শীর্ষ সংবাদ

অক্টোবৰত লোৱা হ’ব চিনেমা গৃহ পুনৰ মুকলিৰ সিদ্ধান্ত

ক’ভিদৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত দীৰ্ঘ দিন ধৰি বন্ধ হৈ থকা চিনেমা গৃহ সমূহ পুনৰ মুকলি সম্পৰ্কে পৰৱৰ্তী মাহত সিদ্ধান্ত লোৱা হ’ব।...

Read moreDetails

শিৱসাগৰতো নতুন SOP মানি বিদ্যালয়সমূহত আৰম্ভ হ’ল দশম শ্ৰেণীৰ পাঠদান

নতুন এছঅ'পি মানি শিৱসাগৰতো বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি সকলো বিদ্যালয়তে সোমবাৰৰ পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান। ছাত্ৰ-ছাত্ৰীৰ লগতে...

Read moreDetails

পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে চৰণজিত সিং চন্নীয়ে

যোৱা তিনিদিন ধৰি সঘনে সলনি হোৱা পঞ্জাৱৰ ৰাজনৈতিক দৃশ্যপটৰ অন্ত পেলাই আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে চৰণজিত সিং চন্নীয়ে।...

Read moreDetails

হাজোত ভূ মাফিয়াৰ দপদপনি; এইবাৰ নামিল বিদ্যালয়ৰ মাটি দখলত

সত্ৰৰ ভূমি নহয়, এইবাৰ দুষ্কৃতিকাৰীৰ শেন চকু পৰিছে বিদ্যালয়ৰ ভূমিত। হাজোৰ সস্তাৰঘাট প্ৰাথমিক বিদ্যালয়ৰ ভূমি দখলত নমাৰ অভিযোগ উত্থাপিত হৈছে...

Read moreDetails

Shiva Thapa,ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমিত প্ৰৱেশ তাৰকা বক্সাৰ শিৱ থাপাৰ

Shiva Thapa, অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে আন এক সুখবৰ। এছিয়ান বক্সিং চেম্পিয়নশ্বিপত পাঁচ বাৰৰ পদক বিজয়ী অসমৰ তাৰকা বক্সাৰ শিৱ...

Read moreDetails

শিৱসাগৰত পাবজি খেলিবলৈ কিশোৰে সমনীয়াৰে মিলি মাতৃৰ একাউন্টৰ পৰা চুৰ কৰিলে ১৯ লাখ টকা

Theft 19 lakhs, আপোনাৰ সন্তানে বাৰু জনপ্ৰিয়  অনলাইন গেম পাবজি খেলে নেকি? যদি খেলে তেন্তে সাৱধান।  আপোনাৰ একাউন্টৰ পৰাও অন্তৰ্ধান...

Read moreDetails

বাংগালুৰুত ম’ৰেল পুলিচৰ উদ্ভণ্ডালি,দুজনক আটক

এটা বেংকত কৰ্মৰত এগৰাকী মুছলিম মহিলাই এজন হিন্দু সহকৰ্মীৰ স’তে বাইকত যাত্ৰা কৰাৰ বাবেই আক্ৰমণৰ সম্মুখীন হৈছে দুজন দুষ্কৃতিকাৰীৰ দ্বাৰা।...

Read moreDetails

দীৰ্ঘদিনৰ অন্তত আজিৰ পৰা পাঠদান আৰম্ভ দশম শ্ৰেণীৰ; উৎফুল্লিত ছাত্ৰ-ছাত্ৰী, শিক্ষা গুৰুসকল

দীৰ্ঘদিনৰ অন্তত আজিৰ পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান।সেয়ে বিদ্যালয় সমূহত গ্ৰহণ কৰিছে বিশেষ সতৰ্কতামূলক ব্যৱস্থা। বিদ্যালয় সমূহৰ চৌহদ, শ্ৰেণী...

Read moreDetails

দুৰ্দান্ত বেটিং ঋতুৰাজৰ; IPLৰ ‘দ্বিতীয় পৰ্ব’ত ৰোহিত বিহীন মুম্বাইক ২০ৰাণত হৰুৱালে ধোনীৰ চেন্নাইয়ে

আইপিএলৰ দ্বিতীয় পৰ্বৰ প্ৰথমখন মেচত ঋতুৰাজ গাইকোৱাডৰ দুৰ্দান্ত বেটিঙৰ সহায়ত চেন্নাই ছুপাৰ কিংছে ২০ ৰাণত হৰুৱালে মুম্বাই ইণ্ডিয়ানছক। অৱশ্যে চেন্নাইৰ...

Read moreDetails

বোকাখাতৰ ৰাজহুৱা খেলপথাৰত গঁড়ৰ খৰ্গ দাহ কৰাৰ প্ৰস্তুতি; ২২ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজহুৱাকৈ কৰা হ’ব দাহ

বন্যপ্ৰাণী প্ৰতিৰক্ষা আইন ১৯৭২ ৰ ৩৯ অনুচ্ছেদৰ অধীনত অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জমা হৈ থকা গঁড় খৰ্গ, হাতীৰ দাঁত...

Read moreDetails
Page 3173 of 5996 1 … 3,172 3,173 3,174 … 5,996

Stay Connected

Recent News