঠন,প্ৰশিক্ষণ শিৱিৰ সম্পন্ন

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বাক্সা জিলাৰ জিলা প্ৰশিক্ষণ শিৱিৰ এটি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্থিত হৈ যায় । এদিনীয়া...

Read moreDetails

জুইৰ সলনি ওলায় পানী! শুৱালকুছিৰ গেছ এজেন্সীৰ বিৰুদ্ধে গ্ৰাহকক প্রৱঞ্চনাৰ অভিযোগ

শুৱালকুছিৰ বুদৰাম গেছ চাৰ্ভিছৰ বিৰুদ্ধে উত্থাপন হৈছে গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ। অভিযোগ অনুসৰি গেছ এজেন্সীটোৱে যোগান ধৰা চিলিণ্ডাৰৰ পৰা ৰন্ধন...

Read moreDetails

বঙাইগাঁৱত আলংকাৰিক মাছ উৎপাদন আৰু পালনৰ বাবে পাব্লিক একুৱাৰিয়াম মুকলি কৰিলে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই

বিজেপি মিত্ৰজোঁট চৰকাৰৰ ৰাজধানী দিছপুৰৰ বাহিৰত দ্বিতীয়খন কেবিনেট বৈঠক নামনি অসমৰ অন্যতম ব্যস্ততাপূৰ্ণ চহৰ বঙাইগাঁৱত অনুষ্ঠিত হয়৷ এই উপলক্ষে কেবিনেট...

Read moreDetails
Page 3006 of 5988 1 … 3,005 3,006 3,007 … 5,988

Stay Connected

Recent News