শীর্ষ সংবাদ

নগাঁৱৰ ড০ জগন্নাথ বিশ্বকৰ্মাক ব্ৰিটেইনৰ পৰিৱেশ, খাদ্য আৰু গ্ৰাম্য পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ বিজ্ঞান বিষয়াৰ দায়িত্ব অৰ্পণ

অসম তথা নগাঁও জিলালৈ এক ডাঙৰ গৌৰৱ কঢ়িয়াই আনিছে ড০ জগন্নাথ বিশ্বকৰ্মাই। পৰিৱেশ বিজ্ঞানী ড০ বিশ্বকৰ্মাক ব্ৰিটেইনৰ পৰিৱেশ, খাদ্য আৰু...

Read moreDetails

প্রধানমন্ত্ৰী মোদী-বিৰোধী আৰু পাকিস্তান সমৰ্থক ফেচবুক পোষ্টৰ অভিযুক্তক জামিন এলাহবাদ উচ্চ ন্যায়ালয়ৰ

ইলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক আৰু পাকিস্তান সমৰ্থক ফেচবুক পোষ্ট শ্বেয়াৰ কৰাৰ অভিযোগত অভিযুক্ত বুলন্দচহৰৰ বাসিন্দা তাহিৰ...

Read moreDetails

শিশু নিৰুদ্দেশৰ ঘটনাত দেশজুৰি উদ্বেগ: অসমত ভয়াৱহ ৰূপ লৈছে মানৱ সৰবৰাহ আৰু ঘৰুৱা নিৰ্যাতনে

ৰাষ্ট্ৰীয় অপৰাধ পঞ্জীয়ন ব্যুৰো চমুকৈ এনচিআৰবিৰ (NCRB) শেহতীয়া প্ৰতিবেদনত অসমত শিশু নিৰুদ্দেশ হোৱাৰ এক অত্যন্ত ভয়াৱহ আৰু চিন্তনীয় চিত্ৰ পোহৰলৈ...

Read moreDetails

মুম্বাইৰ অভিজাত ব্ৰীচ কেণ্ডী ক্লাৱত আজিও চলিছে ইউৰোপীয়ৰ ৰাজত্ব, কংগ্ৰেছ নেতা শশী থাৰুৰক প্ৰবেশত বাধা

দেশৰ আৰ্থিক ৰাজধানী মুম্বাইৰ এক অতি অভিজাত এলেকাত অৱস্থিত ঐতিহাসিক ব্ৰীচ কেণ্ডী ক্লাৱ আকৌ এবাৰ ব্ৰিটিছ শাসনকালৰ পুৰণি নিয়ম-কানুন আৰু...

Read moreDetails

বকৰিদত ছলমান-শ্বাহৰুখক চেৰ পেলালে ধুৰন্ধৰে, দাম ১ লাখ টকা, ছাগলীৰ সৈতে চেলফী ল’বলৈ হেতাওপৰা

বকৰী ঈদ উপলক্ষে চাৰিওফালে এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। ইয়াৰ লগতে ৰাজধানী দিল্লীৰ পুৰণি বজাৰসমূহত ভিৰ পৰিলক্ষিত হৈছে। মছজিদ, মীনা...

Read moreDetails

ককৰোচ জনতা পাৰ্টীক আৰএছএছৰ মুখপত্ৰৰ তীব্ৰ সমালোচনা: বাওঁপন্থী ব্যৱস্থাৰ অংশ বুলি অভিহিত

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰএছএছে কক্‌ৰোচ জনতা পাৰ্টী চমুকৈ চিজিপিক কেন্দ্ৰ কৰি গঢ়ি উঠা ব্যংগাত্মক ৰাজনৈতিক আন্দোলনটোক কেৱল যুৱ প্ৰজন্মৰ...

Read moreDetails

ৰণবীৰ সিঙক বলীউডৰ পৰা বয়কট চলচ্চিত্ৰ সন্থাৰ! কিন্তু এনে কৰাৰ অধিকাৰ আছেনে?

বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিং আৰু নিৰ্মাতা-অভিনেতা ফাৰহান আখতাৰৰ মাজত চলি থকা বিবাদ অধিক তীব্ৰতৰ হৈ পৰিছে। ফেডাৰেচন অৱ ৱেষ্টাৰ্ণ...

Read moreDetails

বৈবাহিক ধৰ্ষণ, বলপূৰ্বক অপ্ৰাকৃতিক যৌন নিৰ্যাতন আৰু শৰীৰত জ্বলন্ত চিগাৰেটৰে আঘাত কৰাৰ অভিযোগত অভিযুক্ত স্বামীৰ জামিন নাকচ

গুৰুগ্ৰামৰ এজন কোটিপতি ব্যৱসায়ীক আদালতে জামিন দিবলৈ অস্বীকাৰ কৰিছে। এই ব্যৱসায়ীজনৰ বিৰুদ্ধে তেওঁৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট পত্নীয়ে ধাৰাবাহিক বৈবাহিক ধৰ্ষণ, বলপূৰ্বক...

Read moreDetails

ৰেখা গুপ্তাৰ বিলাসী চকীক লৈ তীব্ৰ বিতৰ্ক, মূল্য শুনিলে আচৰিত হ’ব আপুনিও

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আজিকালি নিজৰ এখন চকীক লৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ছচিয়েল মিডিয়াত তেওঁৰ কিছুমান ফটো অতি দ্ৰুতগতিত...

Read moreDetails

নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত ভাঙোনৰ দিশে মমতাৰ তৃণমূল কংগ্ৰেছ, বিজেপিৰ সৈতে যোগাযোগত বহু সাংসদ

পশ্চিমবংগ বিধানসভা নিৰ্বাচনত হোৱা শোচনীয় পৰাজয়ৰ পিছত মমতা বেনাৰ্জীৰ অসুবিধা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। দীৰ্ঘদিন শাসনত থকাৰ পিছত ক্ষমতা হেৰুৱাই এতিয়া...

Read moreDetails
Page 321 of 6055 1 … 320 321 322 … 6,055

Stay Connected

Recent News